দেশ

ইনষ্টাগ্ৰামত বয়স ২৫, বাস্তৱত ৪৫! বয়স লুকুৱাই ৰখাৰ বাবে বয়ফ্ৰেণ্ডে পিটিলে প্ৰেয়সীক

ছ’চিয়েল মিডিয়াত দুয়োৰে চিনাকি।ইজনে সিজনলৈ কৰা বাৰ্তাৰ পৰা বন্ধুত্ব লাহে লাহে বাঢ়িবলৈ ধৰিলে। সেই বন্ধুত্বৰ পৰা প্ৰেম। সম্পৰ্কত সোমাই পৰাৰ...

Read moreDetails

তামিলনাডুত নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল বাছ; ৫জন লোকৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত ৪৫ গৰাকী যাত্ৰী

তামিলনাডুৰ এটা পাহাৰীয়া পথত ৫৬ জন যাত্ৰী লৈ গন্তব্যস্থানৰ দিশে গৈ আছিল এখন ব্যক্তিগত বাছ। কিন্তু গন্তব্য স্থান পোৱাৰ আগতেই...

Read moreDetails

দিন বাগৰিল!আজি পৰ্যন্ত প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ চূড়ান্ত ভোটদানৰ তথ্য ৰাজহুৱা নকৰিলে নিৰ্বাচন আয়োগে

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ১৯ এপ্ৰিলত আৰু দ্বিতীয় পৰ্যায়ৰ ২৬ এপ্ৰিলত সমাপ্ত হোৱাৰ পাছতো ভাৰতৰ নিৰ্বাচন আয়োগে...

Read moreDetails

মহিলাক কান্ধত ধৰি থেলি দিয়াৰ অধিকাৰ কোনে দিলে মন্ত্ৰী পিযুষ হাজৰিকাক?

নাৰীশক্তিৰ কথা কোৱা প্ৰধানমন্ত্ৰী মোদীৰ নাক-কাণ কাটিলে হিমন্তৰ সোঁহাতস্বৰূপ মন্ত্ৰী পিযুষ হাজৰিকাই!মন্ত্ৰী পিযুষ হাজৰিকাৰ উগ্ৰমূৰ্তিৰ ভয়ংকৰ প্ৰতিফলন! অমিত শ্বাহৰ অসম...

Read moreDetails

প্ৰসংগঃ পতঞ্জলি! পুনৰ ইণ্ডিয়ান মেডিকেল এছ’চিয়েছনক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

শেহতীয়াকৈ পতঞ্জলি গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে আই এম এ (ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন)ক এক শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। ক’ভিড ১৯ৰ ঔষধৰ...

Read moreDetails

লোকসভা নিৰ্বাচনৰ পূৰ্বে কিয় গ্ৰেপ্তাৰ হ’ল কেজৰিৱালক? উচ্চতম ন্যায়ালয়ৰ ইডিক প্ৰশ্ন

লোকসভা নিৰ্বাচনৰ ঠিক আগতেই কিয় গ্ৰেপ্তাৰ হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক? মঙলবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা...

Read moreDetails

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দুই শতাধিক প্ৰাৰ্থীৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ, নিৰক্ষৰ অৰ্ধশতাধিক প্ৰাৰ্থী

অহা ৭ মে তাৰিখে অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। ভোট গ্ৰহণৰ আগে আগে ওলাইছে প্ৰত্যেকজন প্ৰাৰ্থীৰ সবিশেষ তথ্য।...

Read moreDetails

IPLৰ আচৰণ বিধি ভংগ! ১০০% মেচ মাচুল কৰ্তন আৰু এখন মেচৰ বাবে নিষিদ্ধ ঘোষণা হৰ্ষিত ৰাণাক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ত দিল্লী কেপিটেলছৰ বিৰুদ্ধে নিজৰ দলৰ খেলৰ সময়ত আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে কলকাতা...

Read moreDetails

বিজেপিৰ সংগ এৰিলে শিন্দে শিৱসেনাৰ প্ৰাক্তন মন্ত্ৰীয়ে; শাৰদ পাৱাৰ গোটৰ প্ৰাৰ্থীক সমৰ্থন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিন্দে নেতৃত্বাধীন শিৱসেনাৰ পৰা পদত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী সুৰেশ নৌলে। ইয়াৰ সমান্তৰালকৈ মঙলবাৰে বীৰ লোকসভা সমষ্টিত...

Read moreDetails

সুৰা নীতিৰ গোচৰত আপ নেতা মনীষ ছিছ’দিয়াৰ জামিন আবেদন নাকচ দিল্লী আদালতৰ

মঙলবাৰে দিল্লীৰ আদালতে সুৰা নীতিৰ গোচৰত আম আদমী পাৰ্টিৰ নেতা তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ জামিন আবেদন নাকচ কৰে। কেন্দ্ৰীয়...

Read moreDetails
Page 989 of 1847 1 … 988 989 990 … 1,847

Stay Connected

Recent News