দেশ

প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ সময়তে ৰাজধানী দিল্লীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী  

প্ৰাতঃভ্ৰমণলৈ ওলাই গৈ গুলীত থকা সৰকা হৈ পৰিল ব্যৱসায়ী। দিল্লীৰ শ্বাহদৰা জিলাৰ ফৰচ বজাৰ অঞ্চলত শনিবাৰে পুৱা সংঘটিত হয় এই...

Read moreDetails

মাইক্ৰ’ছফ্টৰ সৈতে ‘এ আই যুঁজ’ত নামিবলৈ সাজু গুগলৰ চিইঅ’ সুন্দৰ পিচাই!

মাইক্ৰ’ছফ্টৰ মুৰব্বী সত্য নাডেলাৰ সৈতে ‘এআই যুঁজ’ত নামিবলৈ সাজু গুগলৰ চিইঅ’ সুন্দৰ পিচাই। কেইমাহমানৰ আগতে সত্যই কটাক্ষ কৰিছিল যে এআই...

Read moreDetails

জয় শ্ৰীৰাম ক’বলৈ বাধ্য : আল্লাহৰ নাম লোৱাৰ বাবেই তিনি নাবালকক মাৰপিট হিন্দুত্ববাদীৰ

মুখেৰে আল্লাহৰ নাম উচ্চাৰণ কৰাৰ বাবেই হিন্দুত্ববাদীয়ে লক্ষ্য কৰি ল’লে তিনি নাবালকক। জয় শ্ৰীৰাম  নোকোৱালৈকে মাৰপিট কৰি থাকিল নাবালককেইটিক। এই...

Read moreDetails

২০২৫ চনত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

২০২৫ চনত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। শুকুৰবাৰেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই কথা সদৰী কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ...

Read moreDetails

ইউপিত ৪০ জন যাত্ৰী কঢ়িয়াই অনা বাছ আৰু ট্ৰাকৰ সংঘৰ্ষ: ৮ জন নিহত, ১৯ জন আহত

কান্নৌজ জিলাৰ ঔৰৈয়া সীমান্তৰ সমীপৰ আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱে’ত এখন শ্লীপাৰ বাছ আৰু এখন ট্ৰাকৰ সৈতে সংঘৰ্ষত ৮ জন লোকৰ মৃত্যু হয়,...

Read moreDetails

বিবিচিয়ে প্ৰকাশ কৰিলে বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকা : তালিকাত আছে ৩ গৰাকী ভাৰতীয় মহিলাৰ নাম

২০২৪ চনৰ বিশ্বৰ প্ৰভাৱশালী মহিলাৰ তালিকা প্ৰকাশ কৰিছে বিবিচিয়ে। বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত স্থান লাভ কৰিছে তিনিগৰাকী ভাৰতীয়ই। তেওঁলোক...

Read moreDetails

বৰ্তমানলৈ হাছদেৱ অৰণ্যত কটা হ’ল ৯৪,৪৬০জোপা গছঃ খননৰ বাবে আৰু ২.৭৩ লাখ গছ কটাৰ পৰিকল্পনা চৰকাৰৰ

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে বৃহস্পতিবাৰে (৫ ডিচেম্বৰ) ৰাজ্যসভাত এক প্ৰশ্নৰ উত্তৰত কয় যে ছত্তিশগড়ৰ হাছদেৱ...

Read moreDetails

বাবৰি মছজিদ আৰু ভাৰতীয় ন্যায় ব্যৱস্থা

আজি ৬ ডিচেম্বৰ। ছয় ডিচেম্বৰত ভাঙি পেলোৱা হৈছিল বাবৰি মছজিদ। এই উপাসনাস্থলী ভাঙি পেলোৱাটো ভাৰতৰ ইতিহাসৰ এক ক’লা অধ্যায়। উনৈচশ...

Read moreDetails

কংগ্ৰেছ সাংসদৰ আসনৰ তলত উদ্ধাৰ টকাৰ বাণ্ডিল; তোলপাৰ ৰাজ্যসভা, তদন্ত ঘোষণা অধ্যক্ষৰ

অধিবেশন চলি থকাৰ মাজতে তীব্ৰ হুলস্থুল তথা বাক্ বিতণ্ডাৰ সৃষ্টি হয়। শুকুৰবাৰে ৰাজ্যসভাৰ অধিৱেশন চলি থকাৰ মাজতে দীৰ্ঘসময় ধৰি এই...

Read moreDetails

অষ্টম শ্ৰেণী উত্তীৰ্ণ! মাত্ৰ ৭০ হাজাৰ টকাতে চিকিৎসকৰ প্ৰমান পত্ৰ লৈ চলাইছে চিকিৎসা

মাত্ৰ ৭০ হাজাৰ টকাৰ বিনিময়ত ভুৱা মেডিকেল চাৰ্টিফিকেট উলিয়াই ৰমৰমীয়া ব্যৱসায় চলাইছিল। তাকো স্বয়ং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰাজ্য গুজৰাটত। গুজৰাটৰ...

Read moreDetails
Page 786 of 1839 1 … 785 786 787 … 1,839

Stay Connected

Recent News