শুকুৰবাৰে অসম নাগৰিক সন্মিলনে গুৱাহাটী প্ৰেছক্লাৱত এক সংবাদমেল সম্বোধন কৰে। অহা ২৩ আগষ্ট আৰু ৭ ছেপ্তেম্বৰত ক্ৰমে নগাঁও আৰু ঢেকিয়াজুলীত...
Read moreDetailsশুকুৰবাৰে উচ্চতম ন্যায়ালয়ে গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ আশে-পাশে থকা গাঁওসমূহত চলাই থকা বা চলাব খোজা উচ্ছেদ অভিযানত অন্তৱৰ্তীকালীন স্থগিতাদেশৰ অনুমতি প্ৰদান...
Read moreDetailsঅসম-নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত মধুপুৰৰ অসম বন বিভাগৰ অস্থায়ী শিবিৰত বৃহস্পতিবাৰে নিশা চাৰিজন নগা ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। মধুপুৰৰ সমীপত অসামৰিক...
Read moreDetailsদিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ পৰা ৰাস্তাৰ কুকুৰবোৰ আঁতৰোৱাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্দেশৰ সংশোধন কৰিছে। শুকুৰবাৰে ন্যায়াধীশ বিক্ৰম নাথ,...
Read moreDetailsআজি উচ্চতম ন্যায়ালয়ে বিএনএছৰ ১৫২ ধাৰাত অসম আৰক্ষীয়ে পঞ্জীয়ন কৰা এফআইআৰত অনলাইন নিউজ পৰ্টেল-দ্য ৱায়াৰৰ প্ৰতিষ্ঠাপক সম্পাদক সিদ্ধাৰ্থ ভৰদাৰাজন আৰু...
Read moreDetailsআৰ এছ এছৰ নেতা তথা আৰ এছ এছৰ উত্তৰ অসম প্ৰান্তৰ সহ বৌদ্ধিক প্ৰমুখ কৌশিক শৰ্মাক সৰভোগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।...
Read moreDetailsপ্ৰবাসী ভাৰতীয় উদ্যোগপতি, জন হিতৈষী আৰু দানবীৰ লৰ্ড স্বৰাজ পলৰ বৃহস্পতিবাৰে সন্ধিয়া লণ্ডনৰ এখন চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ বয়স আছিল...
Read moreDetailsফেঁটী সাপৰ (কোব্ৰা) দৰে অতি বিষাক্ত সাপে যিকোনো ব্যক্তিক এটা দংশনেৰে নিশেষ কৰি দিব পাৰে। কিন্তু জীৱিত অৱস্থাতেই নহয়, মৃত...
Read moreDetailsবিটিআৰৰ শাসকীয় প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল দলে প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। কোকৰাঝাৰ চহৰৰ থানাপাৰাস্থিত ইউপিপিএলৰ কেন্দ্ৰীয় কাৰ্যালয়ত আয়োজিত এক...
Read moreDetailsনিশাৰ আকাশ মানেই যেন এখন যাদুৰ মঞ্চ। আৰু সেই মঞ্চৰ ৰাণী নিঃসন্দেহে চন্দ্ৰ। কেতিয়াবা পূৰ্ণিমা, কেতিয়াবা অৰ্ধচন্দ্ৰ বা কাঁচিজোন- কিমান...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd