• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ভবেন ভৰালী ক’ৰ’না প’জিটিভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 21, 2020 8:56 pm

1 min read

bjp-mp-kamakhya-prasad-tasa_

ফাইল ফটো

239
VIEWS
Share on FacebookShare on Twitter

অসমৰ বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ক’ৰ’না প’জিটিভ হোৱা সাংসদ কামাখ্য প্ৰসাদ তাছাক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

বিগত কাৰ্য্যকালত যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা কামাখ্যা প্ৰসাদ তাছা এইবাৰ ৰাজ্যসভাৰ সাংসদ হিচাপে অসমৰ পৰা নিৰ্বাচিত হৈছিল।

তাছা ক’ৰ’না প’জিটিভ হলেও বৰ্তমানলৈ তেওঁৰ শৰীৰ স্বাভাৱিক হৈ আছে বুলি চিকিৎসকে জানিবলৈ দিছে।

ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপৰিও দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন ভৰালীও ক’ৰ’না প’জিটিভ হৈছে।

ক’ৰ’না প’জিটিভ বিধায়ক ভবেন ভৰালীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি য়ুত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

চিকিৎসকে দুয়োগৰাকী নেতাকে চিকিৎসা প্ৰদান কৰি আছে।

উল্লেখযোগ্য যে, অসমত বৰ্তমানলৈ ৮৬০৫২ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ বিপৰীতে ৬৩১২০ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈছে।

আনহাতে, ৰাজ্যত এতিয়ালৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ২২১ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

Recent News

india-covid-1

গোলাঘাটত ক’ভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন ক’ভিড ৰোগীৰ মৃত্যু

VideoCapture_20210419-191438

পুৰণিগুদামত অংগাভিনয় অসমৰ দ্বাৰা “এজাক বিহুবলীয়াৰ দপদপনি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান সম্পন্ন

index

কৰ’নাত আক্ৰান্ত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং; দিল্লীৰ এইমছত ভৰ্তি

মানুহৰ জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয়, পশ্চিমবংগত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কংগ্ৰেছে

মানুহৰ জীৱনতকৈ নিৰ্বাচন ডাঙৰ নহয়, পশ্চিমবংগত নিৰ্বাচন স্থগিত ৰখাৰ আহ্বান জনালে কংগ্ৰেছে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd