• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ: উৰিষ্যাত দুই মহিলা মাওবাদী সদস্য নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2022 8:00 pm
Maoists killed
111
VIEWS
Share on FacebookShare on Twitter

উৰিষ্যাত আজি নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাইছে দুগৰাকী মহিলা মাওবাদী সদস্যই। ৰাজ্যখনৰ বোলাংগীৰ জিলাৰ গান্ধমৰ্দন পাহাৰ অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হয়।

উৰিষ্যাৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকৰ আগত দিয়া ভাষ্য মতে বোলাংগীৰ আৰু বৰগড় অঞ্চলত মাওবাদীৰ উপস্থিতিৰ বিষয়ে নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বুধবাৰে মাজনিশা অভিযান আৰম্ভ কৰা হৈছিল।

বৃহস্পতিবাৰে পুৱা প্ৰায় ১০.৩০ বজাত নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত ৫ গৰাকী মাওবাদী সদস্যৰ উপস্থিতি প্ৰত্যক্ষ কৰে আৰু তাৰ পাছতে তেওঁলোকক লক্ষ্য কৰি গুলীচালনা কৰে।

প্ৰায় ডেৰ ঘণ্টা ধৰি দুয়োপক্ষৰ চলি থকা গগুলীবৰ্ষণৰ পাছত নিৰাপত্তাৰক্ষীৰ গুলীত মাওবাদী সদস্য দুগৰাকীৰ মৃত্যু হয়।

এই সংঘৰ্ষৰ পিছত অঞ্চলটোত তালাচী চলোৱাৰ সময়ত মাওবাদী ইউনিফৰ্ম পৰিহিত দুগৰাকী মহিলাৰ মৃতদেহ আৰু দুটা ৰাইফল উদ্ধাৰ হোৱা বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে।

মৃত দুয়োগৰাকী মাওবাদী সদস্যকে ইতিমধ্যে চিনাক্ত কৰা হৈছে বুলি তৈওঁ লগতে কয়। আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য মতে দুই মৃত মহিলা সদস্য ছত্তীশগড়ৰ বাসিন্দা, আৰু বোলাংগীৰ-বৰগড়-মহাছামুদ (BBM) মাওবাদী সংমণ্ডলৰ অন্তৰ্গত।

দুয়োগৰাকী সদস্যৰ শিৰত ৪ লাখ টকাকৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা হৈছিল বুলিও তেওঁ লগতে কয়। আনহাতে অঞ্চলটোত থকা আন তিনিগৰাকী মাওবাদী সদস্য সংঘৰ্ষস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় বুলি তেওঁ সদৰী কৰিছে।

Recent News

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd