বিৰাট কোহলীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিলে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কজনে শচীন তেণ্ডুলকাৰ আৰু ৰিকি পন্টিংক অতিক্ৰম কৰি মাইলষ্টোন...
Read moreDetailsৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষা (NEET) ফেডাৰেলিজমৰ উলংঘন আৰু স্বৈৰাচাৰী বুলি দাবী কৰি মেডিকেলত নামভৰ্তিৰ চৰ্ত হিচাপে এই পৰীক্ষাৰ বাবে...
Read moreDetailsজীৱিকাৰ এক স্থায়ী সমাধানৰ আশাত এটি চৰকাৰী চাকৰিৰ বাবে থকা হেঁপাহ পূৰণ কৰিবলৈ গৈ নিদাৰুণভাৱে মৃত্যুক সাবটিবলগীয়া হৈছে এগৰাকী যুৱকে।...
Read moreDetailsঅৱশেষত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাই মুকলি কৰিলে দিল্লীৰ মেয়ৰ নিৰ্বাচনৰ পথ। শীৰ্ষ আদালতত আম আদমী পাৰ্টিৰ বৃহৎ বিজয়ৰ এদিন পিছতে আজি...
Read moreDetailsসমুখত আৰু এটা বছৰ, কাষ চাপিছে ২৪ ৰ লোকসভা নিৰ্বাচন। দিল্লীৰ মচনদ দখলৰ ৰণনীতি প্ৰস্তুতেৰে কঁকালত টঙালি বান্ধিছে শাসক-বিৰোধী উভয়েই।...
Read moreDetailsহাৰিয়ানাৰ এখন গাঁৱত স্থাপন কৰা হ’ব উত্তৰ ভাৰতৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ। দেশৰ ৰাজধানী দিল্লীৰ পৰা উত্তৰে প্ৰায় ১৫০ কিঃমিঃ...
Read moreDetailsসুৰা কেলেংকাৰীৰ গোচৰৰ আওতাৰ পৰা মুক্ত হোৱা নাই দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়া। গোচৰৰ তদন্ত চলাই থকা...
Read moreDetailsদৈনিক ন ন তথ্য উদঘাটন হৈছে দিল্লীৰ চাঞ্চল্যকৰ নিকি যাদৱ হত্যাকাণ্ডৰ। নিজৰ লিভ-ইন সংগীয়ে যুৱতীগৰাকীক হত্যা কৰি এখন ৰেষ্টুৰেণ্টৰ ফ্ৰীজৰ...
Read moreDetailsদেশত এতিয়া আৰু কোনো গণতন্ত্ৰ নাই। দলৰ প্ৰতিষ্ঠাপক বালাচাহেব ঠাকৰেৰ পুত্ৰ উদ্ধৱ ঠাকৰেই নিৰ্বাচন আয়োগৰ নিৰ্দেশত শিৱসেনাৰ নাম আৰু প্ৰতীক...
Read moreDetailsউচ্চতম ন্যায়ালয়ে বুধবাৰে আদানি গ্ৰুপ-হিণ্ডেনবাৰ্গ বিতৰ্কত কেন্দ্ৰীয় চৰকাৰৰ পৰা চীলড কভাৰত ৰখা পৰামৰ্শ নথি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদানি বিষয়ত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd