DMCA.com Protection Status

আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান য়ু এন এল এফ ডব্লিউৰ

উত্তৰ -পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী সংগঠন সমুহৰ উমৈহতীয়া সংগঠন য়ুনাইটেড নেশ্যনেল লিবাৰেইশ্যন ফ্ৰন্ট অব ছাউথ-ইষ্ট এছিয়াই আগন্তুক গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনাইছে।...

Read more

অনূৰ্ধ্ব ২৩ ক্ৰিকেট : ২০১ ৰানৰ বৃ্হৎ ব্যৱধানত ছিকিমক হৰুৱালে নাগালেণ্ডে

নাগালেণ্ডে বিচিচিআই অনূৰ্ধ্ব ২৩ এদিনীয়া প্ৰতিযোগিতাৰ উত্তৰ-পূব আৰু বিহাৰ জ’নৰ পাটনাত অনুষ্ঠিত প্ৰথমখন খেলত ছিকিম দলক ২০১ ৰানত পৰাস্ত কৰে।...

Read more

অৰুণাচলৰ জয়ৰামপুৰত দ্বিতীয় বিশ্ব যুদ্ধৰ স্মাৰক সংগ্ৰাহলয় উদ্বোধন

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডূৱে দেওবাৰে চাংলাং জিলাৰ জয়ৰামপুৰত এটা দ্বিতীয় বিশ্ব যুদ্ধৰ স্মাৰক সংগ্ৰহালয় উদ্বোধন কৰে। সংগ্ৰহালয়টোৰ উদ্বোধনী...

Read more

স্মাৰ্ট চিটি হোৱাৰ দিশত পাচিঘাট: মুখ্য মন্ত্ৰীৰ আধাৰশিলা স্থাপন

অৰুণাচল প্ৰদেশৰ আটাইতকৈ পুৰণি চহৰ পাচিঘাট শীঘ্ৰে স্মাৰ্ট চিটিলৈ পৰিৱৰ্তন হোৱাৰ দিশত অগ্ৰসৰ। দেওবাৰে অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে...

Read more

সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশক প্ৰত্যাহ্বান এনএইচপিচিৰ

ৰাষ্ট্ৰীয় সেউজ  ন্যায়াধীকৰণে  দিয়া শেহতীয়া এটা নিৰ্দেশক প্ৰত্যাহ্বান জনাই এনএইচপিচিয়ে পুনৰ ন্যায়াধীকৰণৰ দ্বাৰস্থ হৈছে।  যোৱা ২০১৭ চনৰ ১৬ অক্টোবৰত সেউজ...

Read more

অৰ্ধশতিকা অতিক্ৰম কৰা বিদ্যালয়ৰ নতুন ভৱন উন্মোচন কৰিলে পেমা খাণ্ডুৱে

আজি অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল জয়ৰামপুৰত থকা আৰু ১৯৫৩ চনতে প্ৰতিষ্ঠা কৰা এখন চৰকাৰী উচ্চতৰ মাধ্যমিক...

Read more

অৰুণাচল প্ৰদেশৰ তিনিদিনীয়া পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ শুভাৰম্ভ

শনিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপুঙত তিনিদিনীয়া কাৰ্যসূচীৰে পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ সপ্তম সংস্কৰণটো মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰে। অনুষ্ঠানটো...

Read more

নিৰ্বাচন নালাগে, আগে কেন্দ্ৰীয় চৰকাৰে নাগা চুক্তি চূড়ান্ত কৰকঃ ২৩ জানুৱাৰিত ক’হিমাত নাগা ছাত্ৰ ফেডাৰে’শ্বনৰ ৰাজহুৱা সভা

নাগা ছাত্ৰ ফেডাৰে’শ্বনে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে অহা ২৩ জানুৱাৰিত ইয়াৰ প্ৰস্তাৱিত জনসমাৱেশ অনুষ্ঠিত কৰিব। ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত...

Read more

২১ জানুৱাৰিত ডিব্ৰুগড়ত নাগৰিকত্ব আইন সংশোধনবিৰোধী সভাঃ থাকিব অজিত ভূঞা, নগেন শইকীয়া

নাগৰিকত্ব আইন সংশোধনবিৰোধী মঞ্চই হিন্দু-বাংলাদেশীক নাগৰিকত্ব দিয়াৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে বিজেপিক আজি তীব্ৰভাৱে সমালোচনা কৰে। আজি ডিব্ৰুগড় প্ৰেছ...

Read more

মলাশয়ত সোণঃ গুৱাহাটীৰ পিছত যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আটক চোৰাং সোণ সৰবৰাহকাৰী

যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত আজি পৱন চৌহান আৰু সুৰেন্দ্ৰ সিং নামৰ দুজন ব্যক্তিক সোণৰ চোৰাং সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।...

Read more
Page 69 of 79 1 68 69 70 79

Recent News