অসম

মাৰ্ঘেৰিটাত অব্যাহত আছে CAA বিৰোধী প্ৰতিবাদ; ৫জনক গ্ৰেপ্তাৰ

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাৰ প্ৰতিবাদ সাব্যস্ত...

Read more

অসমৰ পৰস্থিতি ভয়ানক; বাতিল হ’ব পাৰে ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা তীব্ৰ আন্দোলনৰ ফলস্বৰূপত অহা ৫ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ...

Read more

অতুল-কেশৱ-ফণী-বীৰেনৰ পদত্যাগ দাবীত অগপ কাৰ্য্যালয়তে ধৰ্মঘটত প্ৰতিষ্ঠাপক নেতা

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতাদ্বয় বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই শীৰ্ষ নেতৃত্ব অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ...

Read more

দিল্লী আৰু পশ্চিম বংগতো জ্বলিছে নাগৰিকত্ব (সংশোধন) আইনৰ জুই; বাছ, ট্ৰেইন, গাড়ী ভস্মীভূত

অসমৰ সমান্তৰালভাৱে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত আজি দিল্লী আৰু পশ্চিম বংগৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। পশ্চিম বংগত প্ৰতিবাদকাৰীয়ে বাছ, ৰেইল...

Read more

নাগৰিকত্ব আইনৰ সম্পৰ্কত পাঁচজনীয়া বিচাৰপীঠ নিযুক্তিৰ দাবী বোকাখাত ব্যৱসায় সন্থাৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠন উচ্চতম ন্যায়লয়ৰ কাষ চপাৰ সময়ত বোকাখাতৰ ব্যৱসায় সন্থাই এজনীয়া নহয় নূন্যতম পাঁচজনীয়া...

Read more

ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব : বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ

ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব পৰাকৈ ভাৰত চৰকাৰে কৰা নাগৰিকত্ব আইনখন সংশোধনত বাংলাদেশৰ ধৰ্মীয় আৰু জাতিগত সংখ্যালঘু জনগোষ্ঠী উদ্বিগ্ন বুলি মন্তব্য...

Read more

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত চহিদৰ সংখ্যা ৬ জনলৈ বৃদ্ধি

ৰাজ্যত তীব্ৰতৰ ৰূপত চলি থকা নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ চহিদৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পাইছে। আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী...

Read more

নাগৰিকত্ব (সংশোধন) আইন পুনৰ সংশোধন কৰাৰ ইংগিত অমিত শ্বাহৰ

বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনত উত্তৰ-পূবৰ প্ৰয়োজনত কিছু সালসলনি ঘটোৱা হ’ব পাৰে বুলি এটা ইংগিত দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।...

Read more

প্ৰতিবাদৰ মাজতে গুৱাহাটীত নিৰুদ্দেশ হৈ আছে এজন লোক

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে চলি থকা প্ৰতিবাদৰ মাজতে ১১ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে এজন লোক। মহানগৰীৰ পৰা সন্ধানহীন হোৱা...

Read more

বজাৰত জুই; আইন শৃংখলাৰ দায়িত্ব আৰক্ষীক গতাই নিদ্ৰাত চৰকাৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চলা প্ৰতিবাদত প্ৰায় অচল হৈ পৰা ৰাজ্যখনৰ পৰিস্থিতি চম্ভালিবলৈ কোনো তৎপৰতা নাই চৰকাৰৰ। আপাতত: ৰাজ্যখনৰ আইন...

Read more
Page 3449 of 5575 1 3,448 3,449 3,450 5,575

Recent News