DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, March 29, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

শিবিৰৰ ভিতৰত উদ্ধাৰ চিআৰপিএফ জোৱানৰ গুলীবিদ্ধ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 28, 2023 9:20 pm
Jawan Found Shot Dead
102
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ চিআৰপিএফ- ৰ এটা শিবিৰৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী জোৱানৰ গুলীবিদ্ধ মৃতদেহ। জোৱানগৰাকীয়ে আত্মহত্যা কৰা বুলি জানিবলৈ দিছে বিভাগীয় বিষয়াই।

বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই সদৰী কৰা মতে, মৃত জোৱানগৰাকী নওচেৰা অঞ্চলৰ টাইন ব্ৰীজ শিবিৰৰ ভিতৰত চেণ্ট্ৰী ডিউটিত আছিল। পুৱা প্ৰায় ২.৪৫ বজাত তেওঁ নিজৰ চাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰা বুলি বিষয়াগৰাকীয়ে লগতে কয়।

জোৱানগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে লগতে আৰক্ষীয়ে বিষয়টোত তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

নিহত জোৱানগৰাকী কেৰালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱা ১ জানুৱাৰীৰ ধানগৰী সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিয়োগ কৰা ১৮ টা অতিৰিক্ত কোম্পানীৰ অধীনত জোৱানগৰাকীক ৰাজৌৰীত নিযুক্তি দিয়া হৈছিল।

Recent News

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

ফেচবুক কৰ্ণাৰ : অসমীয়া-বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা সম্ভৱ নহয়

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

ঘৃণাসূচকৰ বক্তব্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত পলম : উচ্চতম ন্যায়ালয়ৰ ধমক

ফেচবুক কৰ্ণাৰ : ( দিল্লীত ) অহা বিশদিন অত্যন্ত গুৰুত্বপূৰ্ণ ।

ফেচবুক কৰ্ণাৰ : ( দিল্লীত ) অহা বিশদিন অত্যন্ত গুৰুত্বপূৰ্ণ ।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd