• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব : বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ

“বাংলাদেশক ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰাৰ সাম্প্ৰদায়িক শক্তিৰ ৰাজনৈতিক আকাংক্ষাক অধিকতৰ উৎসাহিত কৰিব”

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2019 5:48 pm
Rana Dasgupta

হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা দাশগুপ্ত। ফটোৰ উৎস : ইণ্টাৰনেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব পৰাকৈ ভাৰত চৰকাৰে কৰা নাগৰিকত্ব আইনখন সংশোধনত বাংলাদেশৰ ধৰ্মীয় আৰু জাতিগত সংখ্যালঘু জনগোষ্ঠী উদ্বিগ্ন বুলি মন্তব্য কৰিছে দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ এখন মঞ্চই।

১৪ ডিচেম্বৰত বাংলাদশ হিন্দু, বৌদ্ধ, খ্ৰীষ্টান ঐক্য পৰিষদ নামৰ মানৱ অধিকাৰৰ হকে কাম কৰা এটা সংগঠনৰ গুৰুত্বপূৰ্ণ মন্তব্য, “এই আইনখনে এহাতে দেশত থকা সংখ্যালঘুসকলক অধিক নিৰাপত্তাৰ আশাত দেশত্যাগৰ বাবে উৎসাহিত কৰিব, দ্বিতীয়তে দেশৰ ভিতৰৰ অসাম্প্ৰদায়িক গণতান্ত্ৰিক আন্দোলনত তেওঁলোকৰ অংশগ্ৰহণক নিৰুৎসাহিত কৰিব।”

Apply Now
হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদৰ প্ৰেছ বিজ্ঞপ্তিৰ এটা পৃষ্ঠা।

সংবাদমেলৰ সময়ত ঐক্য পৰিষদে এটা লিখিত বিবৃতিও প্ৰকাশ কৰে, য’ত লগতে কোৱা হৈছে, “আনহাতে ১৯৭৫ চনত বংগবন্ধু শ্বেইখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ পিছত সংখ্যালঘুসকলৰ জীৱন, পৰিয়াল আৰু সম্পদৰ ওপৰত আক্ৰমণ কৰি তেওঁলোকক দেশত্যাগৰ বাবে যিসকলে বাধ্য কৰিছিল, এই বিধেয়কখন আইনত পৰিণত হ’লে এওঁলোকক সাম্প্ৰদায়িক নিৰ্য্যাতন, নিপীড়ন, ভূমি দখল, ধৰ্মান্তৰকৰণ অব্যাহত ৰাখি, সংখ্যালঘুসকলক দেশ ত্যাগ কৰাবলৈ অধিক উৎসাহিত কৰিব। আৰু লগতে তেওঁলোকৰ বাংলাদেশক ধৰ্মীয় ৰাষ্ট্ৰত পৰিণত কৰাৰ ৰাজনৈতিক আকাংক্ষাক অধিকতৰ উৎসাহিত কৰিব।”

ঐক্য পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা দাশগুপ্তই “বাংলাদেশ বহুত্ববাদী সমাজৰ পৰা ক্ৰমে আঁতৰি আহিছে আৰু সংখ্যালঘুসকলৰ দেশত্যাগ কমবেছি পৰিমাণে অব্যাহত আছে” বুলি উল্লেখ কৰে।

তেওঁৰ মন্তব্য, “এইবোৰ সমস্যাৰ সমাধান গণতান্ত্ৰিক, অসাম্প্ৰদায়িক ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ মাজত নিহিত আছে।

সংবাদমেলত তিনিটা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ উমৈহতীয়া মঞ্চখনে শ্বেইখ হাচিনাৰ চৰকাৰখনক দলটোৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি, সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে শূন্য সহনশীলতা, সংখ্যালঘুসকলৰ স্বাৰ্থ ৰক্ষাৰ হকে জাতীয় সংখ্যালঘু কমিশ্যন গঠন, সংখ্যালঘু সুৰক্ষা আইন আৰু বৈষম্য বিলোপ আইন প্ৰণয়ন, অৰ্পিত সম্পত্তি প্ৰত্যৰ্পণ আইন আৰু পাৰ্বত্য চুক্তিৰ বাস্তৱায়িত কৰাৰ বাবে দ্ৰুত পদক্ষেপ ল’বলৈ আহ্বান জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

ইটানগৰত সুৰাপায়ীৰ সন্ত্ৰাস! ছাত্ৰ-ছাত্ৰীক বচাবলৈ গৈ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক ডমিনিক চাংমা

September 17, 2026 3:00 pm
ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

৪.০২ কোটিৰ সম্পত্তি, ২০২৬ চনত কিমান দৰমহা প্ৰধানমন্ত্ৰী মোদীৰ? জানি লওক মুঠ সম্পদ, সুবিধা

September 17, 2026 3:50 pm
ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

ডকাইটি কেচত ফচিল অসম আৰক্ষী : দুজনক গ্ৰেপ্তাৰ, এজন পলাতক

September 17, 2026 3:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd