প্ৰতিৱেশী

সেনাৰ বিৰুদ্ধে মাত মতা অভিনেত্ৰীকে ধৰি ৬০ জনক ‘ৱাণ্টেড’ ঘোষণা কৰি কাকতত বিজ্ঞাপন প্ৰকাশ

এজন বা দুজন নহয়, ৬০ গৰাকী লোকৰ বিৰুদ্ধে ম্যানমাৰৰ সামৰিক শাসকে ‘ৱাণ্টেড’ ঘোষণা কৰি আজি বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে।...

Read moreDetails

সামৰিক সন্ত্ৰাসৰ বিৰুদ্ধে মাত মাতি হৃদয় জিনিছে ম্যানমাৰৰ এইগৰাকী মোহময়ী সুন্দৰীয়ে

অগ্নিগৰ্ভ ম্যানমাৰক লৈ এক হৃদয়স্পৰ্শী ভাষ্য প্ৰেৰণ কৰিছে দেশখনৰ এগৰাকী সুন্দৰীয়ে। হান লায় (Han Lay) নামৰ 'মিছ গ্ৰেণ্ড ম্যানমাৰ' খিতাপধাৰী...

Read moreDetails

ৰক্তস্নাতা ম্যানমাৰ: পুনৰ সেনাৰ গুলীত মৃত্যু ৫ প্ৰতিবাদকাৰীৰ

ম্যানমাৰত এতিয়া তেজৰ নৈ বৈছে। বলপূৰ্বক শাসনভাৰ নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ জুণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আজি পুনৰ প্ৰাণ হেৰুৱালে...

Read moreDetails

ক’ৰ’ণাৰ মহাতংক: এইখন ৰাষ্ট্ৰত ঘোষণা কৰা হ’ল সম্পূৰ্ণ লকডাউন

ক’ৰ’ণাই এতিয়া ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত পুনৰ মহা সংহাৰৰ সৃষ্টি কৰিছে। ভাৰতত আজিৰ দিনটোত প্ৰায় ৯০ হাজাৰ লোক ক’ৰ’ণাত...

Read moreDetails

ৰোহিংগীয়া শৰণাৰ্থীৰ শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত কমেও ৩ শৰণাৰ্থী

ম্যানমাৰৰ সেনাৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ বাংলাদেশলৈ পলাই যোৱা ৰোহিংগীয়া শৰণাৰ্থীৰ এটা শিবিৰৰ কাষতে থকা এখন বজাৰত  সংঘটিত হৈছে এক...

Read moreDetails

এজনী ৰহিঙীয়া ছোৱালীক অসমৰ পৰা ম্যানমাৰলৈ উভতাই পঠোৱাক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে এজনী ১৪ বছৰীয়া ৰহিঙীয়া মুছলিম ছোৱালীক ম্যানমাৰলৈ ঘূৰাই পঠাবলৈ উত্তৰ পূবৰ এখন সীমামূৰীয়া চহৰলৈ লৈ যোৱা হয়। আৰক্ষী সূত্ৰই...

Read moreDetails

ক’ভিড-১৯ৰ উৎপত্তি সম্পৰ্কে তথ্য লুকুওৱাৰ অভিযোগ অস্বীকাৰ চীনৰ চিকিৎসা বিষয়াৰ

চীনৰ এগৰাকী জ্যেষ্ঠ চিকিৎসা বিষয়াই বুধবাৰে কৈছে যে ক'ভিড-১৯ৰ উৎপত্তি সম্পৰ্কে চীনে বিশ্ব স্বাস্থ্য সংস্থাই নিয়োগ কৰা গৱেষকসকলৰ আগত তথ্য...

Read moreDetails

ৰক্তাক্ত ম্যানমাৰ : ৫০০ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা ম্যানমাৰ সেনাৰ

নিৰস্ত্ৰ প্ৰতিবাদকাৰী ওপৰত গুলীবৰ্ষণ অব্যাহত ৰাখিছে ম্যানমাৰৰ জুণ্টাৰ সেনাই। ১ ফেব্ৰুৱাৰিত সামৰিক অভ্যুত্থানৰ যোগেদি গণতান্ত্ৰিক চৰকাৰক ক্ষমতাচ্যুত কৰি জুণ্টা শাসন...

Read moreDetails

অতি অমানৱীয় : শতাধিক জনতাক হত্যা কৰি নৈশ ভোজত ব্যস্ত ম্যানমাৰ সেনা

যোৱা ১ ফেব্ৰুৱাৰিত জুণ্টাই ম্যানমাৰৰ ক্ষমতা হস্তগত কৰাৰ পিছৰে পৰা পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত দেশখনৰ জনতাই সামৰিক শাসকৰ বিৰুদ্ধে অব্যাহত...

Read moreDetails

ম্যানমাৰ আৰক্ষীৰ ওপৰত কাচিন ইণ্ডিপেণ্ডেনছ আৰ্মিৰ আক্ৰমণ : ২০ৰো অধিক জোৱান নিহত

সামৰিক শাসনৰ বিৰুদ্ধে কৰা প্ৰতিবাদত উত্তাল হৈ থকা ম্যানমাৰৰ আৰক্ষীৰ চাৰিটা বেটেলিয়নৰ ওপৰত দক্ষিণ পূৱ এছিয়াৰ আটাইতকৈ শক্তিশালী বিদ্ৰোহী সংগঠন...

Read moreDetails
Page 87 of 188 1 86 87 88 188

Stay Connected

Recent News