• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ দুগৰাকী, মোডীৰ মন্ত্ৰীসভাত কোনখন ৰাজ্যই পালে সৰ্বাধিক মন্ত্ৰী?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 10, 2024 10:31 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে সন্ধিয়া পুনৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ লগত আন ৭১ জন সাংসদে শপত গ্ৰহণ কৰে। ইয়াৰে ৩০ জন কেবিনেট মন্ত্ৰী। বাকী ৫ জন স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত। আনসকল ৰাজ্যিক মন্ত্ৰী। মোদীৰ ৩.০ মন্ত্ৰীসভাত অসমৰ দুগৰাকীয়ে মন্ত্ৰীপদ লাভ কৰিছে। সেইমতে, সৰ্বানন্দ সোণোৱালে কেবিনেট মন্ত্ৰী আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই ৰাজ্যমন্ত্ৰীৰ পদ লাভ কৰে। কিন্তু কোনখন ৰাজ্যই এই নতুন মন্ত্ৰীসভাত সৰ্বাধিক মন্ত্ৰীপদ লাভ কৰিলে?

দেখা গৈছে যে এই তালিকাৰ শীৰ্ষত আছে উত্তৰ প্ৰদেশ। যদিও মোডী নিজে গুজৰাটৰ বাসিন্দা, তথাপিও এই ৰাজ্যৰ পৰাই তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। বাৰাণসীৰ পৰা জয়লাভ কৰাৰ পাছত তৃতীয়বাৰৰ বাবে সিংহাসনত বহিল। মোডীৰ উপৰিও উত্তৰ প্ৰদেশৰ পৰা ৰাজনাথ সিং, হৰদীপ সিং পুৰী, পংকজ চৌধুৰী, অনুপ্ৰিয়া পেটেল, জীতিন প্ৰসাদ, জয়ন্ত চোধুৰী, বি এল ভাৰ্মা, কমলেশ পাছোৱান আৰু এছ পি সিং বাঘেলে মন্ত্ৰীসভাত স্থান লাভ কৰে।

ইয়াৰ পিছতে আছে বিহাৰ। তাৰ পৰাই মোডী ৩.০ত গিৰিৰাজ সিং, নিত্যানন্দ ৰায়, সতীশ ডুবে, চিৰাগ পাছোৱান, জিতনৰাম মাজি, ৰামনাথ ঠাকুৰ, লালন সিং আৰু ৰাজভূষণ চৌধুৰীয়ে স্থান লাভ কৰিছে।

Apply Now

লগতে পঢ়কঃ নতুন মন্ত্ৰীসকলৰ সৈতে নিজ বাসগৃহত প্ৰথমখন বৈঠক আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ; চাওক মন্ত্ৰীবৰ্গৰ সম্পূৰ্ণ তালিকা

আনহাতে, মহাৰাষ্ট্ৰৰ মন্ত্ৰীসকল হ’ল নীতিন গাডকাৰী, পীয়ুষ গোৱেল, প্ৰতাপ ৰাও যাদৱ, ৰক্ষা খাদছে আৰু ৰামদাস আঠোৱালে।

ইপিনে, কৰ্ণাটকৰ পৰা সুযোগ লাভ কৰে নিৰ্মলা সীতাৰমণ, এইচ ডি কুমাৰস্বামী, প্ৰহ্লাদ যোশী, শোভা কৰণ্ডলাজে আৰু ভি সোমনাই। গুজৰাটৰ পৰা  মন্ত্ৰীপদ লাভ কৰিছে অমিত শ্বাহ, এছ জয়শংকৰ, মানসুখ মাণ্ডব্য, চি আৰ পাটিল আৰু নিমুবেন বাম্বানিয়াই।

মধ্যপ্ৰদেশৰ পৰা মন্ত্ৰীপদ লাভ কৰা সকলৰ ভিতৰত ‘মামা’ শিৱৰাজ সিং চৌহানৰ লগতে আছে জ্যোতিৰাদিত্য সিন্ধিয়া, সাবিত্ৰী ঠাকুৰ আৰু বীৰেন্দ্ৰ কুমাৰ। ৰাজস্থানৰ পৰা গজেন্দ্ৰ সিং শ্বেখাৱত, অৰ্জুনৰাম মেঘৱাল, ভূপেন্দ্ৰ যাদৱ আৰু ভগীৰথ চৌধুৰী।

লগতে পঢ়কঃ ICC T-20 World Cup: কম ৰান কৰিও দুৰ্দান্ত বলিঙেৰে পাকিস্তানক পৰাস্ত কৰি ইতিহাস দোহাৰিলে ভাৰতে

অৱশ্যে পশ্চিমবংগৰ পৰা মাত্ৰ শান্তনু ঠাকুৰ আৰু সুকান্ত মজুমদাৰ দুগৰাকীয়ে মন্ত্ৰীপদ লাভ কৰে যদিও কেবিনেট মন্ত্ৰী নাপালে। এই তালিকাত হাৰিয়ানা, তেলেংগানা, ঝাৰখণ্ড, পঞ্জাৱ, উত্তৰাখণ্ড, তামিলনাডু, কেৰালা, অৰুণাচল প্ৰদেশ, গোৱা, জম্মু-কাশ্মীৰ আৰু হিমাচল প্ৰদেশৰ প্ৰতিনিধিও অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd