ইজৰাইলে বৃহস্পতিবাৰে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰ, বেলিষ্টিক মিছাইল কাৰখানা আৰু সামৰিক কেন্দ্ৰত আক্ৰমণ চলাইছিল। ইয়াৰ ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ আক্ৰমণ চলাইছে।...
Read moreDetailsপ্ৰেমত অলপ সৰুসুৰা খুটিনাটি লাগি থাকে। আকৌ সেই মনৰ মানুহজনৰ লগত মতানৈক্য হ’লে আপোনাৰ হৃদয়খনো বিচলিত হৈ পৰে। আকৌ যদি...
Read moreDetailsহেৰউ কৃষক,প্রথম বিপ্লৱী বীৰ প্ৰকৃতিৰ বক্ষ-বিদাৰক।ধৰণীৰ বুকু ফালিনাঙলৰ ফাল তুলিপোনে পোনে তয়ে লখিমীক লভিছিলিআজিনো লখিমী ক’ত? ক’ত হেৰুৱালি?…লোকৰ ফাঁকিত পৰি...
Read moreDetailsআহমেদাবাদত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাই দেশজুৰি শোকৰ ছাঁ পেলাইছে। উক্ত দুৰ্ঘটনাত বিমানখনত থকা এজন ব্যক্তিৰ বাহিৰে সকলো যাত্ৰী, ক্ৰু...
Read moreDetailsধুবুৰীত সাম্প্ৰদায়িক গোট সক্ৰিয় হোৱাৰ খবৰ পোৱাৰ পাছত অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত...
Read moreDetailsবৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গাজাত তাৎক্ষণিক আৰু স্থায়ী যুদ্ধবিৰতিৰ আহ্বান জনোৱা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে। স্পেইনে উত্থাপন কৰা এই প্ৰস্তাৱত...
Read moreDetailsট্ৰাম্পৰ কঠোৰ নিয়মৰ পৰা সাৰি নগ’ল প্ৰভাৱশালী ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰ খাবিৰ লাম। বিশ্বৰ ভিতৰতে সৰ্বাধিক অনুৰাগী থকা টিকটক তাৰকাগৰাকীয়েও আমেৰিকা...
Read moreDetailsআৰক্ষীৰ জিম্মাত থকা মেঘালয় হানিমুন হত্যাকাণ্ডৰ অভিযুক্তৰ বক্তব্যৰ পৰাই চাঞ্চল্যকৰ তথ্য ওলাইছে। ইন্দোৰৰ পৰিবহণ ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ অভিযুক্ত সোণম...
Read moreDetailsপশ্চিম এছিয়াত ইৰাণ-ইজৰাইলৰ উত্তেজনাই বিমান পৰিবহণত যথেষ্ট প্ৰভাৱ পেলাইছে। এনে পৰিস্থিতিত এয়াৰ ইণ্ডিয়াৰ কেইবাখনো বিমানৰ পথ সলনি বা বাতিল কৰিবলগীয়া...
Read moreDetailsযোৱা ১১ বছৰ কেন্দ্ৰত আৰু ৯ বছৰ অসমত বিজেপি চৰকাৰৰ গতি-বিধিলৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হৈ পৰে যে বিদেশী নাগৰিকৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd