ইয়াকে কয় কৰ্তব্যবোধ! ৰাস্তাত তীব্ৰ যানজঁট। কিন্তু গাড়ীত বহি অপেক্ষা কৰাৰ সময় নাই। কিয়নো চিকিৎসালয়ত উপস্থিত হৈয়েই তেওঁ অস্ত্ৰোপচাৰ কৰিব...
Read moreDetailsVaranasi court allows hearing of Hindu plea বাৰাণসী জিলা আদালতে জ্ঞানৱাপী শৃংগাৰ গৌৰী গোচৰৰ শুনানি গ্ৰহণৰ বাবে সন্মতি দিছে। জ্ঞানৱাপী...
Read moreDetailsসোমবাৰে অসমৰ চৰাইদেউ জিলাৰ এখন চাহ বাগিচাত এজন লোকক এদল উন্মত্ত জনতাই মৰিয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। ঘটনাটো সাপেখাটি...
Read moreDetailsৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ ঘটনা ৰোধৰ লক্ষ্যৰে অসম চৰকাৰে এখন নতুন আইন প্ৰণয়নৰ বাবে প্ৰস্তুতি চলাইছে। আজি মুখ্যমন্ত্ৰী...
Read moreDetailsঅসম চৰকাৰে আজি অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন, ২০০৭ৰ অধীনত আনুষ্ঠানিকভাৱে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। শ্ৰীমন্ত শংকৰ একাডেমী...
Read moreDetailsDream at night বহুতেই কয় সপোনত দেখা বহু কথাই ফলিয়ায়। সপোনত দেখা বহু ঘটনাৰেই ইতিবাচক অথবা নেতিবাচক প্ৰভাৱ থকাৰ কথা...
Read moreDetailsOne person dying every 44 seconds due to Covid infection যোৱা কেইমাহমানৰ পৰা এটা ধাৰণাই ক্ৰিয়া কৰিছে যে কৰোনা এতিয়া...
Read moreDetailsমহিলাৰ সুৰক্ষাৰ বাবে গৌৰৱ কৰা যোগী চৰকাৰৰ সকলো দাবী অসাৰ প্ৰমাণিত হৈছে। নিৰন্তৰ ধৰ্ষণৰ ঘটনাৰ বাবে উত্তৰ প্ৰদেশৰ আইন-শৃংখলা পৰিস্থিতিৰ...
Read moreDetailsঅসম চৰকাৰৰ চাকৰিৰ নামত ধনৰ লেনদেনৰ অভিযোগে প্ৰবল বিতৰ্কৰ সৃষ্টি কৰাৰ সময়তে গুৱাহাটীৰ ল’জত বহি চাকৰিৰ বেহা চলোৱা এটা চক্ৰ...
Read moreDetailsকেইবাজনো বিৰোধী নেতা কেন্দ্ৰীয় তদন্ত সংস্থাৰ নিৰীক্ষণত থকাৰ সময়তো এনচিপিৰ সভাপতি শৰদ পাৱাৰে দেওবাৰে কয় যে তেওঁৰ দলে কেতিয়াও "দিল্লীৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd