• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সশস্ত্ৰ বাহিনীৰ বাবে শৌৰ্য কাৰ্ড মুকলি এইচডিএফচি বেংকৰ

ভাৰতৰ ৭৪তম স্বাধীনতা দিৱসৰ প্ৰাক্ মুহূৰ্তত মুকলি কৰা হৈছে, কৃষি কৰ্মত নিয়োজিত সশস্ত্ৰ বাহিনীৰ পৰিয়ালৰ লোকসকল উপকৃত হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
August 15, 2020 8:38 pm
Independence Day: HDFC bank launches "Shaurya Card'' for armed force personnel
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইচডিএফচি বেংক লিমিটেডে দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনা সশস্ত্ৰ বাহিনীৰ লোকসকলৰ বাবে এক নতুন কাৰ্ড মুকলি কৰে৷

‘শৌৰ্য কেজিচি কাৰ্ড’ শীৰ্ষক এই অনন্য কাৰ্ডখন আমাৰ দেশৰ ৪৫ লক্ষাধিক ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে বিশেষ বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰি সজ্জিত কৰা হৈছে৷

Apply Now

এই কাৰ্ডখন চৰকাৰৰ দ্বাৰা কিষাণ ক্ৰেডিট কাৰ্ডৰ নিৰ্দেশনাৱলীৰ অধীনত সামৰি লোৱা হৈছে৷

শৌৰ্য কেজিচি কাৰ্ডখনে সশস্ত্ৰ বাহিনীৰ লোকসকলক কৃষিজাত সামগ্ৰীৰ প্ৰয়োজনীয়তাসমূহ যেনে– শস্যৰ উৎপাদন, শস্য চপোৱাৰ পিছত প্ৰতিপালন আৰু ব্যয়ৰ আৱশ্যকতাসমূহৰ সুবিধা প্ৰদান কৰিব৷

তেওঁলোকে কৃষি কাৰ্যৰ যন্ত্ৰাদি, জলসিঞ্চনৰ সামগ্ৰী অথবা ভঁৰাল নিৰ্মাণ ইত্যাদিৰ বাবেও বিত্তপোষণৰ সুবিধা লাভ কৰিব৷

কাৰ্ডখনৰ প্ৰধান বৈশিষ্ট্য হ’ল– ২লাখ টকাৰ এখন গড় কাৰ্ডৰ বাবে ১০ লাখ টকাৰ লাইফ ক’ভাৰ; সৰল আৰু সহজ নথি-পত্ৰৰ ব্যৱস্থা য’ত ব্যক্তিৰ কায়িক উপস্থিতিৰ প্ৰয়োজন নহয়৷

এইচডিএফচি বেংকৰ গ্ৰামীণ বেংকিং গোটৰ ব্যৱসায়িক মুৰব্বী ৰাজিন্দৰ বাব্বৰৰ উপস্থিতিত বেংকটোৰ পৰিচালন সঞ্চালক আদিত্য পুৰীয়ে এই নতুন কাৰ্ডখন মুকলি কৰে৷

মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি পুৰীয়ে কয়, ‘‘এই কাৰ্ডখনৰ জৰিয়তে আমাৰ সশস্ত্ৰ বাহিনী তথা তেওঁলোকৰ পৰিয়াললৈ উপযুক্ত সন্মান প্ৰদৰ্শন কৰা হৈছে৷ মই নিজে বায়ু সেনা বিভাগৰ পৰিয়ালৰ পৰা অহা হেতুকে তেওঁলোকে নিজৰ কৰ্তব্য সমাপনৰ খাতিৰত কৰা ত্যাগ আৰু কঠোৰ পৰিশ্ৰমসমূহ স্বচক্ষে প্ৰত্যক্ষ কৰিছো৷ তেওঁলোকৰ বাবে কিবা এটা কৰিবলৈ পাই মই মোৰ কেৰিয়াৰ সম্পূৰ্ণ হোৱা বুলি অনুভৱ কৰিছো৷ ইয়াৰ জৰিয়তে কৃষকসকলৰ লগতে সেনাবাহিনীসকললৈও আমি সম পৰ্যায়ৰ সামগ্ৰী মুকলি কৰাৰ অৱকাশ লাভ কৰিছো৷ এয়া আমাৰ ৰক্ষকসকলৰ প্ৰতি স্বাধীনতা দিৱসৰ উপহাৰ৷ জয় জোৱান, জয় কিষাণ, জয় হিন্দ৷’’

দেশৰ গ্ৰামাঞ্চল তথা বেংকৰ সুবিধাৰ আওতাৰ বাহিৰত থকা লোকসকললৈ বেংকিঙৰ সুবিধা প্ৰদানৰ বাবে এইচডিএফচিৰ ‘হৰ গাওঁ হামাৰা’ শীৰ্ষক পদক্ষেপৰ অধীনত এই কাৰ্ডখন মুকলি কৰা হৈছে৷

বেংকটোৱে ইতিমধ্যেই সমগ্ৰ ভাৰততে পাঁচ লক্ষাধিক কৃষি ঋণ প্ৰদান কৰাৰ লগতে ১২টা কৃষি ধন বিকাশ কেন্দ্ৰও স্থাপন কৰিছে৷

ইয়াৰ জৰিয়তে কৃষকসকলে ভূমি পৰীক্ষণ তথা কৃষিৰ বাবে উপযুক্ত শ্ৰেষ্ঠতম তথ্য আহৰণৰ সুবিধা লাভ কৰিছে৷

সশস্ত্ৰ বাহিনীসকলৰ বিত্তীয় প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ঋণৰ সুবিধা নিম্নোক্ত ধৰণে সজ্জিত কৰা হৈছে—

১. এইচডিএফচি বেংকৰ শাখা পৰিদৰ্শন

২. শেহতীয়াকৈ মুকলি কৰা এইচডিএফচি বেংক ই-কিষাণধন এপৰ জৰিয়তে ঋণৰ আবেদন

৩. টোল ফ্ৰী নম্বৰ ১৮০০ ১২০ ৯৬৫৫ আইভিআৰলৈ ডায়েল কৰি।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd