দেশ

শ্ৰদ্ধা ৱালকাৰৰ হত্যাকাৰী আফতাব আমিন পুনাৱালাৰ নাৰ্কো টেষ্টৰ অনুমতি প্ৰদান কৰিলে ন্যায়ালয়ে

দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হত্যাকাৰী প্ৰেমিক আফতাবে আৰক্ষীৰ সন্মুখত এতিয়াও মুখ খোলা নাই।আফতাফৰ ঘৰত উদ্ধাৰ...

Read moreDetails

পথৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ আহি মঞ্চতে অসুস্থ হৈ পৰিল কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী শিলিগুৰিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি অসুস্থ হৈ পৰিছে। মন্ত্ৰীগৰাকীয়ে চাৰিলেনযুক্ত...

Read moreDetails

ৰাজস্থান কংগ্ৰেছত বিদ্ৰোহৰ উকমুকনি, অজয় মাকেনৰ পদত্যাগে অস্বস্তিত পেলাইছে কংগ্ৰেছৰ শীৰ্ষ মহলক

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সময়ত ৰাজস্থানৰ ৰাজনীতি আলোচনাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছিল। ৰাজ্য খনৰ মুখ্যমন্ত্ৰী অশোক গেহলটে সভাপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ...

Read moreDetails

অপহৰণৰ স্বৰচিত নাটক কৰি পিতৃক ৩০ লাখ টকাৰ মুক্তিপণ দাবী পুত্ৰৰ, আৰক্ষীৰ অনুসন্ধানত ফাদিল সমগ্ৰ কাণ্ড

উত্তৰ প্ৰদেশৰ কানপুৰত সংঘটিত এক অপহৰণ কাণ্ডই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এগৰাকী যুৱকে নিজৰ অপহৰণৰ নাটক কৰি নিজ পিতৃৰ পৰাই...

Read moreDetails

চলন্ত অটোৰিক্সাত কিশোৰীক যৌন উৎপীড়নৰ চেষ্টা চালকৰ: আত্মৰক্ষাৰ বাবে পথত জাঁপ দিলে কিশোৰীয়ে

দেশত বৰ্দ্ধিত ধৰ্ষণৰ ঘটনাক কেন্দ্ৰ কৰি নাৰী সুৰক্ষাক লৈ উত্থাপিত প্ৰশ্নৰ সময়তে এইবাৰ মহাৰাষ্ট্ৰত সংঘটিত হৈছে চলন্ত বাহনত কিশোৰী উৎপীড়নৰ...

Read moreDetails

হৃদয়বিদাৰক! মন্দিৰত চুৰিৰ অভিযোগত গণপ্ৰহাৰত প্ৰাণ হেৰুৱালে ১০ বৰ্ষীয় কন্যা শিশুৱে

তামিলনাডুত সংঘটিত এক নিৰ্মম কাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ। ৰাজ্যখনৰ পুডুকোট্টাইৰত এটা মন্দিৰত চুৰি কৰাৰ অভিযোগত উন্মত্ত জনতাৰ আক্ৰমণৰ বলি...

Read moreDetails

নিৰাপত্তাৰ সংশয়! মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ মুক্তিত বিলম্ব

ভীমা কোৰেগাঁও গোচৰত কাৰাবন্দী হৈ থকা মানৱ অধিকাৰ কৰ্মী গৌতম নৱলাখাৰ মুক্তি বুধবাৰে পুনৰবাৰ স্থগিত ৰাখিছে নিয়া আদালতে। তদন্তকাৰী সংস্থা...

Read moreDetails

বায়ু সেনাৰ ৩২ গৰাকী প্ৰাক্তন মহিলা বিষয়াৰ নৈতিক বিজয়: লাভ কৰিব সম্পূৰ্ণ পেঞ্চন

অৱশেষত ১২ বছৰ ধৰি চলি থকা ন্যায়িক যুঁজৰ অন্তত বুধবাৰে নৈতিক বিজয় সাব্যস্ত কৰিছে বায়ু সেনাৰ ৩২ গৰাকী মহিলা বিষয়াই।...

Read moreDetails

হিমাচল প্ৰদেশত ভয়াৱহ ভূমিস্খলন: তিনিগৰাকী শ্ৰমিকৰ মৃত্যু

হিমাচল প্ৰদেশৰ চোলান জিলাত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ ভূমিস্খলন। জিলাখনৰ ভেৰে কা খেচ নামৰ এখন গাঁৱত সংঘটিত হোৱা এই...

Read moreDetails

‘মাটন চুপ’ত চাউল ওলোৱাৰ বাবেই ৱেইটাৰক হত্যা কৰিলে গ্ৰাহক: আহত আন দুই কৰ্মচাৰী

যোৱা নিশা মহাৰাষ্ট্ৰৰ পুনেৰ এখন হোটেলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পুনেৰ পিম্পল সৌদাগৰ নামৰ এক অঞ্চলস্থিত এখন হোটেলৰ এগৰাকী...

Read moreDetails
Page 1354 of 1806 1 1,353 1,354 1,355 1,806

Stay Connected

Recent News