• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা বিত্তীয় বৰ্ষতে BCCI-ৰ উপাৰ্জন প্ৰায় ১০ হাজাৰ কোটি; IPLৰ পৰাই আহিছে ৫ হাজাৰ কোটিৰো অধিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 18, 2025 12:44 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৩-২৪ বিত্তীয় বৰ্ষত ৯ হাজাৰ ৭৪১ কোটি ৭০ লাখ টকা (১ বিলিয়ন ডলাৰৰ ওপৰত) ৰাজহ উপাৰ্জন কৰিছে। এই তথ্য প্ৰকাশ পাইছে দেশৰ সৰ্ববৃহৎ স্বতন্ত্ৰ সংস্থা ৰেডিফিউজনৰ এক নতুন প্ৰতিবেদনত।

ৰেডিফিউজনৰ প্ৰতিবেদনত বিচিচিআইৰ ৰাজহৰ উৎসৰ বিশদ বিৱৰণ দিয়া হৈছে আৰু ক্ৰিকেট কেনেকৈ ভাৰতৰ অন্যতম লাভজনক মনোৰঞ্জন ব্যৱসায়লৈ বিকশিত হৈছে তাক দেখুৱা হৈছে।

Apply Now

বিচিচিআইৰ এই বৃহৎ আয়ত পুনৰবাৰ সৰ্বাধিক অৰিহণা যোগাইছে আইপিএলে। বিশ্বৰ আটাইতকৈ জনপ্ৰিয় আৰু মূল্যৱান ফ্ৰেঞ্চাইজি লীগে ৫৭৬১ কোটি টকা উপাৰ্জন কৰিছে, যিটো ব’ৰ্ডৰ মুঠ বাৰ্ষিক ৰাজহৰ ৫৯.১০ শতাংশ।

আই পি এলৰ উপৰিও ডব্লিউ পি এলৰ (মহিলা আই পি এল নামেৰে জনাজাত), আন্তঃৰাষ্ট্ৰীয় সম্প্ৰচাৰৰ অধিকাৰ আৰু পৃষ্ঠপোষকতা চুক্তিয়েও বি চি চি আইৰ ৰাজহ বৃদ্ধি কৰিছে। ভাৰতীয় মেচসমূহ সম্প্ৰচাৰ কৰি ব’ৰ্ডে লাভ কৰিছিল ৩৬১ কোটি টকা।

২০২৩-২৪ বিত্তীয় বৰ্ষত বিচিচিআইয়ে আইচিচিৰ পৰা ১৪২০ কোটি টকা লাভ কৰিছিল, যিটো মুঠ ৰাজহৰ ১০.৭০ শতাংশ। তদুপৰি ব’ৰ্ডৰ হাতত প্ৰায় ৩০ হাজাৰ কোটি টকাৰ মজুত আছে। তাৰ পৰা বছৰি প্ৰায় ১০০০ কোটি টকা সুত লাভ কৰে।

বিচিচিআইয়ে আইপিএলৰ সম্প্ৰচাৰৰ অধিকাৰ বিখ্যাত আমেৰিকাৰ সম্প্ৰচাৰ কোম্পানী ডিজনী আৰু ভায়াকমক বিক্ৰী কৰিছে। ২০২৩ চনৰ পৰা ২০২৭ চনলৈকে আই পি এল সম্প্ৰচাৰৰ বাবে অনুমোদিত ডিজনী ষ্টাৰ আৰু ভায়াকমে ভাৰতীয় ব’ৰ্ডক এক বৃহৎ পৰিমাণৰ ধন দিব—এই সংখ্যা ৬.২ বিলিয়ন ডলাৰ (৫৩,৩১২ কোটি ৮৭ লাখ টকা), যিটো বিগত পাঁচ বছৰত সম্প্ৰচাৰৰ অধিকাৰৰ পৰা লাভ কৰা ধনৰ তুলনাত প্ৰায় আঢ়ৈ গুণ বেছি।

ৰেডিফিউজনে ধাৰণা কৰে যে এই আয়ৰ ফলত বিচিচিআইৰ ব্যৱসায়িক কাৰ্যকলাপৰ পৰিসৰ, গভীৰতা আৰু বৰ্ধিত বৈচিত্ৰ্যৰ কথা পোহৰলৈ আহিছে। ইয়াৰ দ্বাৰা বিশ্ব ক্ৰিকেটত ভাৰতৰ আধিপত্য আৰু ক্ৰিকেট অৰ্থনীতিত তেওঁলোকৰ পৰিপক্কতাৰ প্ৰতিফলন ঘটে।

ব্যৱসায়িক কৌশলবিদ লয়ড মাথিয়াছে আই পি এল ধন উপাৰ্জন আৰু ঘৰুৱা খেলুৱৈক সুযোগ প্ৰদানৰ এক নিখুঁত আৰ্হি বুলি কৈছে, “২০০৭ চনত বি চি চি আইয়ে এটা সোণৰ কণী পৰা হাঁহ আৱিষ্কাৰ কৰিছিল – আই পি এল, যাৰ গোটেইখিনিয়েই তেওঁলোকৰ অংশ। মোৰ মতে এইখনেই হৈছে শ্ৰেষ্ঠ (ক্ৰিকেট) প্ৰতিযোগিতা আৰু ইয়াৰ সম্প্ৰচাৰৰ স্বত্ব অহৰহ বৃদ্ধি পাইছে। আই পি এলে ৰঞ্জি ট্ৰফীৰ (প্ৰথম শ্ৰেণীৰ ক্ৰিকেট) খেলুৱৈৰ বাবে সুযোগ নিশ্চিত কৰে।

ৰেডিফিউজনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সন্দীপ গোৱেলে কয়, “বিচিচিআইৰ বাবে এই ৰাজহ স্থিৰ নহয়; পৃষ্ঠপোষকতা, সম্প্ৰচাৰৰ স্বত্ব আৰু মেচৰ পৰা ৰাজহৰ সম্প্ৰসাৰণৰ বাবে ই প্ৰতি বছৰে ১০-১২ শতাংশ বৃদ্ধি পাব।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

গুৱাহাটী ৰে’লৱে ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা : কি সুৰুঙাৰে গুৱাহাটীলৈ আহে অবৈধ সামগ্ৰী?

August 19, 2026 6:35 pm
ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

ছাত্ৰ আন্দোলনত নিষেধাজ্ঞা জাৰি কৰি চাপত বিজয়ৰ চৰকাৰ : অৱশেষত প্ৰত্যাহাৰ বিতৰ্কিত নিৰ্দেশনা

August 19, 2026 5:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

ৰাজপাল যাদৱৰ নতুন ছবিত দেখা যাব জীৱনৰ এক অনন্য যাত্ৰা, দীপালীৰ পূৰ্বে মুক্তি পাব পোষ্টাৰ

August 19, 2026 7:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd