• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰিয়া-লিবিয়াৰ দৰে পৰিস্থিতি মণিপুৰত? কেন্দ্ৰক সকীয়াই দিলে প্ৰাক্তন সেনা প্ৰধানে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2023 12:52 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ডেৰ মাহৰ পাছতো মণিপুৰৰ গোষ্ঠীগত হিংসা বন্ধ হোৱা নাই। মণিপুৰত বৃদ্ধি পাইছে মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত হিংসাত্মক ঘটনা। ইফালে কেন্দ্ৰীয় মন্ত্ৰীৰ বাসগৃহতো অগ্নিসংযোগ কৰা হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শান্তিৰ আবেদন নাকচ কৰিছে দুয়োটা গোষ্ঠীৰ ৰাইজে।

ইপিনে, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল (অৱসৰপ্ৰাপ্ত) বেদ প্ৰকাশ মালিকে মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰি ৰাজ্যত চলি থকা হিংসাত্মক পৰিস্থিতি বন্ধ কৰাৰ বাবে চৰকাৰক শীঘ্ৰে পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

লগতে পঢ়ক: অসম ৰাইফলছৰ অভিযোগৰ পিছতে দেশদ্ৰোহৰ অভিযোগৰ সন্মুখীন মণিপুৰৰ মেইটেই নেতা

Apply Now

মণিপুৰৰ পৰিস্থিতিক উদ্বেগজনক আখ্যা দি তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে জৰুৰী পদক্ষেপ গ্ৰহণত গুৰুত্ব দিবলৈ আহ্বান জনায়।

আনহাতে, লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) নিশিকান্ত সিঙে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত টুইট কৰি লিখিছে “মই মণিপুৰৰ এজন সাধাৰণ নাগৰিক, অৱসৰৰ পিছত ইয়াতেই বাস কৰি আছো। ৰাজ্যখন এতিয়া ‘ৰাষ্ট্ৰহীন’। লিবিয়া, লেবানন, নাইজেৰিয়া, ছিৰিয়াত কি হৈ আছে। মণিপুৰৰ এতিয়া সেই অৱস্থা। মণিপুৰৰ জনসাধাৰণে কেতিয়া ক’ত হিংসাৰ বলি হ’ব সেই আশংকাই খেদি ফুৰিছে৷’’

An extraordinary sad call from a retired Lt Gen from Manipur. Law & order situation in Manipur needs urgent attention at highest level. @AmitShah @narendramodi @rajnathsingh https://t.co/VH4EsLkWSU

— Ved Malik (@Vedmalik1) June 16, 2023

নিশিকান্ত সিঙৰ এই টুইটটো ৰিটুইট কৰি প্রাক্তন সেনাধ্যক্ষগৰাকীয়ে লিখিছে, ‘মণিপুৰৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেলৰ মনোভাৱে দেখুৱাইছে যে মণিপুৰৰ আইন-শৃংখলাৰ পৰিস্থিতি কিমানখিনি পতন ঘটিছে৷ চৰকাৰে পৰিস্থিতিৰ গুৰুত্ব বুজি ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

যোৱা মাহৰ আৰম্ভণিতে মণিপুৰত কুকি জনগোষ্ঠীৰ এক সমাৱেশৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই সম্প্ৰদায়ক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিবাদত এই সমাৱেশ আহ্বান কৰা হয়।

লগতে পঢ়ক: গীতিকাৰ মোডী! গ্ৰেমী বিজয়ী কণ্ঠশিল্পী ফালুৰ সৈতে মিলি লিখিছে গীত! শুনাব বজ্ৰাৰ উপকাৰিতা

ৰাজ্যখনত এই পৰ্যন্ত ১০০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছে, আৰু ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাত ৩০০ৰো অধিক লোক আহত হৈছে। দহ হাজাৰৰো অধিক ঘৰ জ্বলি গৈছে। ৰাজ্যত বিপুল পৰিমাণৰ সা-সম্পত্তিৰ ক্ষতিসাধন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

অৰুণাচলত আকস্মিক বানে উটুৱাই নিলে সেনা শিবিৰ; সন্ধানহীন ৫জোৱান, ভূমিস্খলনত মৃত্যু ৪ জনৰ

August 16, 2026 10:39 am
হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd