• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত আটক আলফা (স্বাধীন) উগ্ৰপন্থী

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়  by অভিক চক্ৰৱৰ্তী, ডিব্রুগড়
December 22, 2022 5:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লাজু চক্ৰৰ অন্তৰ্গত নোগ্লো গাঁৱৰ পৰা নিৰাপত্তা বাহিনীয়ে এজন দুৰ্ধৰ্ষ আলফা (স্বাধীন) সদস্যক কৰায়ত্ত কৰিছে।

ধৃত কেডাৰজনক ডিব্ৰুগড়ৰ বাসিন্দা ২৯ বছৰীয়া স্বয়ম্ভু চাৰ্জেন্ট মেজৰ বিজু বাগতি ওৰফে প্ৰিয়ব্ৰত অসম বুলি চিনাক্ত কৰা হৈছে।

সূত্ৰসমূহে কয় যে আলফা (স্বাধীন) কেডাৰৰ উপস্থিতি সন্দৰ্ভত এক গোপন সূত্ৰ জৰিয়তে পোৱা খৱৰৰ ভিত্তিত নিৰাপত্তা বাহিনীয়ে এটা অভিযান আৰম্ভ কৰে আৰু বুধবাৰে দুৰ্ধৰ্ষ বিদ্ৰোহীজনক আটক কৰে।

Apply Now

লগতে পঢ়ক: বিশিষ্ট গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ ‘ভুল সত্য’ৰ বাবে সাহিত্য অকাডেমী বঁটা

এজন নিৰাপত্তা বিষয়াই জনায় যে গ্ৰেপ্তাৰ কৰা বিজু আলফা (স্বাধীন)ৰ এজন সক্ৰিয় কেডাৰ আৰু তেওঁ ম্যানমাৰত সংগঠনটোৰ হাচি শিবিৰৰ পৰা ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল।

বাতৰি অনুসৰি, অঞ্চলটোত বলপূৰ্বক ধন দাবীৰ ঘটনা চলি থকাৰ সময়তে কেডাৰজনে বুধবাৰে অৰুণাচল-অসম সীমান্ত পাবলৈ ইণ্ডো-ম্যানমাৰ সীমান্ত অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল।

সূত্ৰসমূহে কয় যে তেওঁ আলফা (স্বাধীন)ৰ অভাৰ-গ্ৰাউণ্ড কৰ্মীৰ পৰা ধন দাবীৰ টকা সংগ্ৰহ কৰিবলৈ অহাৰ সময়তে নিৰাপত্তা বাহিনীৰ এটা যুটীয়া অভিযানকাৰী দলে ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা নোগ্লো গাওঁ অভিমুখে তেওঁৰ সন্দেহজনক বিচৰণ ধৰা পেলায়।

লগতে পঢ়ক: চীনলৈ উভতিছে কোভিডৰ আতংক! হাস্পাতালৰ আইচিইউ ভৰ্তি; শ্মশানত দীঘলীয়া শাৰী

নিৰাপত্তা বাহিনীৰ কৰ্মীয়ে তেওঁক ৰখাবলৈ চেষ্টা কৰাৰ সময়ত তেওঁ পলাই যাবলৈ চেষ্টা কৰিছিল। যুটীয়া দলটোৱে লগে লগে অঞ্চলটোত তালাচী চলায় আৰু তেওঁক আশ্ৰয় লৈ থকা এটা ঝুম খেতিৰ গৃহৰ পৰা আটক কৰে।

উল্লেখ্য যে বুধবাৰে ৰাতিপুৱা উজনি অসমৰ তিনিচুকীয়া জিলাৰ পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু আলফা (স্বাধীন) কেডাৰৰ মাজত সংঘৰ্ষ হৈছিল।

অমিত মুখিয়া (২৯) নামৰ এজন আলফা (স্বাধীন) লিংকমেন গুলীয়াগুলীৰ ঘটনাত আহত হৈছিল আৰু তেওঁক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক:হোৱাইট হাউচ পালেগৈ জেলেনস্কি, সাক্ষাৎ কৰিলে বিডেনক; কি কথা পাতিলে দুই ৰাষ্ট্ৰপতিয়ে?

পুৱা প্ৰায় ৪.৫০ বজাত সুৰক্ষা বাহিনীয়ে আলফা (স্বাধীন) কেডাৰৰ সন্ধানত জংঘল অঞ্চলত প্ৰৱেশ কৰাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল।

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

অভিক চক্ৰৱৰ্তী, ডিব্রুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

কম তেলত সোৱাদযুক্ত খাদ্য! এয়াৰ ফ্ৰায়াৰ আৰু গেছ ষ্ট’ভৰ মাজত পুষ্টিগুণৰ দিশৰ পৰা কোনটো শ্ৰেষ্ঠ?

July 15, 2026 7:27 am
ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

ধাৰাবাহিক অনশনত অসুস্থ সোণম ৱাংচুক : থ্ৰী ইডিয়টছৰ ‘চতুৰ’ৰ পৰা নাচিৰুদ্দিন শ্বাহলৈকে সকলোৱে কাষত থিয় দিলেও নিমাত আমিৰ খান

July 14, 2026 9:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am
ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

ৰাছিয়াৰ ছয়ুজ এমএছ-২৯ মহাকাশযানৰে মহাকাশলৈ যাত্ৰা ভাৰতীয় মূলৰ নাছাৰ মহাকাশচাৰী অনিল মেননৰ

July 15, 2026 8:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd