যোৰহাট কাণ্ডক লৈ সামাজিক মাধ্যমত সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা ব্যক্তিৰ বিৰুদ্ধে দাখিল এজাহাৰ

যোৰহাট কাণ্ডৰে জড়িত থকা অভিযুক্তসকলক লৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে শনিবাৰে নিশা টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল...

Read moreDetails

Ukraine Issue: ইউক্ৰেইন সীমান্তত উত্তেজনাময় পৰিস্থিতিক লৈ মঙলবাৰে বিডেন-পুটিনৰ বৈঠক

Ukraine Issue ইউক্ৰেইন বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজৰ উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে। ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ সেনা সমাৱেশক লৈয়েই...

Read moreDetails

Covid-19 Update দেশত কৰ’নাত মৃত্যুৰ সংখ্যাত যোগ হ’ল আৰু ২হাজাৰ ৭৯৬জন; নিয়ন্ত্ৰণাধীন দৈনিক সংক্ৰমণ

Covid-19 Update দেশত অ’মিক্ৰন ভেৰিয়েন্টৰ আতংক বিয়পি পৰাৰ সময়ত দৈনিক আক্ৰান্ত আৰু মৃত্যু দুয়োটাই সন্তুলিত আৰু নিয়ন্ত্ৰণাধীন হৈ থকাৰ মাজতে...

Read moreDetails

Nagaland Firing Incident: উত্তপ্ত নাগালেণ্ড! মন জিলাত উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত

Nagaland Firing Incident শনিবাৰে সন্ধিয়া ভাৰতীয় সেনাৰ নিৰ্বিচাৰ গুলীচালনাৰ ঘটনাত ১২জনকৈ গাঁওবাসী নিহত হোৱা ঘটনাৰ প্ৰতিক্ৰিয়াত উত্তপ্ত হৈ পৰিছে নাগালেণ্ড।...

Read moreDetails

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নাগ্ৰীজুলি খণ্ডৰ উদ্যোগত বিজ্ঞানৰ নমুনা, চিত্ৰাংকন, আকস্মিক বক্তৃতা প্ৰতিযোগিতা

আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ নাগ্ৰীজুলি খণ্ডৰ উদ্যোগত নাগ্ৰীজুলিস্থিত শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয়ত শনিবাৰে বিজ্ঞানৰ নমুনা প্ৰস্তুতি, চিত্ৰাংকন, আকস্মিক বক্তৃতাকে ধৰি বিভিন্ন...

Read moreDetails

নাগালেণ্ডৰ মন জিলাত ভয়ংকৰ গুলীচালনাৰ ঘটনা; কমেও ৬জন নিহত, ২জন আহত

নাগালেণ্ডৰ মন জিলাত শনিবাৰে সন্ধিয়া সংঘটিত এক ভয়ংকৰ গুলীচালনাৰ ঘটনাত কমেও ৬জন লোক নিহত হোৱাৰ লগতে ২জন লোক আহত হোৱাৰ...

Read moreDetails

Northeast Now Exclusive: চৰকাৰৰ এটা ভুল নীতিৰ মাৰাত্মক ফল ভুগিব নেকি আৰক্ষীৰ লগতে মহানগৰবাসীয়ে?

Wrong policy of the Assam Govt. পুনৰ পোহৰলৈ আহিছে ৰাজ্য চৰকাৰৰ এক ভুল নীতি! যি নীতিয়ে বিশেষকৈ বিপদত পেলাব পাৰে...

Read moreDetails

Covid Update ৰাজ্যত নতুনকৈ কিমান আক্ৰান্ত হ’ল কোভিডত; মৃত্যু কিমানৰ?

Covid Update অ’মিক্ৰণৰ আতংকৰ মাজতে অসমত কোভিড পজিটিভিটিৰ হাৰ এতিয়াও ১ শতাংশৰ তলতে আছে আৰু দৈনিক সংক্ৰমণো বৃদ্ধি নোপোৱালৈ চাই...

Read moreDetails

Sex racket নগাঁৱত আৰক্ষীয়ে উৎখাত কৰিলে দেহ ব্যৱসায়ী চক্ৰ

ড্ৰাগছ, মদকে ধৰি অন্যান্য বহু সামাজিক ব্যধিয়ে এতিয়া চানি ধৰিছে সমগ্ৰ ৰাজ্যক। ইয়াৰ ব্যতিক্ৰম ঘটা নাই নগাঁৱতো। বহু অসামাজিক কামৰ...

Read moreDetails

ছুটী নোপোৱাৰ ক্ষোভতে দুই বিষয়াক গুলীয়াই হত্যা কৰিলে টিএছআৰৰ জোৱানে

ত্ৰিপুৰাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ এজন জোৱানে বাহিনীটোৰ দুই বিষয়াক গুলীয়াই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ...

Read moreDetails
Page 1789 of 5977 1 1,788 1,789 1,790 5,977

Stay Connected

Recent News