• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উইঘূৰৰ ওপৰত অত্যাচাৰৰ অভিযোগ কোনো পধ্যেই মানি নলয় চীনে, ৰাষ্ট্ৰসংঘক সমালোচনা বেইজিঙৰ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
September 2, 2022 4:53 pm
67
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘৰ বিৰুদ্ধে সৰব হৈ উঠিছে চীন। চীনে ইয়াৰ জিনজিয়াং অঞ্চলত উইঘূৰ আৰু অন্যান্য মুছলমানসকলক “স্বেচ্ছাচাৰী আৰু বৈষম্যমূলক ভাৱে আটক” কৰাটো মানৱতাৰ বিৰুদ্ধে এক অপৰাধ বুলি বুধবাৰে ৰাষ্ট্ৰসংঘৰ বিদায়ী মানৱ অধিকাৰ প্ৰধানজনে এক দীৰ্ঘপ্ৰতীক্ষিত প্ৰতিবেদন প্ৰকাশ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে চীন৷ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ উচ্চায়ুক্ত মিচেল বেচেলেটে তেওঁৰ চাৰি বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ কেইমিনিটমান আগতে প্ৰতিবেদনখন প্ৰকাশ কৰে। তেওঁ মে’ মাহত চীন ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ কথা প্ৰতিবেদন খনত উল্লেখ কৰিছিল৷

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগে ৪৮ পৃষ্ঠাৰ প্ৰতিবেদনত কৈছে যে জিনজিয়াঙত “চৰকাৰৰ সন্ত্ৰাসবাদ বিৰোধী আৰু উগ্ৰবাদ বিৰোধী ৰণনীতিৰ প্ৰয়োগৰ পৰিপ্ৰেক্ষিতত” “গুৰুতৰ মানৱ অধিকাৰ উলংঘন হৈছে”।প্ৰতিবেদন খনত কোৱা হৈছে , “২০১৭ চনৰ পৰা পৰিয়াল পৰিকল্পনা নীতি বলপূৰ্বক প্ৰৱৰ্তনৰ জৰিয়তে ইউঘূৰসকলৰ প্ৰজনন অধিকাৰ উলংঘন কৰা হৈছে।”

Apply Now

প্ৰতিবেদনখন প্ৰকাশৰ আগতে নিউয়ৰ্কত থকা ৰাষ্ট্ৰসংঘৰ চীনৰ ৰাষ্ট্ৰদূত ঝাং জুনে কয় যে বেইজিঙে প্ৰতিবেদন খনৰ বিৰোধিতা কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ প্ৰধানে চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰা উচিত নহয়।
উল্লেখ্য উইঘূৰ গণহত্যাৰ বা অত্যীচাৰৰ অভিযোগ পুনৰ অস্বীকাৰ কৰিছে চীনে। বেইজিঙে ওলোটাই বিশ্ব সম্প্ৰদায়ক কৈছে যে চীনৰ সংখ্যালঘু ইউঘূৰসকলে দেশখনত স্বাধীনভাৱে জীৱন যাপন কৰি আহিছে।

বেইজিঙে দাবী কৰি কয় যে চীনত সংখ্যালঘু ইউঘূৰসকলক ধৰ্মীয় আৰু শ্ৰমৰ স্বাধীনতা প্ৰদান কৰা হৈছে, তেওঁলোকক সকলোধৰণৰ নাগৰিক অধিকাৰ দিয়া হৈছ।ইফালে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদত চীনৰ বৈদেশিক মন্ত্ৰী ওৱাং ইবলেনে কয় যে ইউঘূৰ মুছলাম অধ্যুষিত জিনজিয়াং প্ৰদেশত সন্ত্ৰাসবাদীৰ বিৰুদ্ধেহে অভিযান চলিছে। আৰু এই অভিযান আইন মানি চলোৱা হৈছে বুলিও তেওঁ দাবী কৰিছে।

“যোৱা চাৰে চাৰি বছৰ ধৰি জিনজিয়াঙত সন্ত্ৰাসবাদীৰ আক্ৰমণ সংঘটিত হোৱা নাই। জিনজিয়াঙৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ সাক্ষী হৈছে ইউঘূৰ মুছলমানসকল। তাতে গণহত্যা, বন্দীশিবিৰত ধৰ্মীয় উৎপীড়ন চলোৱাৰ যি অভিযোগ কৰা হৈছে সেয়া সম্পূৰ্ণ মিছা।” চীনৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ্য যে ২০০৯ চনৰ জিনজিয়াং প্ৰদেশত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ জেৰ টানি ইউঘূৰ আৰু অন্যান্য মুছলমান জনগোষ্ঠীৰ ওপৰত চীনে দীৰ্ঘদিন ধৰি অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে।

আনকি মুছলমান মহিলাসকলক জোৰকৈ বন্ধ্যাকৰণ কৰাৰ লগতে গৰ্ভপাত কৰাৰ দৰে অমানৱীয় কাম কৰা বুলিও চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে। যিবোৰ অভিযোগ চীনে পূৰ্বৰে পৰা অস্বীকাৰ কৰি আহিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd