জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ গ্ৰেপ্তাৰ ভ্ৰাতৃ সন্দিপন গাৰ্গ

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ইয়টখনত উপস্থিত আছিল তেওঁৰ ভ্ৰাতৃ সন্দিপন গাৰ্গ। সেয়ে মৃত্যুৰ গোচৰত সন্দেহৰ আওতাত আছিল শিল্পীগৰাকীৰ ভ্ৰাতৃ সন্দিপনো।...

Read moreDetails

ভয়াবহ! ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি কঢ়িয়াইছে ডিব্ৰুগড়লৈ

ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ কাছাৰীঘাটত মঙলবাৰে বিয়লি মুহূৰ্ততে উচন হৈ গ'ল এটা যোগ প্ৰশিক্ষণ কেন্দ্ৰ। নদীৰ তীব্ৰ...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুক লৈ চলিছে ৰাজনীতি! মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ

জুবিন গাৰ্গৰ আকস্মিক তথা ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্যবাসীক এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে। ৰাজ্যজুৰি এই ঘটনাৰ সঠিক তদন্তৰ দাবী উঠিছে। একে...

Read moreDetails

কাজিৰঙাত প্ৰথমবাৰ কীট-পতংগ আৰু মকৰাৰ বৈজ্ঞানিক জৰীপ সম্পন্নঃ আৱিষ্কৃত ২৮৩ প্ৰজাতি

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে কীট-পতংগ আৰু মকৰাৰ অন্বেষণমূলক বৈজ্ঞানিক অধ্যয়ন,...

Read moreDetails

অসম আৰু গুজৰাটৰ বান আৰু ভূমিস্খলন ৰোধৰ বাবে ৭০৭.৯৭ কোটি টকা অনুমোদন কেন্দ্ৰৰ

গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, বান আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা অসম আৰু গুজৰাটৰ বাবে গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত ৭০৭.৯৭...

Read moreDetails

জুবিনক ন্যায় দিয়াৰ পৰিৱৰ্তে ‘মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে : গৌৰৱ গগৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰিৱৰ্তে 'মিছন ছেভ শ্যামকানু মহন্ত’হে আৰম্ভ কৰিছে। আজি ৰাজীৱ ভৱনত এক সংবাদমেলত...

Read moreDetails

আইচিইউৰ অভাৱ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত…আন্তর্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাই নেপালে আইচিইউ

অসমৰ সু-সন্তান আন্তর্জাতিক খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাই গুৱাহাটীৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (GMCH) এক ঘণ্টা অপেক্ষা কৰিও নেপালে আইচিইউৰ বিচনা।...

Read moreDetails

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে ছিংগাপুৰলৈ নাযায় অসম আৰক্ষী : জনালে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে স্পষ্ট কৰি দিয়ে যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ তদন্তকাৰী দল ছিংগাপুৰলৈ নাযায়।...

Read moreDetails

জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে নেকি হিমন্ত বিশ্ব শৰ্মাই?

জুবিন গাৰ্গক লৈ ৰাজনীতিৰ সমীকৰণ আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয় যে জুবিনৰ ১০ গৰাকী মুখ্য...

Read moreDetails

মুছলমান সম্প্ৰদায়ৰ ভাবমূৰ্তি কলংকিত কৰাৰ অভিযোগ: উচ্চতম ন্যায়ালয়ৰ জাননী অসম বিজেপিলৈ

অসম বিজেপিৰ অফিচিয়েল এক্স (Twitter) হেণ্ডেলত প্ৰচাৰিত এটা এআই-নিৰ্মিত ভিডিঅ’ই তুলপাৰ লগাইছে ৰাজনৈতিক ক্ষেত্ৰত। অভিযোগ অনুসৰি এই ভিডিঅ’টোত মুছলমান সম্প্ৰদায়ক...

Read moreDetails
Page 327 of 5996 1 … 326 327 328 … 5,996

Stay Connected

Recent News