প্ৰতিৱেশী

ম্যানমাৰত ৰোহিংগীয়াসকলক জোৰ কৰি সামৰিক বাহিনীত ভৰ্তি হ’বলৈ বাধ্য কৰাইছে জুন্টা চৰকাৰে

ম্যানমাৰৰ জুন্টা চৰকাৰে ৰোহিংগীয়া লোকক সেনাবাহিনীত ভৰ্তি হ’বলৈ বাধ্য কৰাইছে। জানিব পৰা মতে, আভ্যন্তৰীণ শৰণাৰ্থী হিচাপে শিবিৰত বাস কৰা ৰোহিংগীয়াসকলক...

Read moreDetails

আৰাকান আৰ্মীয়ে ছিটৱে বন্দৰৰ সমীপৰ স্থানসমূহ দখল কৰাৰ পিছত সংকটত অভিলাষী কালাডান প্ৰকল্পৰ ভৱিষ্যত

ম্যানমাৰত চলি থকা অশান্তিৰ বাবে ভাৰতৰ অভিলাষী কালাডান মাল্টি-ম’ডাল ট্ৰেনজিট পৰিবহণ প্ৰকল্পটোৱে উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। শেহতীয়াকৈ ছিটৱে বন্দৰৰ ওচৰৰ...

Read moreDetails

আত্মসমৰ্পণ কৰাৰ বাবে ম্যানমাৰত তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেলক মৃত্যুদণ্ডৰ শাস্তি জুন্টাৰ

ম্যানমাৰৰ সামৰিক জুন্টাই বিদ্ৰোহীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ অপৰাধত তিনিজন ব্ৰিগেডিয়াৰ জেনেৰেল পৰ্যায়ৰ বিষয়াক মৃত্যুদণ্ড দিছে। যোৱা মাহত সহস্ৰাধিক সেনাৰ সৈতে...

Read moreDetails

অগ্নিগৰ্ভ ৰাখাইন; ভাৰতীয় নাগৰিকক অনতিপলমে ম্যানমাৰ এৰাৰ পৰামৰ্শ ভাৰত চৰকাৰৰ

ম্যানমাৰৰ ৰাখাইন পুনৰ অশান্ত হৈ পৰিছে। সেই দেশৰ বিদ্ৰোহৰ জুইত জ্বলি উঠিছে প্ৰদেশখন। তাত থকা লোকসকলে নিৰাপত্তাৰ অভাৱত ভুগিছে। এনে...

Read moreDetails

১৪ জন যাত্ৰীসহ ম্যানমাৰৰ এখন সামৰিক বিমান মিজোৰামত দুৰ্ঘটনাগ্ৰস্ত, আহত ৬ জন

ভাৰতৰ মাটিত দুৰ্ঘটনাগ্ৰস্ত হৈছে চুবুৰীয়া দেশৰ এখন সামৰিক বিমান। কোৱা হৈছে যে বিমানখনত ১৪ জন যাত্ৰী আছিল। বিমানখন ম্যানমাৰৰ সেনাৰ...

Read moreDetails

U19 World Cup: যুৱ বিশ্বকাপৰ আৰম্ভণিতে বৃহৎ জয় ভাৰতৰ; ৮৪ ৰানত পৰাস্ত কৰিলে বাংলাদেশক

এক বৃহৎ জয়েৰে ভাৰতৰ আৰম্ভণি হৈছে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপত। শনিবাৰে গ্ৰুপৰ প্ৰথমখন খেলত উদয় চাহাৰান বাহিনীয়ে বাংলাদেশক ৮৪ ৰানত...

Read moreDetails

ভাৰতত বাঢ়িছে, চীনত কমিছে! চীনত এবছৰত হ্ৰাস পালে ২০ লাখ জনসংখ্যা

একেৰাহে দুবছৰ চীনৰ জনসংখ্যা হ্ৰাস পাইছে। পৰিসংখ্যা অনুসৰি যোৱা এটা বছৰত চীনৰ জনসংখ্যা ২০ লাখতকৈ অধিক হ্ৰাস পাইছে। বেইজিঙৰ নেশ্যনেল...

Read moreDetails

Nuclear Battery: এবাৰ চাৰ্জ দিলে ৫০ বছৰ চলিব! নতুন এই বেটাৰীয়ে স্তম্ভিত কৰি তুলিছে বিশ্বক

চীনৰ বিটাভল্ট টেকন’লজি কোম্পানীয়ে এনে এটা বেটাৰী (Nuclear Battery) প্ৰস্তুত কৰিছে যিয়ে কোনো ধৰণৰ চাৰ্জিং বা মেইণ্টেনেন্সৰ প্ৰয়োজন নোহোৱাকৈ একেৰাহে...

Read moreDetails

ক্ৰমে হেৰুৱাইছে স্থিতি! আৰাকান আৰ্মিৰ ওচৰত আত্মসমৰ্পণ কৰিলে শতাধিক জুন্টা সেনাই

ম্যানমাৰৰ এজন শীৰ্ষ সেনাধ্যক্ষকে ধৰি শতাধিক জুন্টা সেনাই দেশখনৰ বিদ্ৰোহী গোট আৰাকান আৰ্মিৰ ওচৰত আত্মসমৰ্পণ কৰিছে। ৰাথেডং চহৰৰ পাহাৰত অৱস্থিত...

Read moreDetails

চীনৰ উদ্বেগ বৃদ্ধি কৰি টাইৱানৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত গণতন্ত্ৰবাদী চিং-টেৰ জয়লাভ

চীনৰ ভাবুকিক আওকাণ কৰি টাইৱানে ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰে। সেই নিৰ্বাচনত জয়ী হৈছে ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ নেতা উইলিয়াম লাই চিং-টে।...

Read moreDetails
Page 39 of 189 1 … 38 39 40 … 189

Stay Connected

Recent News