• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰত কৃষক মুক্তিৰ নেতা ধৈৰ্য কোঁৱৰ, ’২১ৰ নিৰ্বাচনত বিজেপিক উৎখাতৰ আহ্বান

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 21, 2020 7:27 pm
KMSS leader Dhoirjya Konwar addresses press in Sivasagar
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে শিৱসাগৰত আজি এক সংবাদ মেল সম্বোধন কৰে।

উজনি অসম মুছলিম কল্যান পৰিষদৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদ মেলত ধৈৰ্য্য কোঁৱৰে তীব্ৰ সমালোচনা কৰে বিজেপি, আৰএচএচক।

Apply Now

’২১ৰ নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উৎখাত কৰাৰ আহ্বান জনায় ধৈৰ্য কোঁৱৰে।

সংবাদ মেলত ধৈৰ্য কোঁৱৰে কৃষক মুক্তিয়ে কোনো ৰাজনৈতিক দল গঠন কৰাৰ সিদ্ধান্ত লোৱা নাই বুলি ঘোষণা কৰে।

বিজেপিক প্ৰতিহত কৰিবলৈ ৰাজ্যত গঠিত হোৱা বা হ’বলগীয়া সকলো ৰাজনৈতিক দলক কৃষক মুক্তিয়ে আদৰণি জনোৱাৰ লগতে সমৰ্থন আগবঢ়াব বুলি ব্যক্ত কৰে।

বিজেপিক আগন্তুক বিধানসভা নিৰ্বাচনত হৰুৱাবলৈ সকলো আঞ্চলিক ৰাজনৈতিক দল একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিব বুলি মন্তব্য কৰে।

তেওঁ কয় যে অখিল গগৈক বিজেপি চৰকাৰে অন্যায়ভাৱে জেলত ভৰাই বহু অসম বিদ্বেষী কাম কৰি আছে সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই।

“ৰাজ্যত টোল গেট সমূহ খুলি দিয়াৰ লগতে বৃহৎ নদী বান্ধৰ কামো চলাই আছে। কিন্তু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ এতিয়া কোনো নাই, সকলো নিৰ্বাক নিস্তব্ধ,” কোঁৱৰে কয়।

ৰাজ্যত পুনৰ তীব্ৰভাৱে কা-বিৰোধী আন্দোলন হ’ব বুলি কয় কৃষক মুক্তিৰ নেতাগৰাকীয়ে।

“অসমীয়াই কা মনা নাছিল আৰু কেতিয়াও নামানে। কৰণাৰ বাবে কা আন্দোলন স্থবিৰ হৈ পৰিছিল যদিও এতিয়া তীব্ৰ হব কা আন্দোলন,” এই মন্তব্য ধৈৰ্য কোঁৱৰৰ।

ক’ৰণা এতিয়া ৰাজনীতিৰ অস্ত্ৰ হৈ পৰিছে বুলি কয় ধৈৰ্য কোঁৱৰে। বিৰোধীৰ ক্ষেত্ৰত কভিডৰ প্ৰটক’ল থাকে কিন্তু শাসকীয় পক্ষৰ বাবে কভিডৰ কোনো প্ৰটকল আইন নাই বুলি কয় ধৈৰ্য কোঁৱৰে।

সংবাদ মেলত কোঁৱৰে যতীন বৰাক সুবিধাবাদী নেতা আখ্যা দিয়ে। যতীন বৰাই বিজেপিৰ এজেন্ট হৈ কা আন্দোলন স্তিমিত কৰিবলৈ ৰাইজৰ কাষলৈ গৈছিল বুলি মন্তব্য কৰে ধৈৰ্য কোঁৱৰে।

আনহাতে জুবিন গাৰ্গে ৰজাঘৰীয়া পক্ষ লৈ ভুল কৰিছে বুলি কয় তেওঁ। জুবিন গাৰ্গ অসমৰ এক সম্পদ বুলি মন্তব্য কৰি কোঁৱৰে তেওঁক ৰজাঘৰীয়াৰ পক্ষ লোৱাৰ পৰিৱৰ্তে প্ৰজাঘৰীয়াৰ পক্ষ লবলৈ আহ্বান জনায়।

কা আন্দোলনৰ সময়ত তেওঁলোকৰ আহ্বানত হাজাৰ হাজাৰ অসমীয়া ৰাজপথলৈ ওলাই অহাৰ লগতে পাঁচজনকৈ লোক শ্বহীদ হৈছিল। সেই কথা জুবিন গাৰ্গক পাহৰি নাযাবলৈ আহ্বান জনায় কৃষক নেতা গৰাকীয়ে।

আনহাতে কোঁৱৰে কয় যে সাম্প্ৰদায়িক মন্তব্য কৰা হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাই আইন আৰু ক্ষমতা নিজৰ হাতত ৰাখিছে।

তেওঁ কয়, সেইবাবে তেওঁলোকক আইনে ঢুকি নাপায়। মুখ্যমন্ত্ৰীজন ৰাইজৰ স্বাৰ্থত থকা হোৱা হলে সেই সকলে জেলৰ ভাত খাবলগীয়া হ’লহেঁতেন বুলি তেওঁ মন্তব্য কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

Stay Connected

  • 117k Fans

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd