• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আই চি চি টী-২০ বিশ্বকাপ: প্ৰস্তুতি মেচত বাংলাদেশক অনায়াসে ৬০ ৰাণত হৰুৱালে ভাৰতে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 9:06 am
ফটো সৌজন্যঃ বিচিচিআই।

ফটো সৌজন্যঃ বিচিচিআই।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৫ জুনত অনুষ্ঠিত হ’ব আই চি চি টী-২০ বিশ্বকাপৰ ভাৰতৰ প্ৰথমখন খেল। ইয়াৰ পূৰ্বে একমাত্ৰ প্ৰস্তুতি মেচত বাংলাদেশক অনায়াসে পৰাস্ত কৰিলে ভাৰতে।  বেটিং আৰু বলিং উভয়তে শক্তি প্ৰদৰ্শন কৰি ৬০ ৰানত জয় আজুৰি আনে ৰোহিত-বাহিনীয়ে।

শনিবাৰৰ প্ৰস্তুতি মেচত বিৰাট কোহলীক জিৰণি দিয়া হয়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। বাংলাদেশৰ বিৰুদ্ধে প্ৰস্তুতি মেচত পৰিৱেশ আৰু পিটচ সম্পৰ্কে ধাৰণা লোৱাটোৱেই আছিল ভাৰতৰ প্ৰকৃত উদ্দেশ্য। যদিও দলটোৰ গুৰুত্বপূৰ্ণ বেটছমেনসকলে সেই মেচতো ৰান পায়। বিশেষকৈ ঋষভ পন্ত (৫৩), সূৰ্য কুমাৰ যাদৱ (৩১) আৰু হাৰ্দিক  পাণ্ডিয়াই (৪০) ভাল প্ৰদৰ্শন কৰে।

ফটো সৌজন্যঃ বিচিচিআই।

অৱশ্যে অধিনায়ক ৰোহিত শৰ্মাই বিস্ফোৰক আৰম্ভণি কৰিও শীঘ্ৰে উভতি যায় (২৩)। বাংলাদেশৰ হৈ মেহদি হাছান, শ্বৰীফুল ইছলাম, মহম্মদুল্লাই এটাকৈ উইকেট লাভ কৰিলেও ভাৰতীয় দলৰ বেটছমেনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।

Apply Now

প্ৰত্যুত্তৰত বাংলাদেশৰ দলটোৱে বেটিং কৰিবলৈ নামি বিপদত পৰে। প্ৰথম অভাৰতে সৌম্য সৰকাৰ আউট হয়। ইয়াৰ পিছতে লিটন দাস আৰু নাজিমুল হাছান শান্তোৱে বাইশ গজত থিতাপি ল’ব নোৱাৰিলে। তাৰ মাজতে মহম্মদুল্লা (৪০) আৰু অভিজ্ঞ ছাকিব উল হাছানে (২৮) অলপ যুঁজ দিয়ে। শেষত ২০ অভাৰ বেটিং কৰি ১২২ ৰানহে কৰিবলৈ সক্ষম হয় বাংলাদেশে।

ফটো সৌজন্যঃ বিচিচিআই।

ভাৰতৰ হৈ পঞ্জাৱৰ বলাৰ অৰ্শদীপ সিঙে দুৰ্দান্ত বলিং কৰে। তেওঁ ৩ অভাৰ বলিং কৰি ১২ ৰানত ২ টা উইকেট দখল কৰে। শিৱম ডুবেই ৩ অভাৰত বলিং কৰি ১৩ ৰানত ২ টা উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহ (২-১২-১), মহম্মদ ছিৰাজ (৩-১৭-১), হাৰ্দিক (৩-৩০-১) আৰু অক্ষৰ পেটেলে (২-১০-১) অৰ্শদীপ আৰু ডুবেক যোগ্য সংগ দিয়ে। মুঠতে একমাত্ৰ প্ৰস্তুতি মেচখনত সহজ জয়ে ৰোহিত বাহিনীৰ আত্মবিশ্বাস বৃদ্ধি কৰিলে।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৮২/৫ (পন্ত ৫৩, সূৰ্য্য ৩১, হাৰ্দিক ৪০)

বাংলাদেশঃ ১২২/৮ (মাহমুদুল্লাহ ৪০, ছাকিব ২৮)

ভাৰতে ৬০ ৰানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm
নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

নিৰ্বাচন আয়ুক্ত নিযুক্তি গোচৰত নতুন পাক: ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ

October 7, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd