যোৱা ২১ অক্টোবৰত অৰুণাচল প্ৰদেশত সংঘটিত হোৱা ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ আঁৰত আছিল বিদ্ৰোহী সংগঠন ৰিভলিউচনেৰী পিপলছ ফ্ৰণ্ট, চমুকৈ আৰপিএফ!...
Read moreDetailsঅৰুণাচল প্ৰদেশত আজি পুনৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। ৰাজ্যখনৰ উজনি ছিয়াং জিলাৰ চিংনিঙৰ ওচৰত আজি পুৱা সেনাৰ এই...
Read moreDetailsপুনৰ চীন সীমান্তৰ কাষত নিৰুদ্দেশ হৈছে অৰুণাচল প্ৰদেশৰ দুজন যুৱক। চীনৰ সীমান্তৱৰ্তী এলেকাৰ পৰা বনৌষধিৰ সন্ধানত ওলাই যোৱাৰ পিছত প্ৰায়...
Read moreDetailsঅৰুণাচল প্ৰদেশৰ বহু প্ৰত্যাশিত ডনি পল' এয়াৰপৰ্ট (ইটানগৰ) লৈ বিমান সেৱা অতি সোনকালে আৰম্ভ হ'ব। ইণ্ডিগ' আৰু ফ্লায়বিগ এয়াৰলাইনে ইতিমধ্যে...
Read moreDetailsঅৰুণাচল প্ৰদেশৰ টাৱাঙত আজি দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে হেলিকপ্টাৰখনৰ এগৰাকী পাইলটে। ভাৰতীয়...
Read moreDetailsঅৰুণাচল প্ৰদেশ, নাগালেণ্ডত বিতৰ্কিত ’আফস্পা’ৰ ম্যাদ পুনৰ ছমাহলৈ বৃদ্ধি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত বিতৰ্কিত সেনা বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ...
Read moreDetailsসমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা চণ্ডীগড় বিশ্ববিদ্যালয়ৰ অশ্লীল ভিডিঅ’ কাণ্ড সন্দৰ্ভত শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে অৰুণাচল প্ৰদেশত নিযুক্ত এজন সেনা জোৱানক...
Read moreDetailsমুষলধাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বানে অৰুণাচল প্ৰদেশৰ কিছু কিছু স্থানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বান বিধ্বস্ত এনে এটা অঞ্চলৰ...
Read moreDetailsযোৱা বৰ্ষৰ শেষৰ ফালে এক বিমান দুৰ্ঘটনাত নিহত হোৱা দেশৰ প্ৰথমগৰাকী ‘চীফ অৱ ডিফেঞ্চ ষ্টাফ’ জেনেৰেল বিপিন ৰাৱাটৰ প্ৰতি সন্মান...
Read moreDetailsভাৰতীয় সেনাই অৰুণাচল প্ৰদেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত অবিৰতভাৱে টহল দি আছে। বৰ্তমান ভাৰতীয় সেনা বিভিন্ন আধুনিক অস্ত্ৰৰে সজ্জিত। অৰুণাচল...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd