• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতা দিৱসত কাৰ্বি আংলং আৰক্ষীলৈ আৰণ্যকৰ গাড়ী, মটৰচাইকেল প্ৰদান

উত্তম শইকীয়া by উত্তম শইকীয়া
August 15, 2020 11:02 pm
Independence Day: Aaranyak donates car, bike to Karbi Anglong police
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ স্বাধীনতা দিৱসৰ দিনা আগশাৰীৰ প্ৰকৃতি সংগঠন আৰণ্যকে ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ সহযোগত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ কাৰ্বি আংলং জিলা আৰক্ষীক এখন নতুন বলেৰ’ গাড়ী আৰু দুখন ১৫০ চিচি পালচাৰ মটৰ চাইকেল প্ৰদান কৰে৷

স্বাধীনতা দিৱসৰ দিনা কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীয়ে আৰণ্যকৰ সচিব প্ৰধান ড৹ বিভৱ কুমাৰ তালুকদাৰ আৰু ইন্টাৰনেচনেল ৰাইনো ফাউণ্ডেচনৰ এচিয়াৰ সমন্বয়ক ৰাহুল দত্তৰ পৰা আনুষ্ঠানিকভাৱে এই উপহাৰ গ্ৰহণ কৰে৷

Apply Now

এই উপহাৰ প্ৰদান অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইন্দ্ৰনীল বৰুৱা আৰু হেমন্ত বৰুৱাও উপস্থিত থাকে৷

এই প্ৰসংগত মত প্ৰকাশ কৰি ড৹ বিভৱ কুমাৰ তালুকদাৰে জনায় যে ভৌগোলিকভাৱে কাৰ্বি আংলং জিলাৰ অৱস্থিতি এনে যে বহু সময়ত বন্যপ্ৰাণী অপৰাধীয়ে ইয়াৰ সুবিধা গ্ৰহন কৰি কাজিৰঙাত গঁড় হত্যা কৰিব পাৰে৷

এনে দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ বাবে কাৰ্বি আংলং জিলা আৰক্ষীয়ে যথেষ্ট কষ্ট কৰিব লগা হয়৷ যাৰ পটভূমিত আমাৰ এই সহায়ে কাৰ্বি আংলং জিলা আৰক্ষীক উপকৃত কৰিব বুলি আমি আশাবাদী, তেওঁ কয়৷

উল্লেখ্য যে আৰণ্যকৰ উদ্যোগত ইয়াৰ আগতে গোলাঘাট আৰক্ষীক ৬খন পালচাৰ মটৰচাইকেল, দৰং আৰক্ষীক দুখন মটৰ চাইকেল আৰু বোকাখাত আৰক্ষী থানাত দুটা চি চি টি ভি কেমেৰা প্ৰদান কৰিছিল৷

ইয়াৰ উপৰিও ওৰাং ৰাষ্ট্ৰীয় উদ্যানক এখম স্পিড বোট আৰু এখন জীপচি গাড়ী, দুখন থৰ গাড়ী আৰু এখন কেম্পাৰ গাড়ী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক প্ৰদান কৰিছিল৷

আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়াৰে আলোচনা কৰি কেতবোৰ নিৰ্বাচিত জিলাত আমি গঁড় হত্যাৰ দৰে অপৰাধ নিয়ন্ত্ৰনৰ বাবে আমি এনে সহযোগিতা আগবঢ়াইছো বুলিও জনায় ড৹ বিভৱ কুমাৰ তালুকদাৰে৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd