আই পি এলত অংশগ্ৰহণৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে লাচিথ মালিংগাৰ

শ্ৰীলংকাৰ তাৰকা বেগী বলাৰ লাচিথ মালিংগাই পাৰিবাৰিক কাৰণত ২০২০ বৰ্ষৰ আই পি এলত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত...

Read moreDetails

১ ছেপ্তেম্বৰৰ পৰা খুলিব বিদ্যালয়, আমি ক’ৰ’নাৰ সৈতে বাস কৰিব লাগিব : ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি

ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেকৰণে বৃহস্পতিবাৰে কয় যে, দেশৰ ছাত্ৰ-ছাত্ৰীসকল ছেপ্তেম্বৰৰ ১ তাৰিখৰ পৰা বিদ্যালয়লৈ যাব লাগিব। ''আহি থকা দিনত বিদ্যালয়লৈ...

Read moreDetails

সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভবেন ভৰালী ক’ৰ’না প’জিটিভ

অসমৰ বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ক’ৰ’না প’জিটিভ হোৱা সাংসদ কামাখ্য প্ৰসাদ তাছাক যোৰহাট...

Read moreDetails

পোষ্টেল বেলটৰ জৰিয়তে ভোট দিব পাৰিব ক’ৰ’ণা আক্ৰান্ত ভোটাৰে

দেশত এতিয়াও অব্যাহত আছে ক’ৰ’ণাৰ মহা সংহাৰ।ক’ৰ’ণাৰ সংহাৰৰ মাজতে দেশৰ বিভিন্ন ৰাজ্যত বিধান সভা নিৰ্বাচনকে ধৰি উপ-নিৰ্বাচনো অনুষ্ঠিত কৰাৰ বাবে...

Read moreDetails

বিশিষ্ট মুক্তি যুঁজাৰু ভবেন বৰাৰ বিয়োগত মুখ্য মন্ত্ৰী সোণোৱালৰ শোক প্ৰকাশ

বিশিষ্ট মুক্তি যুঁজাৰু ভবেন বৰাৰ বিয়োগত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। আজি এক প্ৰেছ বিবৃতিযোগে মুখ্য মন্ত্ৰী...

Read moreDetails

মাজুলী কমলাবাৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ স্মৃতিচাৰণ অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱাল

মাজুলী কমলাবাৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ, যশস্বী পণ্ডিত ড০ নাৰায়ন চন্দ্ৰ গোস্বামীৰ স্মৃতিচাৰণ উপলক্ষে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত কমলাবাৰীস্থিত মাজুলী মহাবিদ্যালয়ৰ...

Read moreDetails

অসম অলিম্পিক সন্থাৰ জৰিয়তে গ্ৰাম্য পৰ্যায়ত অলিম্পিক আয়োজনৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে : মুখ্য মন্ত্ৰী সোণোৱাল

মাজুলীৰ ক্ৰীড়াখণ্ডক এক নতুন গতি প্ৰদানেৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱলে আজি ‘মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা’ৰ অধীনত মাজুলীৰ মধ্য...

Read moreDetails

দিল্লীৰ সংঘৰ্ষ: অসমৰ দেৱাংগনা কলিতাৰ বিৰুদ্ধে প্ৰমাণ বিচাৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত সংঘটিত সংঘৰ্ষৰ সময়ত জনতাক প্ৰৰোচিত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গোচৰৰ ওপৰত গোচৰ জাপি...

Read moreDetails

শিৱসাগৰত কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ, ’২১ৰ নিৰ্বাচনত বিজেপিক উৎখাতৰ আহ্বান

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে শিৱসাগৰত আজি এক সংবাদ মেল সম্বোধন কৰে। উজনি অসম মুছলিম কল্যান পৰিষদৰ শিৱসাগৰ...

Read moreDetails

অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ কেমেৰণ হোৱাইটৰ ক্ৰিকেটৰ পৰা সন্যাস গ্ৰহণ

অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ কেমেৰুণ হোৱাইটে (৩৭) সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। বিগত ২০ বছৰ ধৰি...

Read moreDetails
Page 2718 of 5641 1 2,717 2,718 2,719 5,641

Stay Connected

Recent News