• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুখৱৰ! ভূটানৰ প্ল্যান্টৰ পৰা অক্সিজেন লাভ কৰিব অসমে

ভূটানৰ চামদ্ৰুপ ঝংখাৰত অক্সিজেন প্ল্যান্ট পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকা আৰু সাংসদ বিশ্বজিত দৈমাৰীৰৰ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
April 26, 2021 7:25 am
Indo-Bhutan Oxygen plant
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ ভাৰতবৰ্ষত অতিমাৰী কৰোনাই  ভয়াবহ সংক্ৰমণৰ ৰূপ ধাৰণ কৰাৰ সময়ত দেশজুৰি অক্সিজেনৰ নাটনিৰ খৱৰে দেশ তথা অসমৰ জনসাধাৰণকো উদ্বিগ্ন আৰু শংকিত  কৰি তুলিছে।

কিন্তু ইয়াৰ মাজতে দেওবাৰে দেশবাসীৰ কাৰণে এক সুখৱৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। দেওবাৰে  দিনৰ ভাগত অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীষুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ইষ্টাৰ্ণ ভূটানৰ চামদ্ৰুপ ঝংখাৰত উপস্থিত হয়।

Apply Now

তেওঁলোকে যোৱা বৰ্ষত কোভিড মহামাৰীৰ সময়ত ভূটান ৰাষ্ট্ৰৰ চামদ্ৰুপ ঝংখাৰত নিৰ্মাণৰ কাম আৰম্ভ কৰা অক্সিজেন প্ল্যান্টটো পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।

উল্লেখযোগ্য যে যোৱা বছৰ লকডাউনৰ বাবে এই অক্সিজেন প্ল্যান্টটোৰ নিৰ্মাণৰ  কাম বন্ধ হৈ আছিল। প্ল্যান্টটো পৰিদৰ্শন কৰি মন্ত্ৰী পীষুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে তামুলপুৰত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে এই অক্সিজেন প্লান্টটো সম্পূৰ্ণ হৈ উঠিবলৈ আৰু প্ৰায় ৪০ দিন সময় লাগিব।

অক্সিজেন প্ল্যান্টটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতি দিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন ‘হব আৰু তেতিয়া দেশত অক্সিজেনৰ অভাৱ বহুলাংশে লাঘৱ হব।

যি সময়ত মহামাৰী কৰোনাৰ ভয়াবহ সংক্ৰমণৰ সময়ত দেশজুৰি অক্সিজেনৰ যি নাটনিৰ খৱৰ, সেই খবৰে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে, সেই সময়তে স্বাভাৱিকতে এনে খবৰে ৰাজ্যবাসীক কিছু আত্মসন্তুষ্টি  দিবলৈ সক্ষম হৈছে ৷

ইপিনে জনসাধাৰণক কৰ’নাৰ দ্বিতীয় লহৰত অতি বেছি সাৱধান হবলৈকে আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে কয় যে বৰ্তমানৰ কৰ’না মাহামাৰীৰ বীজাণু গাঁৱৰ ভিতৰতো প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰিছে ৷ সেয়ে সকলোৱে নিয়ম নীতি পালন কৰি অধিক সজাগতাৰ মাজেৰে দিনবোৰ পাৰ কৰিব লাগিব।

অৱশ্যে মন্ত্ৰী গৰাকীয়ে বৰ্তমান সময়ত ৰাইজ কিছু সাৱধান হোৱা বুলি উল্লেখ কৰি কয় যে স্বাস্থ্য বিভাগে টিকা যোগান ধৰি টীকাকৰণৰ ব্যৱস্থা কৰি আহিছে।

জনসাধাৰণক কিছু ধৈৰ্যৰে কৰোনা প্ৰতিৰোধী টিকাকৰণ লবলৈও আহ্বান জনায় ৷

ৰাজ্য চৰকাৰে বান্ধি দিয়া নীতি নিয়মসমূহ মানি চলি নিজকে এই কৰ’নাৰ পৰা বচাই ৰখাৰ লগতে নিজৰ পৰিয়াল আৰু সমজখনকো বচাই ৰাখিবলৈ প্ৰতি গৰাকী নাগৰিকক আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

প্ৰকাশ পালে আৰুণি কাশ্যপৰ নতুন উপন্যাস ‘হাউ টু ডেট এ ফেনেটিক’

July 15, 2026 6:14 pm
২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

২ দিনৰ ভিতৰত মৃত্যু হ’ব পাৰে! সমাজকৰ্মী সোণম ৱাংচুকক ‘বলপূৰ্বক খাদ্য’ খুৱাবলৈ দিল্লী উচ্চ ন্যায়ালয়ত আবেদন

July 15, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

ভূমি আন্দোলনৰ নেতা আদিত চন্দ্র ৰাভা, প্ৰণৱ দলেসহ সতীৰ্থৰ মুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত

July 15, 2026 6:54 pm
কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

কাপোৰ খোলা বা বুকুত হাত দিলেই ধৰ্ষণৰ চেষ্টা নহয় : শ্লীলতাহানিৰ পাৰ্থক্য বুজাই গুৰুত্বপূৰ্ণ ৰায় পাটনা উচ্চ ন্যায়ালয়ৰ

July 15, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd