• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অস্ত্ৰোপচাৰ কক্ষত ৰোগী, ৰাস্তাত তীব্ৰ যানজঁট; ৪৫ মিনিট দৌৰি গৈ চিকিৎসালয়ত উপস্থিত হ’ল চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2022 8:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াকে কয় কৰ্তব্যবোধ! ৰাস্তাত তীব্ৰ যানজঁট। কিন্তু গাড়ীত বহি অপেক্ষা কৰাৰ সময় নাই। কিয়নো চিকিৎসালয়ত উপস্থিত হৈয়েই তেওঁ অস্ত্ৰোপচাৰ কৰিব লাগিব। ৰোগীসকল ৰাতিপুৱাৰে পৰা তেওঁৰ বাবে অপেক্ষা কৰি আছে। সেয়ে, পলম নকৰি বেংগালুৰুৰ এজন চিকিৎসকে মাজপথতে গাড়ীৰ পৰা নামি প্ৰায় ৪৫ মিনিট দৌৰি গৈ তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰি চিকিৎসালয়ত উপস্থিত হ’ল।

বাংগালুৰুৰ মণিপাল চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসক ডাঃ গোবিন্দ নন্দ কুমাৰৰ এই কাণ্ডক সকলোৱে এতিয়া প্ৰশংসাৰে উপচাই দিছে।

লগতে পঢ়ক: ‘বিকশিত’ উত্তৰ প্ৰদেশৰ আন এক ৰূপ: মোবাইলৰ ফ্লাছ লাইটৰ পোহৰত চিকিৎসা চলালে চিকিৎসকে

Apply Now

যোৱা ৩০ আগষ্টত তেওঁ চিকিৎসালয়লৈ ৰাওনা হৈছিল। কিন্তু ধাৰাসাৰ বৰষুণৰ বাবে ৰাস্তাত পানী জমা হোৱাৰ বাবে যান-জঁটৰ সৃষ্টি হৈছিল। তেওঁৰ গাড়ীখন সৰজাপুৰ-মাৰাঠাহাল্লি পথত যান-বাহনত আবদ্ধ হৈ পৰে।

চিকিৎসকজনে চিকিৎসালয়লৈ গৈ ৰোগীসকলৰ পিত্তথলীৰ (গলব্লাডাৰ) অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল। সেয়ে ৰোগীসকলৰ কথা ভাবি ডাঃ নন্দকুমাৰ অৱশেষত গাড়ীৰ পৰা নামি দৌৰিবলৈ আৰম্ভ কৰে।

লগতে পঢ়ক: Gyanvapi Dispute: জ্ঞানৱাপী গোচৰত অঞ্জুমানে ইন্তেজামিয়া সমিতিৰ আবেদন খাৰিজ; কি কলে আদালতে?

মহানুভৱ চিকিৎকগৰাকীয়ে কয়, “মই মণিপাল চিকিৎসালয়ত উপস্থিত হ’বলগীয়া আছিল। ধাৰাসাৰ বৰষুণ আৰু ৰাস্তাত পানী জমা হোৱাৰ বাবে কেইবা কিলোমিটাৰ পথত যান-জঁট আছিল। সেয়ে মই সময় অপচয় কৰিব নিবিচাৰিলো। ৰোগীসকলে অস্ত্ৰোপচাৰৰ বাবে নোখোৱাকৈ ৰৈ আছে। গতিকে তেওঁলোকে সুদীৰ্ঘ সময়ৰ বাবে অপেক্ষা কৰি থকাটো মই বিচৰা নাছিলো। সেয়ে মই দৌৰি যোৱাৰ সিদ্ধান্ত লৈছিলো।”

.@SoumiEmd @CCellini @andersoncooper @WCMSurgery @nycHealthy @NYCRUNS https://t.co/54zt4H5SxY #runtowork @ManipalHealth #togetherstronger pic.twitter.com/21NYbZgraX

— Govind Nandakumar MD (@docgovind) September 12, 2022

বাতৰিসমূহৰ মতে, ডাঃ নন্দকুমাৰে যোৱা ১৮ বছৰ ধৰি কেইবাটাও জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰিছে। এজন চিকিৎসক হিচাপেও তেওঁৰ সুখ্যাতি আছে। চিকিৎসকজনে ৰোগীসকলৰ বিষয়ে চিন্তা কৰি চিকিৎসালয়লৈ দৌৰি যোৱাৰ এই ঘটনাই সকলোৱে অন্তৰ চুই গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd