• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আহি গ’ল নিৰ্বাচনী সমীক্ষা : কোন জিকিব? কোনে লাভ কৰিব কিমান আসন?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 1, 2024 9:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচনী আচৰণ বিধি অনুসৰি আজি সন্ধিয়া ৬.৩০ বজাৰ লগে লগে দেশৰ সংবাদ মাধ্যম, বিভিন্ন ৰাজনৈতিক বিশ্লেষক, ৰাজনৈতিক সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনোত্তৰ সমীক্ষা।

নিৰ্বাচনৰ ভোট গ্ৰহণৰ আটাইকেইটা পৰ্যায় সম্পূৰ্ণ নোহোৱালৈকে ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনোত্তৰ সমীক্ষা প্ৰকাশ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

Apply Now

আজি সমাপ্ত হ’ল ভাৰতৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম ভোট গ্ৰহণ। সেই অনুসৰি আজি সংবাদ মাধ্যম, বিভিন্ন ৰাজনৈতিক বিশ্লেষক, ৰাজনৈতিক সংস্থাই প্ৰকাশ কৰিছে নিৰ্বাচনোত্তৰ সমীক্ষা।
মেট্ৰিজৰ সমীক্ষা মতে, এইবাৰ লোকসভা নিৰ্বাচনত ভাৰতৰ মুঠ ৫৪৩ টা সমষ্টিৰ ভিতৰত ৩৫৩ৰ পৰা ৩৬৮ তা সমষ্টি বিজেপি মিত্ৰজোঁটে দখল কৰিব। লগতে বিৰোধী ঐক্য ইণ্ডিয়াই লাভ কৰিব ১১৮ ৰ পৰা ১৩৩ খন আসন। অন্যান্য দলে লাভ কৰিব ৪৩ৰ পৰা ৪৮ খন আসন।

PMARQ ৰ সমীক্ষা মতে, বিজেপি মিত্ৰজোঁটে ৩৫৯ খন আসন লাভ কৰিব। আনহাতে বিৰোধী ঐক্য ইণ্ডিয়াই লাভ কৰিব ১৫৪ খন আসন। বিপৰীতে, অন্যান্য দলে ৩০ খন আসন লাভ কৰিব এইবাৰৰ লোকসভা নিৰ্বাচনত।

জন কী বাতৰ সমীক্ষা মতে  বিৰোধী ঐক্য ইণ্ডিয়াই ১৫১ টা সমষ্টিত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে বিজেপি মিত্ৰজোঁট ৩৭৭ টা সমষ্টিত জয় লাভ কৰিব। লগতে অন্যান্য দলে লাভ কৰিব ১৫ টা সমষ্টি।

ইফালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মতে বিৰোধী ঐক্যই ২৯৫ খনতকৈ অধিক আসন লাভ কৰিব আৰু বিজেপিয়ে অকলে প্ৰায় ২২০খন আসন আৰু বিজেপি মিত্ৰজোঁটে মিলি ২৩৫খন আসন লাভ কৰিব। কেজৰিৱালৰ মতে চৰকাৰ গঠন কৰিব বিৰোধী ঐক্য ইণ্ডিয়াই।

এই সম্পৰ্কত কংগ্ৰেছৰ মূৰব্বী মল্লিকাৰ্জুন খৰ্গেৰ মতে বিৰোধী ঐক্য ইণ্ডিয়াই কমেও ২৯৫ খন আসন লাভ কৰি চৰকাৰ গঠন কৰিব।

ইফালে কেইবাটাও আঞ্চলিক সংস্থা আৰু সংবাদ মাধ্যমৰ মতে অসমৰ ১৪ খন আসনৰ ভিতৰত ৩ খনত বিৰোধী জয়ী হোৱাৰ বিপৰীতে ১১ খনত বিজেপি মিত্ৰজোঁটে জয় লাভ কৰিব।

উল্লেখ্য যে বিভিন্ন সংবাদ সংস্থাই দাবী কৰা এই সমীক্ষা সমীক্ষা কিমান শুদ্ধ হ’ব সেয়া অহা ৪ জুন তাৰিখে নিৰ্বাচনী ফলাফলত পৰিস্কাৰ হৈ পৰিব।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

মন্ত্ৰীৰ চাকৰ নহয় আৰক্ষী, বোম্বাই উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়ত নিৰ্বাসনৰ নিৰ্দেশ খাৰিজ

July 3, 2026 3:23 pm
সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

বিতৰ্কিত ভিডিঅ’ ডিলিট কৰিব লাগিব ধ্ৰুৱ ৰাথীয়ে : নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

July 3, 2026 3:46 pm
লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

লুই বাৰ্জাৰ কেলেংকাৰী: আমেৰিকাত শাস্তি হ’ল, কিন্তু অসমত দহ বছৰেও শেষ নহ’ল তদন্ত

July 3, 2026 3:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd