আজি দেশৰ দুই গুৰুত্বপূৰ্ণ ৰাজ্য হিমাচল প্ৰদেশ আৰু গুজৰাটত অনুষ্ঠিত হৈছে বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনা। ইয়াৰ বাহিৰেও দেশৰ আন...
Read moreDetailsভাৰতৰ ধৰ্মীয় স্বাধীনতাক লৈ আকৌ এবাৰ আমেৰিকাই মুখ খুলিছে। অৱশ্যে জো বাইডেন প্ৰশাসনে ভাৰতৰ ধৰ্মীয় অহিষ্ণুতাক প্ৰত্যক্ষভাৱে সমালোচনা কৰি মন্তব্য...
Read moreDetailsসমগ্ৰ দেশজুৰি ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰা। ২০২২ বৰ্ষৰ ৭ ছেপ্তেম্বৰৰ দিনা তামিলনাদুৰ কন্যাকুমাৰীৰ...
Read moreDetailsক্ৰমশ: হিমাচলৰ ক্ষমতা পুনৰুদ্ধাৰৰ দিশত অগ্ৰসৰ হৈছে কংগ্ৰেছ। চলি থকা ভোটগণনাত গুজৰাটত ধূলিস্যাত হ'লেও হিমাচল প্ৰদেশত চৰকাৰ গঠনৰ সম্ভাৱনা প্ৰায়...
Read moreDetailsআজি চলি আছে বিতৰ্কিত আৰু চৰ্চিত গুজৰাট বিধান সভা নিৰ্বাচনৰ ভোট গণনা। ৰাজনৈতিক মহলৰ আশংকা মতেই গুজৰাটৰ ভোট গণনাই দিছে...
Read moreDetailsশ্ৰদ্ধা হত্যাকাণ্ডকে ধৰি ইটোৰ পিছত সিটোকৈ পোহৰলৈ অহা নৃশংস হত্যাকাণ্ড, দেশৰ বিভিন্ন প্ৰান্তত চুটকেছৰ ভিতৰত মৃতদেহ উদ্ধাৰক লৈ বিগত সময়চোৱাত...
Read moreDetailsচলি আছে দেশৰ দুই ৰাজ্য হিমাচলপ্ৰদেশ আৰু গুজৰাটৰ বিধান সভা নিৰ্বাচনৰ ভোট গণনা। গণনাই যেন উশাহ চুটি কৰি আনিছে ৰাজনৈতিক...
Read moreDetailsসাৰথি এখন দ্ৰুতবেগী কে.টি.এম বাইক। বাইকখনৰ গতিৰ ভৰসাতে কৰি আহিছিল ইটোৰ পিছত সিটো ডকাইতি। পথৰ কাষেৰে গৈ থকা যাত্ৰীৰ পৰা...
Read moreDetailsআগবাঢ়িছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৰাজ্যখনৰ পৰম্পৰাগত ৰাজনৈতিক গতিবিধিৰ দৰেই এইবাৰো এতিয়ালৈকে প্ৰায় নিৰ্বাচনী যুঁজ চলিছে কংগ্ৰেছ আৰু বিজেপিৰ...
Read moreDetailsপ্ৰত্যাশিতভাৱেই ক্ৰমাগত সপ্তমটো কাৰ্যকালৰ লক্ষ্যৰে গুজৰাটৰ ক্ষমতা দখলৰ দিশে আগবাঢ়িছে গেৰুৱা দল বিজেপি। বিপক্ষৰ সকলো ৰাজনৈতিক সম্ভাৱনাক ধূলিস্যাত কৰি ১৮২...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd