বৰডুমছাত চি আৰ পি এফ জোৱানৰ হত্যাৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ
অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বৰডুমছা চেক গেটৰ সমীপত বুধবাৰে এগৰাকী চি আৰ পি এফ জোৱানৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আজি দুগৰাকী...
Read moreঅসম-অৰুণাচল প্ৰদেশ সীমান্তৰ বৰডুমছা চেক গেটৰ সমীপত বুধবাৰে এগৰাকী চি আৰ পি এফ জোৱানৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আজি দুগৰাকী...
Read moreঅসম-অৰুণাচল প্ৰদেশৰ সীমান্ত চেকগেটৰ সীমান্তৱৰ্তী বৰডুমছাত অচিনাক্ত ব্যক্তিৰ ছুৰীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী চি আৰ পি এফ জোৱানে। নিহত জোৱানগৰাকীক...
Read moreআকৌ চীনৰ প্ৰৰোচনা! এইবাৰ চীনে ভাৰতৰ বিশাল অঞ্চলক নিজৰ বুলি দাবী কৰি এখন মানচিত্ৰ প্ৰকাশ কৰিছে। চৰকাৰী কাৰ্যালয়ৰ পৰাই প্ৰকাশ...
Read moreএবছৰতকৈ অধিক সময় অৰুণাচল প্ৰদেশৰ জিৰোত আৱদ্ধ হৈ থকা বিশ্বনাথৰ এগৰাকী কিশোৰী অৱশেষত মিলিত হ'ল নিজ পৰিয়ালৰ সৈতে। নিম্ন সোৱণশিৰি...
Read moreউত্তৰ অসমৰ লখিমপুৰ জিলাৰ পৰা কামৰ সন্ধানত অৰুণাচললৈ যোৱা ১০ জন শ্ৰমিকক আৱদ্ধ কৰি ৰাখিছে অৰুণাচল প্ৰদেশৰ ঠিকাদাৰে। জানিব পৰা...
Read moreবৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কেইজনমান খেলুৱৈক চীনে “ষ্টেপল্ড ভিছা” প্ৰদান কৰাৰ বাবে চীনক তীব্ৰ সমালোচনা কৰি এই পদক্ষেপক “গ্ৰহণযোগ্য নহয়” বুলি...
Read moreশনিবাৰে অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ লাজুত নিষিদ্ধ উগ্ৰপন্থী সংগঠন ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ অসমৰ দুই কেডাৰে আত্মসমৰ্পণ কৰে। ঋতুৰাজ গোহাঁই...
Read moreৰাজ্যত চলি আছে বন্য জন্তুৰ দেহৰ অংগৰ চোৰাং কাৰবাৰ। কু-চক্ৰই ৰাজ্যৰ মাজেৰে অব্যাহত ৰাখিছে বন্য জন্তুৰ দেহৰ অংগৰ অবাধ সৰবৰাহ।...
Read moreঅৰুণাচল প্ৰদেশৰ প্ৰাক্তন গৃহমন্ত্ৰী কুমাৰ ৱাইয়ে বুধবাৰে দিল্লীস্থিত দলৰ মুখ্য কাৰ্যালয়ত কংগ্ৰেছত যোগদান কৰে। এই উপলক্ষে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক...
Read moreবৃহস্পতিবাৰে কিৰেন ৰিজিজুক কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁৰ ঠাইত এই মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হৈছে প্ৰাক্তন আই...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd