আন্ত: ৰাষ্ট্ৰীয়

পুমাৰ ৩৩০ কোটি টকাৰ প্ৰস্তাৱ নাকচ কৰিলে কিং কোহলীয়ে! আঁৰত আছে এক বিৰাট কাৰণ

জাৰ্মান স্পৰ্টছৱেৰ নিৰ্মাতা কোম্পানী পুমাৰ সৈতে বিৰাট কোহলীৰ আঠ বছৰীয়া সম্পৰ্কৰ অন্ত পৰিল। সূত্ৰৰ মতে, পুমাই আগ্ৰহী আছিল যদিও কোহলীয়ে...

Read moreDetails

বিশ্বৰ প্ৰথমটো মানৱ শিশুৰ জন্ম দিলে ৰবটে! এতিয়া মানুহৰ হাতত সন্তান তুলি দিব AIয়ে?

চিকিৎসা জগতত এক যুগান্তকাৰী ঘটনা! এইবাৰ ৰবটে জন্ম দিলে এটি মানৱ শিশুৰ! কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ৰবটিক্সৰ দ্বাৰা পৰিচালিত সম্পূৰ্ণ...

Read moreDetails

গাজাত বন্দী হৈ থকা ১০ পেলেষ্টাইনী নাগৰিকক মুক্তি দিলে ইজৰাইলে : বন্দীত্বৰ সময়ত নিৰ্যাতনৰ অভিযোগ

ইজৰাইলী বাহিনীয়ে বন্দী কৰি ৰখা দহজন পেলেষ্টাইনীক গাজাৰ মধ্য চহৰ ডেইৰ আল বালাহলৈ ঘূৰাই পঠিওৱা হৈছে। মুকলি কৰি দিয়া বন্দীসকলে...

Read moreDetails

হাৰ্ভাৰ্ডৰ সমীপতে অভিজাত দেহ ব্যৱসায়! কোন এই গ্ৰেপ্তাৰ হোৱা ভাৰতীয় মূলৰ অনুৰাগ?

আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ সমীপত অবৈধভাৱে চলি আছিল এক অভিজাত দেহ ব্যৱসায়। দেশখনৰ আৰক্ষীয়ে তদন্ত কৰি ভাৰতীয় মূলৰ ব্যৱসায়ী অনুৰাগ বাজপেয়ীক...

Read moreDetails

এৰি দিয়া ভকত নহয় চীন! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক বৃদ্ধি কৰিলে বেইজিঙে

চীনৰ সামগ্ৰীৰ ওপৰত মুঠ ১৪৫ শতাংশ শুল্ক ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। সেই ঘোষণাৰ মাত্ৰ এদিন পিছতে চীনৰ বিত্ত মন্ত্ৰালয়ে এক...

Read moreDetails

সলনি হৈ যাব পাৰে সভ্যতাৰ ইতিহাস : পানীৰ তলত পোৱা গ’ল ৰহস্যময় ‘পিৰামিড

শেহতীয়াকৈ টাইৱানৰ ওচৰত পানীৰ তলত পোৱা গৈছে এটা ৰহস্যময় ‘পিৰামিড’। ই আমাৰ প্ৰাচীন সভ্যতাৰ বিষয়ে গৱেষকসকলৰ ধাৰণাত এক গুৰুতৰ প্ৰত্যাহ্বানৰ...

Read moreDetails

১০০০ দিন ধৰি হৈছে ঋতুস্ৰাৱ! কি বিৰল ৰোগত আক্ৰান্ত হৈছে এই যুৱতীগৰাকী?

ঋতুস্ৰাৱৰ সময়ত বহু মহিলা বিভিন্ন শাৰীৰিক সমস্যাৰ সন্মুখীন হয়। পেট আৰু কঁকালৰ বিষ, বমি, সঘনাই টোপনি অহা, ভাগৰুৱা অনুভৱ আদি...

Read moreDetails

মাজনিশা দিল্লীৰ পাটিয়ালা কোৰ্টত হাজিৰ কৰোৱা হয় তাহাউৰ ৰানাক; ১৮ দিন থাকিব NIA-ৰ জিম্মাত

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰানাক বিমানৰ পৰা নামি অহাৰ লগে লগে গ্ৰেপ্তাৰ কৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই। বৃহস্পতিবাৰে মাজনিশা দিল্লীৰ...

Read moreDetails

ডাঙৰ দুৰ্ঘটনা! নিউয়ৰ্কৰ হাডছন নদীত ভাঙি পৰিল হেলিকপ্টাৰ; ৬ জন লোকৰ মৃত্যু

আমেৰিকাৰ হাডছন নদীত সংঘটিত হৈছে এক বৃহৎ দুৰ্ঘটনা। তাত ৫ জন যাত্ৰী আৰু ১ জন পাইলটসহ এখন হেলিকপ্টাৰ হাডছন নদীত...

Read moreDetails

ভাৰতত উপস্থিত ২৬/১১ আক্ৰমণৰ অভিযুক্ত ৰাণা; শংকাত কঁপিছে পাকিস্তান!  

২৬/১১ৰ মুম্বাই আক্ৰমণৰ অন্যতম মূল অভিযুক্ত তাহাউৰ ৰাণা ভাৰতত উপস্থিত হৈছে। বৃহস্পতিবাৰে সন্ধিয়া এন আই এয়ে জনায় যে ৰাণাক সফলতাৰে...

Read moreDetails
Page 49 of 354 1 48 49 50 354

Stay Connected

Recent News