• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্তৰ মুখত কিয় তৰুণ গগৈৰ জনপ্ৰিয় ডাইল’গ Who Is Badaruddin?

মুখ্যমন্ত্ৰী হ’ব আপুনিও বিচাৰে নেকি? হিমন্ত বিশ্বৰ মতে ৩ কোটি জনতাই মুখ্যমন্ত্ৰী হ’ব পাৰিব!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 15, 2020 9:18 pm
Himanta
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমাগত ২০২১! বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া সকলো ৰাজনৈতিক দলৰ মাজত এতিয়া আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডা।

তাৰ মাজতে হাই ভল্টেজ ৰূপ পাইছে হিমন্ত বিশ্ব শৰ্মা, তৰুণ গগৈ আৰু লুৰিণজ্যোতি গগৈৰ মাজত বাকযুদ্ধখন অধিক আকৰ্ষণীয় হৈ পৰিছে।

Apply Now

মৰিগাওঁত স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আছু কংগ্ৰেছ আরু মুখ্যমন্ত্ৰী পদটোক লৈঔ কেতবোৰ মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।

শৰ্মাৰ মুখত শুনা গ’ল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ Who Is Badaruddin? ডাইল’গটো।

‘মোৰো দুখ লাগে ময়ো কংগ্ৰেছত আছিলো। তৰুণ গগৈয়ে Who Is Badaruddin? বুলি কৈ কৈ এতিয়া গোটেই কংগ্ৰেছটোকে আজমলময় কৰি দিলে গতিকে ১৫ বছৰে এন্টি আজমল বুলি কৈ কৈ গালি পাৰি অহাটো পাহৰি যাব লাগে।‘ তৰুণ গগৈক কটাক্ষ কৰি এইধৰে কয় মন্ত্ৰীগৰাকীয়ে।

ইপিনে, তৰুণ গগৈয়ে নিজকে প্ৰাক্তন মুখ্য মন্ত্ৰী বুলি ক’বই নালাগে বুলি দাবী কৰি তেওঁ লগতে কয় ‘প্ৰাক্তন মুখ্য মন্ত্ৰী এন্টি আজমল কৰি কৰিহে হৈছিল।এতিয়া ৰাজীৱ ভৱনটো আজমল ভৱন হৈ যাব।‘

ইপিনে, লুৰিণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত হিমন্তবিশ্ব শৰ্মাক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তেওঁ কয় ‘লুৰিণজ্যোতি গগৈৰ শব্দৰ চোক ইমানেই বেছি তেওঁ শংকৰদেৱ সংঘকো মান্যতা নিদিয়ে।

যদি মোৰ গাত মন্ত্ৰীৰ পোছাক নাথাকে আৰু ফিল্ডত যদি সকলো একেলগে আহে তেন্তে বেয়া কথা কোৱা প্ৰতিযোগিতাত ময়ো যুঁজ দিব পাৰো।‘

‘কিন্তু বেয়া কথা কোৱাৰ প্ৰতিযোগিতা মানুহক নালাগে।

লুৰিণজ্যোতি গগৈ উঠি অহা ল’ৰা। কিন্তু তেওঁৰ গোটেই কথাখিনি আন এজন নেতাক অনুসৰণ কৰিব চেষ্টা কৰি আছে।

দুয়োজনৰ মাজত কোনজন বেয়া কথা কোৱাত আগত যাব পাৰে।‘ লুৰিণজ্যোতি গগৈক সমালোচনা কৰি এইদৰে কয় হিমন্তই।

ইপিনে, বেয়া শব্দ কোৱাৰ প্ৰতিযোগিতা মানুহে ভাল নাপায় বুলি উল্লেখ কৰি তেওঁ লগতে লুৰিণজ্যোতি গগৈৰ প্ৰতি আহ্বান জনাই কয় ‘যদি বেয়া কথা কোৱাৰ প্ৰতিযোগিতা পাতে তেন্তে আমাৰ ল’ৰা আমি পঠাই দিম তেওঁৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।‘

আছুক প্ৰত্যাহ্বান জনাই হিমন্তই কয় ‘২০২১ ৰ নিৰ্বাচনে প্ৰমাণ কৰিব আছু বেছি জনপ্ৰিয় নে আমি বেছি জনপ্ৰিয়। আছু ক’ত আৰু আমি ক’ত? আছুৱে এই প্ৰতিযোগিতাখনত আহিব নালাগিছিল।‘

ইপিনে, কালি তেওঁৰ সতীৰ্থ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিযুষ হাজৰিকাই হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘বিজেপিৰ ৪২ লাখ লোকৰে মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা আছে।

মুখ্য মন্ত্ৰী হোৱাৰ কাৰণে চন্দ্ৰগ্ৰহত জন্মগ্ৰহণ কৰিব নালাগে।‘

‘পিযুষ হাজৰিকাৰো মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা আছে মোৰো আছে।

কিন্তু হ’ব কোনে পাৰে সেয়া ভগবানেহে ঠিক কৰি দিব। অসমৰ ৩ কোটি মানুহৰে মুখ্য মন্ত্ৰী হোৱাৰ যোগ্যতা আছে।‘ হিমন্তই লগতে কয়

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

কোহলীৰ বিৰাট শতক, ভংগ কৰিলে শচীনৰ দ্বৈত অভিলেখ! ৱেষ্ট ইণ্ডিজক ‘পানী খুৱালে’ ভাৰতে

September 28, 2026 7:49 am
‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

‘জেন জি’লৈ ভয় মুখ্যমন্ত্ৰীৰ! চিজেপি নেতাৰ গ্ৰেপ্তাৰৰ ঘটনাক অগণতান্ত্ৰিক আখ্যা সোণেশ্বৰ নৰহৰ

September 27, 2026 9:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd