দেশ

Cargo aircraft crash in Greece: গ্ৰীচত দুৰ্ঘটনাত বিধ্বস্ত বিমান: কাৰ্গো বিমানখনে বাংলাদেশলৈ কঢ়িয়াই আনিছিল অস্ত্ৰ-শস্ত্ৰ

Cargo aircraft crash in Greece উত্তৰ গ্ৰীচত দুৰ্ঘটনাগ্ৰস্ত হৈ এখন কাৰ্গো বিমান বিধ্বস্ত হৈছে। বিষয়াসকলে জানিবলৈ দিয়া মতে কাৰ্গো বিমানখনে...

Read moreDetails

বিনা দোষত কাৰাগাৰত কটালে ছয়টাকৈ বছৰ: অৱশেষত নিৰ্দোষ সাব্যস্ত হ’ল নক্সাল আক্ৰমণত অভিযুক্ত ১২১ জন আদিবাসী লোক

ছত্তীশগড়ৰ দান্তেৱাড়া জিলাৰ এখন আদালতে শুকুৰবাৰে ২০১৭ চনৰ বুৰ্কাপাল নক্সাল আক্ৰমণৰ গোচৰত গ্ৰেপ্তাৰ কৰা ১২১ জন আদিবাসী লোকক নিৰ্দোষ সাব্যস্ত...

Read moreDetails

মাজ পথতে ইণ্ডিগ’ বিমানত কাৰিকৰী বিজুতি: পাকিস্তানৰ কৰাচী বিমানবন্দৰত জৰুৰী অৱতৰণ

শাৰজাহ-হায়দৰাবাদ যাত্ৰাৰত ইণ্ডিগ’ৰ এখন বিমানত যাত্ৰা পথতে কাৰিকৰী বিজুতিৰ বাবে পাকিস্তানৰ কৰাচী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ বাধ্য হয়। বিমানৰ...

Read moreDetails

উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন: আজি প্ৰাৰ্থী সম্পৰ্কে আলোচনাৰ বাবে মিলিত হ’ব বিৰোধী

অহা ৬ আগষ্টত অনুষ্ঠিত হ’বলগীয়া দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ সম্পৰ্কে আজি আলোচনাত মিলিত হ'ব বিৰোধী। সংসদৰ আগন্তুক...

Read moreDetails

তিনি সহকৰ্মীক গুলীয়াই আঘাত কৰি নিজকে গুলীয়াই হত্যা আই টি বি পি জোৱানৰ

জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত আজি আবেলি সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনত কৰ্মৰত এগৰাকী ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীৰ (ITBP) জোৱানে তিনিজন সহকৰ্মীক...

Read moreDetails

পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ এন ডি এৰ

অহা ৬ আগষ্টত অনুষ্ঠিত হ'বলগীয়া দেশৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে পশ্চিম বংগৰ ৰাজ্যপাল জগদ্বীপ ধনখড়ক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে শাসনাধিষ্ঠ এন...

Read moreDetails

মুম্বাইৰ বন্দৰত ৩৬৫ কোটি টকাৰ মৰ্ফিন জব্দ

নৱী মুম্বাই আৰক্ষীয়ে মুম্বাইৰ নাভা শ্বেভা বন্দৰৰ এটা কণ্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ মৰ্ফিনৰ ভাণ্ডাৰ জব্দ কৰিছে। কণ্টেইনাৰটোত উদ্ধাৰ কৰা মৰ্ফিনৰ...

Read moreDetails

পঞ্জাৱৰ বাথিণ্ডাত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি

পঞ্জাৱৰ বাথিণ্ডা চহৰৰ ৰামমান মাণ্ডিৰ এখন ৰাজহুৱা উদ্যানত থকা জাতিৰ পিতা মহাত্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি ভাঙি চূৰমাৰ কৰিছে কোনো অচিনাক্ত...

Read moreDetails

নিৰ্মীয়মান গুদামৰ দেৱাল খহি প্ৰাণহানি ৫ গৰাকী লোকৰ, ৯ জন আহত

দিল্লীৰ আলিপুৰ অঞ্চলত আজি বিয়লি সংঘটিত হৈছে এক ভয়াৱহ দুৰ্টনা। অঞ্চলটোত নিৰ্মীয়মান অৱস্থাত থকা এটা গুদামৰ দেৱাল খহি পৰাৰ ফলত...

Read moreDetails

চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ কিশোৰীক: মোবাইল যোগে ৰেকৰ্ড কৰিলে ধৰ্ষণৰ দৃশ্য

আকৌ এবাৰ প্ৰমাণিত হ'ল দেশৰ আইন-শৃংখলা তথা নিৰাপত্তা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ। দেশৰ অন্য কোণ বাদেই, খোদ ৰাষ্ট্ৰীয় ৰাজধানীতে যে নাই...

Read moreDetails
Page 1429 of 1808 1 1,428 1,429 1,430 1,808

Stay Connected

Recent News