কিছুদিন পূৰ্বে ড্ৰিম ১১ লৈ ১২০০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰা হৈছিল। সেই জাননীৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ...
Read moreDetailsশ্বেলফৰ পিছত শ্বেলফ, তৰপ তৰপকৈ সজাই থোৱা ২০০, ৫০০ আৰু ১০০ টকীয়া নোটৰ বাণ্ডিল। ওড়িশাৰ এটা সংস্থাত ধনৰ পাহাৰ দেখি...
Read moreDetailsআন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লোৱা চাৰি বছৰ হ’ল। বছৰৰ এটা নিৰ্দিষ্ট সময়ত তেওঁক আই পি এলত দেখা যায়। ছচিয়েল মিডিয়াত...
Read moreDetailsকেৰালাৰ এগৰাকী চিকিৎসক যুৱতীয়ে অতিৰিক্ত যৌতুকৰ দাবীৰ হেঁচাত আত্মহনন কৰাৰ ঘটনা সংঘটিত হৈছে। অভিযোগ অনুসৰি দৰাজনে নগদ ধন, সোণ আৰু...
Read moreDetailsবুধবাৰে আমেৰিকাৰ নেভাদা বিশ্ববিদ্যালয়ৰ মূল চৌহদত বন্দুকধাৰীৰ আক্ৰমণত চাৰিজন লোক নিহত হয়। ইয়াৰে মাজত এজন আক্ৰমণকাৰীও নিহত হয়। তদুপৰি এই...
Read moreDetailsৱয়ংজু বাংগি-ৰি জিংকগো গছজোপাই ইয়াৰ চাৰিওফালে সোণালী পোহৰ বিকিৰণ কৰিছে। মূল শৰীৰৰ পৰা গছজোপা চাৰিওফালৰ ১৭ মিটাৰ এলেকা বিয়পি আছে।...
Read moreDetails২০২১ চনৰ চেৰ’গেচি আইনত চেৰ’গেচিৰ বয়সৰ উচ্চ সীমা নিৰ্ধাৰণ কৰা হৈছে। বয়সৰ সীমা মহিলাৰ বাবে ২৩ৰ পৰা ৫০ বছৰ আৰু...
Read moreDetailsশীতৰ এই সমছোৱাত গৰম একাপ কফিয়ে আমাক আনন্দ প্ৰদান কৰে। আমি প্ৰায় সকলোৱে শীতকালত কফি খাওঁ। কিন্তু কেৱল গাখীৰ বা...
Read moreDetailsৰিজ বা Rizz। ৰোমান্টিক সংগীক আকৰ্ষণ কৰাৰ অন্যতম উপায়। ২০২৩ চনৰ বৰ্ষশ্ৰেষ্ঠ শব্দ হিচাপে নিৰ্বাচিত হৈছে এই শব্দটো, যাৰ অৰ্থ...
Read moreDetailsটেলিভিছনৰ অন্যতম জনপ্ৰিয় মেগা ছিৰিয়েল চি আই ডি। দুদিনমানৰ পৰা ইটোৰ পিছত সিটো খবৰ আহি আছে। চিকিৎসালয়ত ভৰ্তি অন্যতম জনপ্ৰিয়...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd