• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ; প্ৰাৰম্ভিক ধাৰাত আগবাঢিছে বিজেপি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2024 7:24 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি ইতিমধ্যে আৰম্ভ হৈছে। প্ৰাৰম্ভিক ধাৰা মতে ৬খন আসনত আগবাঢ়ি আছে বিজেপি। যিহেতু ইতিমধ্যে ১০খন আসন লাভ কৰিছে, সেয়েহে এতিয়া মুঠতে ১৬খন আসনত আগবাঢ়ি আছে বিজেপি। নেশ্যনেল পিপলছ পাৰ্টি (এন পি পি), কংগ্ৰেছ বা আন কোনো দলে ৰাজ্যখনত এতিয়াও একাউণ্ট খুলিব পৰা নাই।

২০১৯ চনৰ অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৪১ খন আসন লাভ কৰিছিল। ৭খন আসন জনতা দলে (ইউনাইটেড) লাভ কৰিছিল। নেশ্যনেল পিপলছ পাৰ্টিয়ে ৫খন আসনত জয়লাভ কৰে। কংগ্ৰেছে চাৰিখন আসনত জয়লাভ কৰিছিল। পিপলছ পাৰ্টি অফ অৰুণাচল প্ৰদেশে এখন আসনত জয়লাভ কৰিছিল। নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল দুখন আসন।

লগতে পঢ়কঃ আহি গ’ল নিৰ্বাচনী সমীক্ষা : কোন জিকিব? কোনে লাভ কৰিব কিমান আসন?

Apply Now

ৰাজ্যৰ ২৫টা জিলা সদৰৰ ৪০টা কেন্দ্ৰত ভোটগণনা চলি আছে। ডাক বেলট প্ৰথমে গণনা কৰা হয়। পুৱা ৬:৩০ বজাৰ পৰা আৰম্ভ হয় ইভিএমৰ গণনা। অৰুণাচল প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া পৱন কুমাৰ ছাইনে কয় যে দুপৰীয়াৰ ভিতৰত গণনা শেষ হোৱাৰ সম্ভাৱনা আছে।

অৰুণাচল প্ৰদেশৰ মুঠ বিধানসভা আসনৰ সংখ্যা ৬০খন। কিন্তু এইবাৰ ৫০টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাত জয়লাভ কৰিছে বিদায়ী শাসকীয় দল বিজেপিয়ে। বিদায়ী মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু উপ-মুখ্যমন্ত্ৰী চাউনা মেই জয়লাভ কৰিছে।

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে। ওড়িশাৰ বিধানসভা নিৰ্বাচন, অন্ধ্ৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচনকে ধৰি মঙলবাৰে গণনা কৰা হব যদিও আজি অৰুণাচল বিধানসভাৰ ফলাফল ঘোষণা কৰা হৈছে। কিয়নো উত্তৰ-পূব ভাৰতৰ ৰাজ্যখনৰ বিধানসভাৰ কাৰ্যকাল আজি (২ জুন) শেষ। সেই পৰিস্থিতিত আজিৰ ভিতৰত এখন নতুন বিধানসভা গঠন কৰিব লাগিব। সেয়েহে অৰুণাচল বিধানসভাৰ নিৰ্বাচনৰ গণনা আগবঢ়াই অনা হৈছে।

লগতে পঢ়কঃ ২৯৫ খন আসন লাভ কৰিব বিৰোধী ঐক্য ইণ্ডিয়াই : আত্মবিশ্বাসী কংগ্ৰেছ

সাধাৰণতে পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হয়। কিন্তু গণনাৰ পৰ্যায়টো সোনকালে সম্পূৰ্ণ কৰিবলৈ পুৱা ৬ বজাৰ পৰা গণনা আৰম্ভ কৰা হয়। কিন্তু আজি কেৱল বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি আছে। অহা মঙলবাৰে (৪ জুন) অৰুণাচলৰ দুটা লোকসভা সমষ্টিৰ (অৰুণাচল পূৱ আৰু অৰুণাচল পশ্চিম) ভোটগণনা কৰা হ’ব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

‘হিটমেন’ক লৈ টনা-আজোৰা! ৰোহিতৰ ভৱিষ্যত সন্দৰ্ভত দেৱজিৎ শইকীয়াৰ মন্তব্যত ক্ষুব্ধ নিৰ্বাচকসকল

August 16, 2026 12:59 pm
ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

ইতিহাস ৰচিলে বাংলাদেশে! অষ্ট্ৰেলিয়াক নিজৰ মাটিতে পৰাস্ত কৰিলে টাইগাৰ বাহিনীয়ে

August 16, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

বানপানীৰ পিছত আকৌ সেউজীয়া হ’বনে পথাৰ? এতিয়া কি কৰিব কৃষকসকলে

August 16, 2026 4:04 pm
পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

পান মছলাৰ বিজ্ঞাপনৰ বাবে শলঠেকত শ্বাহৰুখ, অজয়, টাইগাৰ; কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ FDA-ৰ

August 16, 2026 3:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd