• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টাইৱানক ঘেৰি ধৰি আৰম্ভ হৈছে চীনৰ সামৰিক অনুশীলন; কেৰেপ কৰা নাই টাইৱানৰ ৰাষ্ট্ৰপতিয়ে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 23, 2024 3:14 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে টাইৱানৰ আশে-পাশে সামৰিক অনুশীলন আৰম্ভ কৰিছে। চীনৰ চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি চীনৰ পিপলছ লিবাৰেচন আৰ্মিৰ ইষ্টাৰ্ণ থিয়েটাৰ কমাণ্ডে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭:৪৫ বজাত নিজৰ নিয়ন্ত্ৰণত থকা দ্বীপটোৰ চাৰিওফালে এই অনুশীলন আৰম্ভ কৰে।

জনা যায় যে চীনে টাইৱানৰ উত্তৰ, দক্ষিণ আৰু পূব দিশত টাইৱান জলদ্বীপত এই অনুশীলন চলাই আছে। ইয়াৰ উপৰি চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে কিনমেন, মাটছু, ৱুকিউ আৰু ডংজিন দ্বীপপুঞ্জৰ আশে-পাশেও অনুশীলন চলাই আছে।

চীনৰ সামৰিক মুখপাত্ৰ কৰ্ণেল লি ছিয়ে চীনৰ মেছেজিং প্লেটফৰ্ম ৱেইবোত কয় যে চীনৰ সেনা, নৌসেনা, বায়ুসেনা আৰু ৰকেট বাহিনীক লৈ দুদিনীয়া যৌথ অনুশীলন “টাইৱানৰ স্বাধীনতা বাহিনীৰ বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ কঠোৰ শাস্তি আৰু বাহ্যিক শক্তিৰ উচটনি তথা হস্তক্ষেপৰ বিৰুদ্ধে কঠোৰ সতৰ্কবাণী।”

Apply Now

লগতে পঢ়কঃ বিশ্বৰ প্ৰথম হেড ট্ৰান্সপ্লান্ট চিষ্টেম; ভাইৰেল গ্রাফিক ভিডিঅ’ দেখি চকু থৰ নেটিজেনৰ

ইয়াৰ পূৰ্বে টাইৱানৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি উইলিয়াম লাইয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে চীনক নিজৰ দেশক ধমক দিয়া বন্ধ কৰিবলৈ আহ্বান জনাইছিল। ৰাষ্ট্ৰপতি হিচাপে প্ৰথম ভাষণত লাই চিং-টে কয় যে টাইৱানে কেৱল শান্তিৰ পথ অনুসৰণ কৰিব বিচাৰে আৰু বেইজিঙে টাইৱানৰ জনসাধাৰণৰ ইচ্ছাক সন্মান কৰা উচিত। উইলিয়াম লাই নামেৰেও পৰিচিত নেতাগৰাকীয়ে ৰাজধানী টাইপেইৰ মাজমজিয়াত থকা ৰাষ্ট্ৰপতি ভৱনৰ পৰা এই ভাষণ প্ৰদান কৰে।

তেওঁৰ ভাষণত উইলিয়াম লাইয়ে চীনৰ সৈতে আলোচনাৰ জৰিয়তে সমস্যাৰ সমাধানৰ আহ্বান জনাই কয় যে মই চীনক টাইৱানক ৰাজনৈতিক আৰু সামৰিক ভাবুকি দিয়া বন্ধ কৰিবলৈ আহ্বান জনাইছো। বিশ্বত যাতে কোনো ভয় নাথাকে তথা যুদ্ধ নহয় আৰু কঠোৰ পৰিশ্ৰম কৰি টাইৱান প্ৰণালী আৰু অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা বজাই ৰাখিবলৈ টাইৱানৰ সৈতে একেলগে কাম কৰিবলৈ (চীনক) আহ্বান জনাইছো,।

উইলিয়াম লাই-য়ে লগতে কয়, আমি বিশ্ববাসীক ঘোষণা কৰিব বিচাৰো যে টাইৱানে গণতন্ত্ৰ আৰু স্বাধীনতাৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেহাই নিদিয়ে। শান্তি একমাত্ৰ বিকল্প আৰু দীৰ্ঘম্যাদী শান্তি আৰু স্থিতিশীলতাৰ বাবে সমৃদ্ধি আমাৰ লক্ষ্য। অৱশ্যে এই সন্দৰ্ভত চীনে তাৎক্ষণিক প্ৰতিক্ৰিয়া দিয়া নাই। কিন্তু দেশখনে বাৰে বাৰে লাইক ‘বিচ্ছিন্নতাবাদী’ বুলি আখ্যা দিছে।

লগতে পঢ়কঃ আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিলে জাৰ্মান প্ৰেম কাহিনী ‘কাইৰোছ’য়ে

চীনৰ সশস্ত্ৰ বাহিনীৰ নৌযানবোৰে কেইবামাহো ধৰি টাইৱানৰ আশে-পাশে টহল দি আহিছে। আনকি চীনৰ বায়ুসেনাৰ যুদ্ধ বিমানেও টাইৱানৰ আকাশমাৰ্গৰ সীমাত কেইবাবাৰো অনুশীলন চলাইছে। যোৱা জানুৱাৰী মাহত উইলিয়াম লাই নিৰ্বাচিত হোৱাৰ পিছৰে পৰা চীনৰ এনে অনুশীলনে ব্যাপক ৰূপ ধাৰণ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd