• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Gyanvapi Dispute: জ্ঞানৱাপী গোচৰত অঞ্জুমানে ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ; কি কলে আদালতে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2022 7:57 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Varanasi court allows hearing of Hindu plea বাৰাণসী জিলা আদালতে জ্ঞানৱাপী শৃংগাৰ গৌৰী গোচৰৰ শুনানি গ্ৰহণৰ বাবে সন্মতি দিছে। জ্ঞানৱাপী মছজিদত ‘এটা শিৱলিঙ্গ আছে বুলি দাবী কৰি’ তাত পূজা কৰাৰ অনুমতি বিচাৰি বাৰাণসী আদালতত এটা গোচৰ ৰুজু কৰা হৈছিল। হিন্দু পক্ষৰ সেই দাবী নাকচ কৰি ওলোটাই গোচৰ দাখিলৰ আবেদন জনোৱা হৈছিল আৰু সেই গোচৰ উচ্চতম ন্যায়ালয় পাইছিল।

পিছত গোচৰটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বাৰাণসী আদালতলৈ ঘূৰাই পঠোৱা হয়। সোমবাৰে বাৰাণসী সত্ৰ আদালতত ন্যায়াধীশ এ কে বিশ্বেসৰ একক বিচাৰপীঠে কয় যে গোচৰটো হিন্দু পক্ষৰ আবেদনৰ ওপৰত আগবাঢ়িব। ন্যায়াধীশে মুছলমান পক্ষৰ ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ কৰে।

লগতে পঢ়ক: ‘বিকশিত’ উত্তৰ প্ৰদেশৰ আন এক ৰূপ: মোবাইলৰ ফ্লাছ লাইটৰ পোহৰত চিকিৎসা চলালে চিকিৎসকে

Apply Now

হিন্দু পক্ষৰ হৈ উপস্থিত থকা অধিবক্তা বিষ্ণু শংকৰ জৈনে কয় যে গোচৰটোৰ পৰৱৰ্তী শুনানি ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। যোৱা ২০ মে’ত বাৰাণসী জিলা আদালতৰ ন্যায়াধীশে গোচৰটোৰ জৰুৰী শুনানি আৰম্ভ কৰিছিল।

উল্লেখ্য যে পাঁচগৰাকী মহিলাই জ্ঞানৱাপী মছজিদক হিন্দু মন্দিৰ হিচাপে উপাসনা কৰাৰ অনুমতি বিচাৰি বাৰাণসী আদালতত আবেদন কৰিছিল। আদালতে তেতিয়া আৱেদনৰ উত্তৰত এটা জৰীপৰ নিৰ্দেশ দিছিল। বিতৰ্ক স্বত্বেও জৰীপটো সম্পূৰ্ণ হৈছিল। ১৪ ৰ পৰা ১৬ মে’লৈ চলি থকা জৰীপৰ ওপৰত ভিত্তি কৰি ১২ পৃষ্ঠাৰ প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছিল।

ইপিনে, মুছলমান পক্ষই দাবী কৰে যে উপাসনা স্থান সুৰক্ষা আইন, ১৯৯১ ৰ অধীনত গোচৰটো ভিত্তিহীন। অৱশ্যে হিন্দু পক্ষৰ দাবী কৰে যে ১৯৪৭ চনৰ পিছতো ইয়াত উপাসনা কৰা হৈছিল। প্ৰমাণ হিচাপে ১২ জন সাক্ষীক আদালতত হাজিৰ কৰোৱা হৈছিল।

লগতে পঢ়ক: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় স্থাপনৰ প্ৰস্তাৱত অসম কেবিনেটৰ অনুমোদন

এই সন্দৰ্ভত আদালতে কয় যে জ্ঞানৱাপী মছজিদৰ চৌহদত উপাসনাৰ দাবী কৰা গোচৰটোৰ শুনানি গ্ৰহণ কৰা হ’ব। ইপিনে, অঞ্জুমানে ইন্তেজামিয়া সমিতিয়ে কয় যে তেওঁলোকে বাৰাণসী আদালতৰ ৰায়ৰ বিৰুদ্ধে এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm
লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

লাডাখত নিষিদ্ধ হ’ল এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক : নিয়ম ভাঙিলে ভৰিব লাগিব বৃহৎ জৰিমনা

June 20, 2026 11:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd