ৰে’ল যাত্ৰাৰ সময়ত যাত্ৰীসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা তথা অভিযোগৰ সমাধান দিবলৈ ৰে’ল বিভাগে আৰম্ভ কৰিছে এটা বিশেষ প’ৰ্টেল। যাত্ৰাৰ...
Read moreDetailsদেশৰ স্বাধীনতা দিৱসৰ দিনা আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ সহযোগত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ কাৰ্বি আংলং জিলা...
Read moreDetailsআৰু সাতগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৮২লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—...
Read moreDetailsভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সৰ্বাধিক সফল অধিনায়ক, দুবাৰৰ বিশ্বকাপ জয়ী মহেন্দ্ৰ সিং ধোনিয়ে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক...
Read moreDetailsসমাগত ২০২১! বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া সকলো ৰাজনৈতিক দলৰ মাজত এতিয়া আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডা। তাৰ মাজতে হাই ভল্টেজ ৰূপ...
Read moreDetailsএইচডিএফচি বেংক লিমিটেডে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনা সশস্ত্ৰ বাহিনীৰ লোকসকলৰ বাবে এক নতুন কাৰ্ড মুকলি কৰে৷ ‘শৌৰ্য কেজিচি কাৰ্ড’...
Read moreDetailsস্বাধীনতা দিৱসৰ দিনাই মানৱাধিকাৰ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়ালৈ Star Independent Award আৰু ভাৰত গৌৰৱ সন্মান প্ৰদান কৰা হয়। ষ্টাৰ বুক...
Read moreDetailsবোকাখাতৰ যুৱক তথা ডিব্ৰুগড়ৰ গাভৰু পথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালালৈ দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ সাহসিকতা...
Read moreDetailsআগ্ৰাসনবাদী চীনৰ বিৰুদ্ধে কলমৰ জৰিয়তে সংগ্ৰাম চলোৱা নেপালৰ এজন সাংবাদিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই দেশখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নেপালত...
Read moreDetailsদেশে আজি ক’ৰ’ণাতংকৰ মাজতো উদযাপন কৰিছে ৭৪ সংখ্যক স্বাধীনতা দিৱস। আজিৰ দিনটোত দেশৰ আকাশে-বতাহে অনুৰণিত হৈছে স্বাধীনতা আন্দোলনত ভাগ লৈ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd