DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰেমিকৰ সন্মুখতে প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ; ৫ জনক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 14, 2023 2:09 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

101
VIEWS
Share on FacebookShare on Twitter

এগৰাকী কলেজীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ কৰা হৈছে যে ১৯ বছৰীয়া যুৱতীগৰাকীক ডিঙিত চুৰি লগাই ৰাখি ধৰ্ষণ কৰা হৈছিল। ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তামিলনাডুত সংঘটিত হৈছে এই জঘণ্য ঘটনা।

ঘটনাটো বৃহস্পতিবাৰে সন্ধিয়া কাঞ্চিপুৰম অঞ্চলত সংঘটিত হৈছিল। কলেজলৈ যোৱা যুৱতীগৰাকীয়ে তাইৰ প্ৰেমিকৰ সৈতে খোজ কাঢ়ি ফুৰিবলৈ গৈছিল। দুয়ো খোজ কাঢ়ি এক নিৰ্জন ঠাইত উপনীত হৈছিল।

লগতে পঢ়ক: অঘটন! ‘ভাৰত জোড়ো যাত্ৰা’ত ৰাহুল গান্ধীৰ লগত খোজ কাঢ়ি থাকোঁতে জলন্ধৰৰ কংগ্ৰেছ সাংসদৰ মৃত্যু

হঠাতে দুজন মাতাল ব্যক্তিয়ে যুৱতীগৰাকীৰ পুৰুষ বন্ধুক আক্ৰমণ কৰে। দুয়োজন মানুহৰ মুখত মাস্ক আছিল। তাৰ পিছত আন চাৰিজন দুৰ্বৃত্তও ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে কয় যে যুৱতীগৰাকীক ডিঙিত চুৰি ৰাখি এটুকুৰা অন্ধকাৰ ঠাইলৈ লৈ যোৱা হৈছিল। তাৰ পিছত এটা এটাকৈ দুৰ্বৃত্তই পাশৱিক অত্যাচাৰ চলায়।

ঘটনাটোৰ সন্দৰ্ভত ইতিমধ্যে পাঁচজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে আন এজন ব্যক্তিক বিচাৰি আছে।

প্ৰশাসনৰ সূত্ৰ অনুসৰি, দুৰ্বৃত্তই যুৱতীগৰাকীৰ পুৰুষ বন্ধুকো প্ৰহাৰ কৰিছিল।  প্ৰেমিকৰ সন্মুখতে ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল। অভিযুক্তসকলে তাৰপিছত দুয়োকে ৰাজপথৰ কাষত এৰি পলাই গৈছিল।

লগতে পঢ়ক: বিৰহ নে অভিমান! জেৰাৰ্ডৰ সৈতে বিচ্ছেদক লৈ গোৱা ছাকিৰাৰ গানটোৱে ভাঙিলে অভিলেখ

যুৱতীগৰাকী আৰু তেওঁৰ প্ৰেমিক তাৰ পৰা এক আত্মীয়ৰ ঘৰলৈ যায়। পিছত ছয়জন ব্যক্তিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত দলবদ্ধ ধৰ্ষণৰ গোচৰ ৰুজু কৰা হয়। যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd