ৰাষ্ট্ৰসংঘৰ বিৰুদ্ধে সৰব হৈ উঠিছে চীন। চীনে ইয়াৰ জিনজিয়াং অঞ্চলত উইঘূৰ আৰু অন্যান্য মুছলমানসকলক "স্বেচ্ছাচাৰী আৰু বৈষম্যমূলক ভাৱে আটক" কৰাটো...
Read moreDetailsচীনৰ সেনাই লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) ওচৰত ভাৰতীয় পশুপালকসকলক পুনৰ হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে। বাতৰি অনুসৰি, ঘটনাটো শেহতীয়াকৈ...
Read moreDetailsটাইৱানকলৈ চীন আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ উপশম ঘটা নাই৷ অনে উত্তেজনাৰ মাজতে চীনে টাইৱানৰ চাৰিওফালে সাগৰত সামৰিক অনুশীলন...
Read moreDetailsDalai Lama to visit Taiwan টাইৱান ভ্ৰমণ কৰিব দালাই লামাই। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি, দেশখনৰ পৰা দালাই লামাক...
Read moreDetailsDelhi Police busts extortion scam ভয়াবহ কাণ্ড। বিচাৰিলেই ঋণ দিয়া হৈছিল আৰু সেই ঋণ দিয়াৰ পৰিৱৰ্তে কাঢ়ি লোৱা হৈছিল গোপন...
Read moreDetailsChina holds military drills during a visit to Taiwan আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউছ অফ ৰিপ্ৰেজেন্টেন্টিভৰ অধ্যক্ষ নেন্সি পেলোচিৰ পিছত এইবাৰ দেশখনৰ...
Read moreDetailsUS to conduct air and maritime transits in Taiwan চীনৰ সৈতে উত্তেজনা চলি থকা স্বত্বেও আকাশী তথা সাগৰীয় পথেৰে টাইৱানলৈ...
Read moreDetailsUS to take part in a military exercise ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই হিমালয় পৰ্বতমালাত যৌথ সামৰিক অনুশীলন চলাব। চীনৰ সৈতে...
Read moreDetailsটাইৱানকলৈ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত তীব্ৰ উত্তেজনা অব্যাহত আছে। তাৰ মাজতে টাইৱানৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়া উ ইয়াং...
Read moreDetailsChina fires missiles near Taiwan চীনে টাইৱানৰ জলসীমাত মিছাইল নিক্ষেপ কৰিছে। নেন্সি পেলোচিয়ে টাইৱান ভ্ৰমণ কৰাৰ পিছতে চীনে স্বায়ত্তশাসিত দ্বীপ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd