• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আইন অনুসৰি কাম কৰক’! ইডি-ক ধমক দি এক লাখ টকাৰ জৰিমনা বোম্বে উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 22, 2025 12:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোম্বে উচ্চ ন্যায়ালয়ে বলবৎকাৰী সঞ্চালকালয় (ইডি)ক ১ লাখ টকাৰ জৰিমনা বিহিছে। আদালতৰ মতে ইডিয়ে অযুক্তিকৰ কাৰণত এজন ব্যৱসায়ীৰ বিৰুদ্ধে আৰ্থিক জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল। ইয়াৰ বাবে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাকো ধমক দিয়ে। আদালতে কয় যে কোনো তদন্তকাৰী সংস্থাই আইন নিজৰ হাতত লৈ অপ্ৰয়োজনীয়ভাৱে মানুহক হাৰাশাস্তি কৰিব নোৱাৰে। উচ্চ ন্যায়ালয়ে লগতে কয় যে তদন্তকাৰী সংস্থাটোৱে যাতে আইনৰ পৰিসৰৰ ভিতৰত কাম কৰে তাৰ বাবে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।

ভূমি বিবাদক লৈ ইডিয়ে মুম্বাইৰ এজন ব্যৱসায়ীৰ বিৰুদ্ধে ধন সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল। এটা জৰাজীৰ্ণ অট্টালিকাৰ ক্ৰেতাই প্ৰথমে থানাত অভিযোগ কৰে যে ব্যৱসায়ীজনে তেওঁক প্ৰতাৰণা কৰিছে। লগতে চুক্তি ভংগৰ অভিযোগ উত্থাপন কৰে। পাছত সেই অভিযোগৰ ভিত্তিত ইডি-এ গোচৰ ৰুজু কৰে। ইডিয়ে দাখিল কৰা গোচৰৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ব্যৱসায়ীজন। তেওঁ দাবী কৰে যে এইটো কোনো আৰ্থিক আত্মসাৎৰ গোচৰ নহয়। এইটো এটা দেৱানী গোচৰ। ক্ৰেতাই অট্টালিকাটোক বাণিজ্যিক ভৱন হিচাপে স্বীকৃতি দিয়াৰ প্ৰমাণ পত্ৰ লাভ কৰাত পলম হোৱাৰ অভিযোগ থানাত দাখিল কৰিছিল। এই ক্ষেত্ৰত ব্যৱসায়ীজনে দাবী কৰে যে ক্ৰেতাই নিজেই অট্টালিকাৰ ভিতৰত কিছু কাম আৰম্ভ কৰিছিল। সেইবাবেই সেই নথি পোৱাত পলম হৈছিল।

Apply Now

ব্যৱসায়ীজনৰ বক্তব্য শুনাই ন্যায়াধীশ মিলিন্দ যাদৱেও পৰ্যবেক্ষণ কৰে যে এইটো এটা দেৱানী গোচৰ। ন্যায়াধীশ যাদৱে কয় যে ইডিয়ে এনেদৰে আইন নিজৰ হাতত ল’ব নোৱাৰে। তেওঁ বিল্ডিংটোৰ ইডি আৰু ক্ৰেতা দুয়োকে ১ লাখ টকাকৈ জৰিমনা বিহাৰ নিৰ্দেশ দিছে। ন্যায়াধীশে কয়, “মই জৰিমনা বিহিবলৈ বাধ্য হৈছো। কাৰণ ইডিৰ দৰে তদন্তকাৰী সংস্থালৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰাটো প্ৰয়োজন যে তেওঁলোকে আইনী কাঠামোৰ ভিতৰত কাম কৰিব লাগিব।সাধাৰণ মানুহক হাৰাশাস্তি কৰিবলৈ তেওঁলোকে আইন নিজৰ হাতত ল‘ব নোৱাৰে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd