পূৰ্বৰ অভিলেখ ভংগ কৰি দেশত ২৪ ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত ৫৭,১১৮ গৰাকী লোক
ক’ৰ’ণা আক্ৰান্ত লোকৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ল। দেশত বিগত ২৮ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হ’ল ৫৭,১১৮ গৰাকী...
Read moreক’ৰ’ণা আক্ৰান্ত লোকৰ ক্ষেত্ৰত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ল। দেশত বিগত ২৮ ঘণ্টাত মাৰাত্মক ভাইৰাছ বিধত আক্ৰান্ত হ’ল ৫৭,১১৮ গৰাকী...
Read moreপেছাত তেওঁ চিকিৎসক। ভাবিছিল চিকিৎসা বৃত্তিৰে সুন্দৰকৈ চলি যাব তেওঁৰ জীৱন। কিন্তু বিধিৰ বিপাক, চিকিৎসা বৃত্তিৰে তেওঁৰ দৈনিক হাজিৰাই নোলোৱা...
Read moreমাত্ৰ কিছুদিন পূৰ্বে ভয়ংকৰ গেছ দুৰ্ঘটনাই জোকাৰি যোৱা অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ দুৰ্ঘটনা। বন্দৰ নগৰী...
Read moreলকডাইনৰ সময়ত কৰা সহায়ৰ বাবে ভূটানৰ ৰজা জিগমে খেছাৰে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিছে। ভূটানৰ সম্ৰাটগৰাকীয়ে অসমৰ...
Read moreক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থানত থকা ভাৰতত অপ্ৰতিৰোধ্য গতিৰে সংক্ৰমিত হৈ আছে ক’ৰ’ণা ভাইৰাছ । দেশত বিগত...
Read moreঅংক বহুতৰে বাবে জংক-পংক। সৰুতে অংকৰ সঠিক জ্ঞান আহৰণ নকৰাৰ ফল ডাঙৰ হৈ বহুতেই ভুগিবলগীয়া হয়। দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে দশম...
Read moreচীনক ভাতে মৰাৰ বাবে ভাৰতে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে। এইবাৰ ভাৰত চৰকাৰে ৰঙীণ টেলিভিশ্বন ছেটৰ আমাদানি নিষিদ্ধ কৰা হৈছে। চীনৰ...
Read moreগভীৰ সংকটৰ গৰাহত পৰিছে ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী অনিল আম্বানী। বেংকৰ পৰা ঋণৰ উপৰি ঋণ লৈ ধাৰৰ বোজাত পোত যোৱা অনিল...
Read moreসদৌ অসম ছাত্ৰ সন্থাই কেন্দ্ৰই গ্ৰহণ কৰা নতুন শিক্ষা নীতি ২০২০ সন্দৰ্ভত বৃহস্পতিবাৰে কয় যে তলৰ পৰা ওপৰলৈ শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনিৰ...
Read moreচনটো আছিল ২০০১। সেই চনৰে জানুৱাৰী মাহত লগত গোপন কেমেৰালৈ নতুন দিল্লীৰ প্ৰতিৰক্ষা দপ্তৰত প্ৰৱেশ কৰিছিল ‘নাৰদ’ নামেৰে খ্যাত সাংবাদিক...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd