• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

জলবায়ু পৰিৱৰ্তন! অৰুণাচলত ক্ৰমে গলিবলৈ ধৰিছে হিমবাহ; ভয়াবহ দুৰ্যোগৰ সতৰ্কতা বিজ্ঞানীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 6, 2025 1:51 pm
52
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশত হিমবাহ গলনৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে। মাত্ৰ এবছৰতে প্ৰায় ১.৫ মিটাৰ বৰফ গলি গৈছে বুলি বিজ্ঞানীসকলে প্ৰকাশ কৰিছে। ফলত বিজ্ঞানীসকলে ভয়াবহ প্ৰাকৃতিক দুৰ্যোগৰ সম্ভাৱনাক নুই কৰা নাই। ইতিমধ্যে অৰুণাচলৰ কেইবাটাও অঞ্চলত সতৰ্কতা জাৰি কৰা হৈছে।

চেণ্টাৰ ফৰ আৰ্থ ছায়েন্স এণ্ড হিমালয়ান ষ্টাডিজে টাৱাঙৰ গোৰিচেন পৰ্বতমালাৰ খাংৰি হিমবাহৰ নিৰীক্ষণ আৰম্ভ কৰিছে। ২০১৬ চনৰ পৰা ২০২৫ চনলৈকে চেণ্টিনেল-২ উপগ্ৰহৰ ছবি বিশ্লেষণ কৰি দেখা গৈছে যে মাগো চু অৱবাহিকাৰ হিমবাহবোৰ ক্ৰমান্বয়ে পিছুৱাই গৈছে। ফলত হিমবাহৰ দ্বাৰা গঠিত হ্ৰদৰ আয়তন (গ্লেচিয়েল লেক) বৃদ্ধি পাইছে।

Apply Now

 বিজ্ঞানীসকলে অনুমান কৰিছে যে হিমবাহৰ পৰা অতিৰিক্ত পৰিমানে বৰফ গলি যোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হৈছে।

বিজ্ঞানীসকলে কয় যে বৰফ গলি যোৱাৰ বাবে হিমবাহৰ ওচৰৰ নদীবোৰত বানপানীৰ আশংকা অধিক। ২০২৩ চনৰ অক্টোবৰ মাহত ছিকিমত এক ভয়ংকৰ দুৰ্যোগৰ সৃষ্টি হৈছিল। দক্ষিণ লোনাক হ্ৰদত হিমবাহৰ স্খলনৰ ফলত তীব্ৰ বানপানীৰ সৃষ্টি হয়। এই ঘটনাৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষতিসাধন হয়।

ৰাণী হ্ৰদ গোৰিচেন পৰ্বতমালাৰ ওচৰত অৱস্থিত। বিজ্ঞানীসকলে আশংকা কৰিছে যে যদিহে হিমবাহ গলি থাকে তেন্তে ৰাণী হ্ৰদতো ছিকিমৰ দৰে ভয়ানক দুৰ্যোগৰ সন্মুখীন হ’ব পাৰে।

গৱেষক আৰু বিশেষজ্ঞসকলৰ মতে সমগ্ৰ বিশ্বতে উষ্ণতা বৃদ্ধিৰ বাবে হিমবাহবোৰ দ্ৰুতগতিত গলিবলৈ ধৰিছে। ফলত হিমবাহৰ পৰা গঠিত হ্ৰদবোৰ ওফন্দি উঠিছে।

কেন্দ্ৰীয় জল আয়োগৰ শেহতীয়া নিৰীক্ষণ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ৪০০ৰো অধিক হিমবাহ গঠিত হ্ৰদৰ জলপৃষ্ঠ বিপদজনকভাৱে বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুঠ ৪৩২টা হিমবাহ গঠিত হ্ৰদ পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছে। ইয়াৰে অৰুণাচল প্ৰদেশত সৰ্বাধিক হ্ৰদ (১৯৭), তাৰ পিছতে আছে লাডাখ (১২০), জম্মু-কাশ্মীৰ (৫৭), ছিকিম (৪৭), হিমাচল প্ৰদেশ (৬) আৰু উত্তৰাখণ্ড (৫)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd