ঠাইখন গোলাঘাট জিলাৰ চুঙাজান। চুঙাজানক কেৱল সীমান্তৱৰ্তী ঠাইয়ে নহয়, অত্যন্ত প্ৰত্যন্ত অঞ্চল বুলিও অভিহিত কৰিব পাৰিব। এই ঠাইখনৰে আছে এক...
Read moreDetailsবঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁৱস্থিত হোটেল জাহ্নৱীত আয়োজিত এক অনুষ্ঠানত 'নক্সি লিটিল টেলচ্’ নামৰ ইংৰাজী চুটি গল্পৰ পুথি এখন উন্মোচন কৰা...
Read moreDetailsস্বাধীন অসমৰ দাবীত সংগ্ৰাম আৰম্ভ কৰা আলফাৰ প্ৰায় ২০,০০০ নেতা সদস্য শ্বহীদ হ’ল। ইয়াৰে কিছু সংখ্যকৰ কথা আমি জানো যদিও...
Read moreDetailsঅসম সভা পত্ৰিকাৰ ষষ্ঠ সংখ্যাটো অসমীয়া-সাহিত্য বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলোৱা হৈছে বুলি অসম সাহিত্য সভাৰ পত্ৰিকা...
Read moreDetailsধুবুৰী জিলা সাহিত্য সভাৰ সহযোগত সাপটগ্ৰাম চহৰৰ কাছাৰী দুৰ্গাবাৰী প্ৰাংগনত সাপটগ্ৰাম শাখা সাহিত্য সভাৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান আৰু অসম...
Read moreDetailsশাৰীৰিক অসুস্থতাৰ বাবে নতুন দিল্লীলৈ গৈ বঁটা গ্ৰহণ কৰিব নোৱাৰা কথা শিল্পী ইমৰাণ শ্বাহক আজি আনুষ্ঠানিক ভাবে পদ্মশ্ৰী সন্মান প্ৰদান...
Read moreDetailsঅসমীয়া ভাষাটো মুখ্যমন্ত্ৰীক যিকোনো প্ৰকাৰে ৰক্ষা কৰাৰ আহ্বান জনালে জ্ঞানপীঠ বঁটা বিজয়ী কাব্যঋষি নীলমনি ফুকনে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই...
Read moreDetailsনৱ বৰ্ষৰ প্ৰাকক্ষণত পঞ্চতীৰ্থ হাজোত আজি আনুষ্ঠানিক ভাবে উন্মোচন কৰা হয় প্ৰভাত ভাগৱতীৰ কবিতা সংকলন 'অনুভূতি'। হাজোৰ চন্দ্ৰমা হোটেলত আয়োজিত...
Read moreDetailsআজি শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু শিৱসাগৰ বাতৰি কাকত বিতৰক ( হ’কাৰ ) আৰু শিৱসাগৰবাসীৰ সহযোগত ভাষাৰ ওজা হেমচন্দ্ৰ...
Read moreDetailsJnanpith Award : নতুন বছৰৰ প্ৰাকক্ষণত অসমলৈ আহিছে এক সুখবৰ। ৰাজ্যৰ এগৰাকী বিশিষ্ট কবি নীলমণি ফুকনলৈ আগবঢ়োৱা হৈছে জ্ঞানপীঠ বঁটা।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd