ভাৰতীয় লেখিকা গীতাঞ্জলি শ্ৰী আৰু আমেৰিকান অনুবাদক ডেইজি ৰকৱেলে তেওঁলোকৰ উপন্যাস 'ড়ুম্ব অফ ছেণ্ড'ৰ বাবে আন্তৰ্জাতিক বুকাৰ বঁটা লাভ কৰিছে।...
Read moreDetailsঅসম বহুভাষিক কবি সন্মিলনৰ প্ৰথম অধিৱেশনখনি দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ প্রতিনিধিৰ নাম পঞ্জীয়ন আৰু...
Read moreDetails‘চিৰ চেনেহী মোৰ ভাষা জননী’ৰ বাবে আজি এটা গৌৰৱময় দিন। সততে মাতৃভাষাৰ সংকটক লৈ চৰ্চা চলি থকাৰ মাজতে গুগলে দিলে...
Read moreDetailsকেইদিনমান আগতে অসমলৈ প্ৰধানমন্ত্ৰী মোদী আহোঁতে চাৰিওফালে মোদী-মোদী ধ্বনিৰে উদুলি-মুদুলি৷পিছে তেওঁ যোৱাৰ পিছত দেখোন ৰতন টাটাৰ কথাহে বেছিকৈ ওলাল৷বন্ধু জয়ন্তই...
Read moreDetailsসোমবাৰৰ পৰা তামুলপুৰৰ ঐতিহ্যমণ্ডিত কচুবাৰিস্থিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত (গোঁজন ফৌথাৰ) অনুষ্ঠিত হৈছে বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিবেশন। বড়ো...
Read moreDetailsঅসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক তথা প্রাক্তন সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ সোঁৱৰণত প্ৰত্যেক বছৰে তেওঁৰ মৃত্যু তিথিটো অসম জাতীয় পৰিষদে ভাষা...
Read moreDetailsকোনো মতাদৰ্শ, দৃষ্টিভংগী বা তত্ত্বই যিহেতু শেষ সত্যৰ ঠিকনা দিব নোৱাৰে, গতিকে এইবোৰেও যথা সময়ত উত্তৰপৰ্বক বাট এৰি দিবলগীয়া হয়।...
Read moreDetailsভাৰতীয় জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা তথা জ্ঞানপীঠ বঁটাপ্রাপক,পদ্মভূষণ ড° প্রতিভা দেৱী ৰয় সোমবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত উপস্থিত...
Read moreDetailsগুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সোমবাৰে ৫৬ সংখ্যক জ্ঞানপীঠ পুৰস্কাৰ গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণৰ সম্পূৰ্ণ পাঠ পাঠকলৈ আগবঢ়োৱা হ’ল।...
Read moreDetailsসোমবাৰে ৰবীন্দ্ৰ ভৱনত কাব্যঋষি নীলমণি ফুকনক ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd