দেশ

প্ৰাক্তন ভাৰতীয় ক্ৰিকেট তাৰকা অংশুমান গাইকোৱাডৰ দেহাৱসান

টিম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ তথা ৰাষ্ট্ৰীয় দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক অংশুমান গাইকোৱাডৰ দেহাৱসান ঘটিছে। গাইকোৱাডে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে।...

Read moreDetails

ইউপিএছচিয়ে বাতিল কৰিলে পূজা খেডকাৰৰ প্ৰাৰ্থীত্ব; ভৱিষ্যতে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা নিষেধাজ্ঞা

কেন্দ্ৰীয় লোকসেৱা আয়োগে বুধবাৰে বিতৰ্কিত প্ৰশিক্ষাৰ্থী আইএএছ বিষয়া পূজা খেডকাৰৰ অস্থায়ী প্ৰাৰ্থীত্ব বাতিল কৰাৰ লগতে আয়োগে অনুষ্ঠিত কৰা ভৱিষ্যতৰ সকলো...

Read moreDetails

অলিম্পিক পদক জয়ৰ দিশে ধাৱমান লাভলীনা বৰগোহাঁই; নৰৱেৰ প্ৰতিদ্বন্দ্বীক হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

পেৰিছ ২০২৪ অলিম্পিকত নৰৱেৰ পুজিলিষ্ট চুনিভা হফষ্টাডক পৰাস্ত কৰি মহিলাৰ ৭৫ কেজি ইভেণ্টৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে অলিম্পিকৰ ব্ৰঞ্জৰ পদক...

Read moreDetails

ৱায়ানাড ভূমিস্খলন: মৃত্যুৰ সংখ্যা ১৫৮ লৈ বৃদ্ধি, এতিয়াও অব্যাহত উদ্ধাৰ অভিযান

ৱায়ানাডৰ মেপ্পাডিৰ ওচৰৰ পাহাৰীয়া অঞ্চলত ব্যাপক ভূমিস্খলনৰ ফলত কমেও ১৫৮ জন লোকৰ মৃত্যু হৈছে, আৰু ২০০ৰো অধিক লোক আহত হৈছে।...

Read moreDetails

ভাৰতৰ ভূখণ্ডত চীনে নিৰ্মাণ কৰিছে ৪০০ মিটাৰ দৈৰ্ঘৰ সেঁতু , চলাচল কৰিছে চীনৰ যান-বাহন

ভাৰতৰ ভূখণ্ডত ৪০০ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰিছে চীনে। কেৱল সেয়াই নহয় ইয়াৰ ওপৰেৰে যান-বাহনো চলাইছে । শেহতীয়াকৈ উপগ্ৰহৰ...

Read moreDetails

ৱায়ানাডত মৃত্যুৰ উৎসৱ : ১৫৬ জনলৈ বৃদ্ধি পালে ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা

ধাৰাবাহিকভাবে হৈ থকা বৰষুণৰ ফলত মঙলবাৰে পুৱা কেৰালাৰ ৱায়ানাড জিলাৰ মেপ্পাডিৰ সমীপৰ পাহাৰীয়া অঞ্চলত ব্যাপক ভূমিস্খলন হয়। এই ভূমিস্খলনত এতিয়ালৈ...

Read moreDetails

মৰ্মান্তিক! ২৫০ ফুট দ কুঁৱাত পৰি শ্বাসৰুদ্ধ হৈ মৃত্যু এটি তিনি বছৰীয়া কন্যাশিশুৰ

দেউতাকৰ খেতিপথাৰত খেলি আছিল এগৰাকী কন্যাশিশুৱে। আন্ধাৰৰ বাবে দেখা নোপোৱাকৈয়ে মাটিৰ কাষতে থকা কুঁৱাত পৰিল এগৰাকী তিনি বছৰীয়া কিশোৰী। পাঁচ...

Read moreDetails

অৰবিন্দ কেজৰিৱালৰ মুক্তিৰ দাবীত যন্তৰমন্তৰত বিৰোধী ঐক্যমঞ্চৰ প্ৰতিবাদ; চৰকাৰৰ বিৰুদ্ধে সৰব ইণ্ডি এলায়েন্স

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবীত মঙলবাৰে যন্তৰ-মন্তৰত সমবেত হয় ইণ্ডি এলায়েন্সৰ সদস্য। তিহাৰ কাৰাগাৰত কেজৰিৱালৰ স্বাস্থ্যৰ অৱনতি ঘটিছে আৰু...

Read moreDetails

আশ্চৰ্য! চুহানা খানে চুলিত লগালে ৫০,০০০ টকা মূল্যৰ হেয়াৰক্লিপ

শেহতীয়াকৈ চুহানা খানে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত নৈশ পাৰ্টিৰ কেইখনমান ফটো শ্বেয়াৰ কৰিছিল। অভিনেত্ৰীগৰাকীক চিগনেচাৰ বডিকন পোচাকত আকৰ্ষণীয় দেখিছিল যদিও...

Read moreDetails

বিহাৰৰ উদ্ধাৰ বন্দুকৰ কাৰখানা : পশ্চিমবংগ আৰু বিহাৰৰ যুটীয়া অভিযানত উদ্ধাৰ বিশাল মজুত

বিহাৰত উদ্ধাৰ হৈছে বিশাল পৰিমাণৰ বন্দুকৰ সৈতে এটা অবৈধ অস্ত্ৰ নিৰ্মাণৰ কাৰখানা। পশ্চিমবংগ আৰু বিহাৰৰ বিশেষ আৰক্ষী দলে যুটীয়াভাবে অভিযান...

Read moreDetails
Page 897 of 1843 1 … 896 897 898 … 1,843

Stay Connected

Recent News