• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চীনৰে বিবাদঃ টাইৱান ষ্ট্ৰেইটলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 28, 2022 1:31 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাইৱানকলৈ চীন আৰু আমেৰিকাৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ উপশম ঘটা নাই৷ অনে উত্তেজনাৰ মাজতে চীনে টাইৱানৰ চাৰিওফালে সাগৰত সামৰিক অনুশীলন চলাই আছে। বেইজিঙে টাইৱান ষ্ট্ৰেইটৰ মাজেৰে আন দেশৰ জাহাজৰ চলাচল নিষিদ্ধ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাই দেওবাৰে টাইৱান ষ্ট্ৰেইটলৈ দুখন যুদ্ধজাহাজ প্ৰেৰণ কৰে।

ৱাশ্বিংটনে টাইৱান ষ্ট্ৰেইটলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰি চীনক এক কঠোৰ বাৰ্তা দিব বিচাৰিছে বুলি বহুতে আলোচনা কৰিছে । জানিব পৰা মতে টাইৱান ষ্ট্ৰেইটলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰা আমেৰিকাৰ মুখ্য উদ্দেশ্য হৈছে প্ৰশান্ত মহাসাগৰীয় অঞ্চলক চীনৰ দখলৰ পৰা মুক্ত কৰা। একে সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনা প্ৰধানে কৈছে যে চীনক বাধা দিয়াত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

Apply Now

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাই দাবী কৰিছে যে যুদ্ধজাহাজ দুখন ‘নিয়মীয়া’ অনুশীলনৰ অংশ হিচাবেহে প্ৰেৰণ কৰা হৈছে। টাইৱান ষ্ট্ৰেইট (টাইৱান)ত আন্তৰ্জাতিক আইন অনুসৰি জাহাজখন পঠিওৱা হৈছে বুলিও আমেৰিকাই কৈছে৷ মাৰ্কিন নৌসেনাই কয় যে দেশ খনৰ এই যুদ্ধজাহাজবোৰে কোনো স্বাধীন দেশৰ জলসীমাত প্ৰৱেশ কৰা নাই। দেওবাৰে এক বিবৃতিত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাই কয়, “এণ্টিটুম আৰু চাঞ্চেলৰচভিল নামৰ দুখন যুদ্ধ জাহাজে টাইৱান ষ্ট্ৰেইটলৈ গৈছে । আন্তৰ্জাতিক জলপথ অনুসৰণ কৰি যুদ্ধজাহাজ দুখন পৰিচালনা কৰা হৈছে। আন্তৰ্জাতিক আইন অনুসৰি আমি জাহাজ দুখন চলাই আছো। “

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৌসেনাৰ মুৰব্বী মাইক গিল্ডে এক বৈঠকত কয় যে চীনক বাধা দিবলৈ ভাৰত আমেৰিকাৰ সহযোগী হ’ব পাৰে। শনিবাৰে এক অনুষ্ঠানত ভাষণ দি গিল্ডে কয়, “মই ভাৰততে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত আটাইতকৈ বেছি সময় অতিবাহিত কৰিছো। মই ভাবো যে ভৱিষ্যতে আমেৰিকাৰ সৈতে ভাৰতৰ কৌশলগত সম্পৰ্ক এক অতি গুৰুত্বপূৰ্ণ স্থানত উপনীত হ’ব। চীনক বাধা দিয়াত ভাৰতৰ ভূমিকাও অতি উপযোগী হ’ব। “

টাইৱান ষ্ট্ৰেইট আৰু দক্ষিণ চীন সাগৰত চীন বিৰোধী দেশসমূহে জাহাজৰ চলাচল বৃদ্ধি কৰিছে। সেই আন্তৰ্জাতিক জলপথৰ ওপৰত কাৰো অধিকাৰ নাই। সকলো দেশে তালৈ জাহাজ প্ৰেৰণ কৰিব পাৰে। বিশেষজ্ঞসকলে কৈছে আমেৰিকাৰ শেহতীয়া পদক্ষেপে চীনৰ ক্ষোভ বৃদ্ধি কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ পিছতে চীন-টাইৱান সম্পৰ্ক ক্ৰমান্বয়ে অৱনমিত হৈছিল। চীনে অভিযোগ কৰি আহিছে যে আমেৰিকাই চীনৰ সাৰ্বভৌমত্বত আঘাত কৰিছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd